Jatiya Yuva Shakti (@jatiya_yuva) 's Twitter Profile
Jatiya Yuva Shakti

@jatiya_yuva

Jatiya Yuva Shakti - Youth wing of Assam Jatiya Parishad. An organization for the native land for own rights & dignity. Joi Aai Axom

ID: 1552720168127586306

calendar_today28-07-2022 18:18:53

539 Tweet

118 Followers

8 Following

Jatiya Yuva Shakti (@jatiya_yuva) 's Twitter Profile Photo

সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ । #শিল্পী_দিৱস #জ্যোতিপ্ৰসাদ_আগৰৱালা

সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ । 
#শিল্পী_দিৱস 
#জ্যোতিপ্ৰসাদ_আগৰৱালা
Debojit Bharali (@debojitbharali) 's Twitter Profile Photo

শ্ৰদ্ধাৰ জগদীশ ভূঞাদেৱৰ প্ৰাৰম্ভিক চিন্তা, উদ্যোগ আৰু দীৰ্ঘদিনীয়া দাবীৰ ফলস্বৰূপ তিনিচুকীয়া-শদিয়া সংযোগী ড° ভূপেন হাজৰিকা সেতু । তেখেতৰ এই দূৰদৰ্শিতাই আজি শদিয়াৰ ৰাইজৰ জীৱন সূচল কৰি তুলিছে। #JagadishBhuyan #DrBhupenHazarikaSetu

Jatiya Yuva Shakti (@jatiya_yuva) 's Twitter Profile Photo

বিগত পাঁচটা বছৰত বিজেপি চৰকাৰৰ অসমৰ জনতালৈ উপহাৰ ! #Bjpgovt #Assam

বিগত পাঁচটা বছৰত বিজেপি চৰকাৰৰ অসমৰ জনতালৈ উপহাৰ ! #Bjpgovt #Assam
Jatiya Yuva Shakti (@jatiya_yuva) 's Twitter Profile Photo

সকলোলৈকে ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ আন্তৰিক শুভকামনা যাচিছোঁ । #77thRepublicDay

সকলোলৈকে ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ আন্তৰিক শুভকামনা যাচিছোঁ । 
#77thRepublicDay
Jatiya Yuva Shakti (@jatiya_yuva) 's Twitter Profile Photo

बाथौ पुजानि हारिमुनि शुभकामना होदों। Best wishes #Bathwbwrai #Jys #Ajp

बाथौ पुजानि हारिमुनि शुभकामना होदों।
Best wishes #Bathwbwrai
#Jys #Ajp
Jatiya Yuva Shakti (@jatiya_yuva) 's Twitter Profile Photo

হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ পাকঘূৰণি আৰু প্ৰকৃত স্বৰূপ । #Jys #Ajp

হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ পাকঘূৰণি আৰু প্ৰকৃত স্বৰূপ । 
#Jys #Ajp
Jatiya Yuva Shakti (@jatiya_yuva) 's Twitter Profile Photo

আজি ০৬ ফেব্ৰুৱাৰী তাৰিখে গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ৰাজহুৱা খেলপথাৰত প্ৰাক্তন বিজেপি নেতা, সমাজকৰ্মী শ্ৰীযুত #জীৱন_চুতীয়া-দেৱে এক গাম্ভীৰ্যপূৰ্ণ যোগদান অনুষ্ঠানত অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ তলৰ ছবিত যোগদান কাৰ্যসূচীৰ কিছু স্মৰণীয় মুহূৰ্ত ।

প্ৰাণৰ শিল্পী, ঈশ্বৰপুত্ৰ জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াৰ প্ৰতি চৰকাৰৰ লেহেমীয়া মনোভাব আৰু ইয়াৰ বিপৰীতে ৰাইজৰ তথা পৰিয়ালবৰ্গৰ অহৰহ দাবীক সন্মান আৰু চৰকাৰক ন্যায় প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ দাবী জনাই আজি গুৱাহাটীৰ চচলত অসম জাতীয় পৰিষদে #গণ_সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

এখেত বিজেপিৰ অনুৰাগী হৈয়ো যিটো নিৰ্মোহ মন্তব্য আগবঢ়াইছে সেয়া আশাপ্ৰদ । #লুৰীণজ্যোতি_গগৈ

এখেত বিজেপিৰ অনুৰাগী হৈয়ো যিটো নিৰ্মোহ মন্তব্য আগবঢ়াইছে সেয়া আশাপ্ৰদ । 
#লুৰীণজ্যোতি_গগৈ
Jatiya Yuva Shakti (@jatiya_yuva) 's Twitter Profile Photo

প্ৰাৰ্থিত্ব চূড়ান্ত হোৱাৰ পাছত সমষ্টিলৈ আদৰণি । #LurinjyotiGogoi #Ajp

প্ৰাৰ্থিত্ব চূড়ান্ত হোৱাৰ পাছত সমষ্টিলৈ আদৰণি । 
#LurinjyotiGogoi
#Ajp
Jatiya Yuva Shakti (@jatiya_yuva) 's Twitter Profile Photo

প্ৰাণৰ শিল্পী জুবিনদাৰ আজি ছমহীয়া । তেখেতৰ ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াটো ধূসৰ নহওক, ৰাইজৰ / অনুৰাগীৰ এই সৰ্বোচ্চ কামনাক অমান্য নকৰক । আজিৰ দিনটোত জুবিনদালৈ আন্তৰিক #শ্ৰদ্ধা জ্ঞাপন কৰি তাকে কামনা কৰিছোঁ । #JusticeForZubeenGarg

প্ৰাণৰ শিল্পী জুবিনদাৰ আজি ছমহীয়া ।  তেখেতৰ ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াটো ধূসৰ নহওক, ৰাইজৰ / অনুৰাগীৰ এই সৰ্বোচ্চ কামনাক অমান্য নকৰক । আজিৰ দিনটোত জুবিনদালৈ আন্তৰিক #শ্ৰদ্ধা জ্ঞাপন কৰি তাকে কামনা কৰিছোঁ । 
#JusticeForZubeenGarg