Debojit Bharali (@debojitbharali) 's Twitter Profile
Debojit Bharali

@debojitbharali

Travel consultant by profession | Freelance writer | State secy., IT & Social media cell, JYS ( AJP ) | Media Panelist, AJP

ID: 419486106

linkhttp://debojitbharali.blogspot.com calendar_today23-11-2011 12:13:13

2,2K Tweet

257 Followers

166 Following

Debojit Bharali (@debojitbharali) 's Twitter Profile Photo

নিকৃষ্টতম ! ৰাইজে সাৱধান, সচেতন হোৱা উচিত। সৰিয়হৰ ডূলিতে ভূত।

Scroll.in (@scroll_in) 's Twitter Profile Photo

"In the military, flight safety is a culture. By contrast, during the Char Dham season, when the region sees an influx of customers, the culture is of revenue," Captain Sanjay Chakravarthy, a retired military aviator. scroll.in/article/108361… Vaishnavi Rathore reports

"In the military, flight safety is a culture. By contrast, during the Char Dham season, when the region sees an influx of customers, the culture is of revenue," Captain Sanjay Chakravarthy, a retired military aviator.

scroll.in/article/108361…

Vaishnavi Rathore reports
Debojit Bharali (@debojitbharali) 's Twitter Profile Photo

মহামহিম ৰাষ্ট্ৰপতিগৰাকীৰ জন্মদিনত তেখেতলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।

Debojit Bharali (@debojitbharali) 's Twitter Profile Photo

চৰকাৰৰ প্ৰতিক্ৰিয়া লক্ষণীয় হ’ব। সকলোতে হয়তো এতিয়া PIL, ন্যায়ালয়ৰ হস্তক্ষেপৰ গত্যন্তৰ নাই !

এইখন ছাউথ্ বেংগালুৰুৰ কোনো এটা এলেকাৰ ( কেংগেৰী ) ফ্লাইঅভাৰ। অৱশ্যে ফ্লাইঅভাৰখনৰ কাষৰ গছবোৰে কিবা দিগদাৰ দিছে নেকি তাকহে নুবুজিলোঁ !

হঠাৎ লাভালাভৰ হিচাপ ! অতদিনে ক’ত বা ঢাক খাই আছিল ! #গৰুখুঁটী_প্ৰকল্প

#কথাত সংযম, গাম্ভীৰ্য, উদাৰতা। #বক্তব্যত শালীনতা, গভীৰতা, নম্ৰতা ৷ #ভাষণত ভাৰসাম্যৰক্ষা, সমাজমুখী চিন্তা, গঠনাত্মক আহ্বান ৷ আৰু #কৰ্মত সততা ৷ ৰাইজে ৰাজ্যৰ মুৰব্বীজনৰ পৰা অন্ততঃ এইখিনি #আশা কৰিবই। তথাপি হৈ যোৱা অপ্ৰত্যাশিত ঘটনাটো #দুৰ্ভাগ্যজনক। এনে ঘটনা #অকাম্য।

Jatiya Yuva Shakti (@jatiya_yuva) 's Twitter Profile Photo

অসম জাতীয় পৰিষদৰ ভাতৃসংগঠন জাতীয় যুৱ শক্তিৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ আজিৰ কেইটিমান মুহূৰ্ত । #Jys #Ajp Assam Jatiya Parishad

অসম জাতীয় পৰিষদৰ ভাতৃসংগঠন জাতীয় যুৱ শক্তিৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ আজিৰ কেইটিমান মুহূৰ্ত । #Jys #Ajp <a href="/JatiyaParishad/">Assam Jatiya Parishad</a>
Debojit Bharali (@debojitbharali) 's Twitter Profile Photo

ভাষা আন্দোলনৰ প্ৰথমগৰাকী ছহিদ ৰঞ্জিত বৰপূজাৰীদেৱ তথা সুগন্ধি পখিলাৰ কবি হিৰু দাৰ আজিৰ পুণ্যতিথিত দুয়োগৰাকী মহান অসমীয়ালৈ সশ্ৰদ্ধ প্ৰণিপাত যাচিছোঁ ৷ #ৰঞ্জিত_বৰপূজাৰী #হীৰেন_ভট্টাচাৰ্য

ভাষা আন্দোলনৰ প্ৰথমগৰাকী ছহিদ ৰঞ্জিত বৰপূজাৰীদেৱ তথা সুগন্ধি পখিলাৰ কবি হিৰু দাৰ আজিৰ পুণ্যতিথিত দুয়োগৰাকী মহান অসমীয়ালৈ সশ্ৰদ্ধ প্ৰণিপাত যাচিছোঁ ৷
#ৰঞ্জিত_বৰপূজাৰী #হীৰেন_ভট্টাচাৰ্য
Debojit Bharali (@debojitbharali) 's Twitter Profile Photo

অত্যন্ত দুখজনক খবৰ যে ইতিহাসৱিদ, লেখক, গৱেষক শ্ৰদ্ধাৰ উদয়াদিত্য ভৰালী ছাৰ আৰু আমাৰ মাজত নাই। তেখেতলৈ আমাৰ গভীৰ শ্ৰদ্ধা যাচিছোঁ। 🙏

বিৰোধীয়ে কথাষাৰ সহৃদয়তাৰে উপলব্ধি কৰিব বুলি আশা ৰাখিছোঁ। অসমৰ সুৰক্ষিত ভৱিষ্যৎ তেহে বৰ্তিব। #oppositionalliance #LurinjyotiGogoi

বিৰোধীয়ে কথাষাৰ সহৃদয়তাৰে উপলব্ধি কৰিব বুলি আশা ৰাখিছোঁ। অসমৰ সুৰক্ষিত ভৱিষ্যৎ তেহে বৰ্তিব। 
#oppositionalliance #LurinjyotiGogoi
Debojit Bharali (@debojitbharali) 's Twitter Profile Photo

এনে কোনো বাধ্যবাধকতা নাই যে ফ্লাইঅভাৰৰ খুঁটাত জাতীয় সংস্কৃতি জিলিকিবই লাগিব ! এয়া জাতিলৈ উপহাস নে উপহাৰ তাকহে বুজিবলৈ টান হৈছে ৷ চহৰখনৰ মাজমজিয়াৰ গছ-বন তহিলং কৰি অলাগতিয়ালভাৱে কেতবোৰ দলং সাজি কমিছনৰ অংকহে প্ৰকৃততে জিলিকিছে।

ৰাজ্য চৰকাৰৰ কাণ্ড চাওক ! নিজ সমষ্টিতে বানপানী সাহায্য আগবঢ়োৱাৰ বাবে নিষ্ঠাৱান কৰ্মী জীৱন চুতীয়াদেৱলৈ কাৰণ দৰ্শোৱা জাননী ! এইটো সঁচাকৈয়ে বিজেপি দল হৈ আছেগৈনে নে এচামে ইয়াক কেৱল ক্ষমতালাভৰ বাহক হিচাপেহে গণ্য কৰি আহিছে। #FloodRelief

এখুদ ককাইদেউৰ স্মৃতিদিৱসত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। #নৱকান্তবৰুৱা

এখুদ ককাইদেউৰ স্মৃতিদিৱসত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। 
#নৱকান্তবৰুৱা
Debojit Bharali (@debojitbharali) 's Twitter Profile Photo

গছ-বন কাটি গুৱাহাটীত তেন্তে ফ্লাইঅভাৰবোৰ কিহৰ কাৰণে নিৰ্মাণ কৰা হ’ল ? মহানগৰ আৰক্ষীৰ এয়া দূৰদৰ্শিতানে স্বেচ্ছাচাৰীতা যে ৰাইজৰ নৈতিক অধিকাৰক তেওঁলোকে এইদৰে খৰ্ব কৰিব !

জাতি তথা অসমীয়া ভাষা-সাহিত্যৰ অতন্দ্ৰ প্ৰহৰী ড° নগেন শইকীয়া ছাৰ বৰ্তমান চিকিৎসাধীন ৷ ছাৰৰ আশু আৰোগ্য কামনা কৰিছোঁ । #ড° #নগেন_শইকীয়া