Assam Jatiya Parishad (@jatiyaparishad) 's Twitter Profile
Assam Jatiya Parishad

@jatiyaparishad

Official Twitter account of #AssamJatiyaParishad. #Assam first, always and forever.

ID: 1305046058934743040

linkhttps://assamjatiyaparishad.org calendar_today13-09-2020 07:30:27

1,1K Tweet

7,7K Followers

4 Following

Assam Jatiya Parishad (@jatiyaparishad) 's Twitter Profile Photo

যাউতিযুগীয়া ৰংঘৰৰ বাকৰিত ৰাইজে সংকল্প ল'লে এক অসমৰ, ঐক্যবদ্ধ অসমৰ। অসমীয়া ৰাইজে জানে কিদৰে যুঁজৰ বাবে সাজিব লাগে অস্ত্ৰ। এই অস্ত্ৰৰ নামেই একতা, এই অস্ত্ৰৰ নৱৰূপ সমন্বয়, এই অস্ত্ৰৰ বাবেই আজি মুখে মুখে একেই কথা একেই সুৰ- 'এক অসম,ঐক্যবদ্ধ জনতা।'

Assam Jatiya Parishad (@jatiyaparishad) 's Twitter Profile Photo

অসম জাতীয় পৰিষদৰ ফালৰ পৰা আগন্তক লোকসভা নিৰ্বাচন সন্দৰ্ভত কোনো প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হোৱা নাই৷ সংবাদ মাধ্যমত এই সন্দৰ্ভত প্ৰকাশিত তালিকা সন্দৰ্ভত দলৰ এয়াই আনুষ্ঠানিক স্থিতি৷

Office of Jagadish Bhuyan (@officeofjb) 's Twitter Profile Photo

গুৰুজনা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ চিন্তা চেতনা আৰু আদৰ্শক অতি পৰিকল্পিত ভাবে নি:শেষ কৰাৰ ৰাজনৈতিক ষড়যন্ত্ৰ আৰম্ভ হৈছে। ১৯৮৬ চনত চৰকাৰে ঘোষণা কৰা ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান শ্রীমন্ত শংকৰদেৱ বটা বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰি নতুন সৰ্বোচ্চ অসামৰিক বটা ঘোষণা কৰা হৈছে। আমাৰ বক্তব্য -

গুৰুজনা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ চিন্তা চেতনা আৰু আদৰ্শক অতি পৰিকল্পিত ভাবে নি:শেষ কৰাৰ ৰাজনৈতিক ষড়যন্ত্ৰ আৰম্ভ হৈছে।
১৯৮৬ চনত চৰকাৰে ঘোষণা কৰা ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান শ্রীমন্ত শংকৰদেৱ বটা বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰি নতুন সৰ্বোচ্চ অসামৰিক বটা ঘোষণা কৰা হৈছে।
আমাৰ বক্তব্য -
Assam Jatiya Parishad (@jatiyaparishad) 's Twitter Profile Photo

আমাৰ দলৰ সন্মানীয় সাধাৰণ সম্পাদক শ্ৰীযুত জগদীশ ভূঞা ডাঙৰীয়াৰ অলপ সময়ৰ পাছতেই ০৭:৪৫ বজাৰ পৰা প্ৰতিদিন টাইমৰ এটি টক শ্ব’ত উপস্থিত থাকিব । সকলোকে অনুষ্ঠানটি চাবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ ৷ Office of Jagadish Bhuyan Lurinjyoti Gogoi Basanta Deka

Assam Jatiya Parishad (@jatiyaparishad) 's Twitter Profile Photo

সুবিধাবাদীৰ দল! তোৰ মিছা হ’ব কৌশল, ৰাইজৰ তই সেৱা চুৰ কৰি বঢ়াব খুজিছ বল। জনতাই তোৰ স্বৰূপ চিনিছে সাৱধান, সাৱধান। #AssamJatiyaParishad #অসম_প্ৰথম

সুবিধাবাদীৰ দল!
তোৰ মিছা হ’ব কৌশল,
ৰাইজৰ তই সেৱা চুৰ কৰি
বঢ়াব খুজিছ বল।
জনতাই তোৰ স্বৰূপ চিনিছে
সাৱধান, সাৱধান।

#AssamJatiyaParishad
#অসম_প্ৰথম
Lurinjyoti Gogoi (@lurinjtgogoi) 's Twitter Profile Photo

আমাৰ স্থিতি স্পষ্ট আমি কেতিয়াও CAA মানি নলওঁ আৰু অসমৰ ওপৰত ধ্বংসাত্মক, জাতিধ্বংসী আৰু অবাঞ্চিত আইন জাপি দিবলৈ খোজা যিকোনো প্ৰচেষ্টাত চৰকাৰে অসমবাসীৰ গণতান্ত্ৰিক ক্ৰোধ আৰু ক্ষোভৰ বহি:প্ৰকাশৰ সন্মুখীন হ’ব লাগিব

আমাৰ স্থিতি স্পষ্ট

আমি কেতিয়াও CAA মানি নলওঁ আৰু অসমৰ ওপৰত ধ্বংসাত্মক, জাতিধ্বংসী আৰু অবাঞ্চিত আইন জাপি দিবলৈ খোজা যিকোনো প্ৰচেষ্টাত চৰকাৰে অসমবাসীৰ গণতান্ত্ৰিক ক্ৰোধ আৰু ক্ষোভৰ বহি:প্ৰকাশৰ সন্মুখীন হ’ব লাগিব
Lurinjyoti Gogoi (@lurinjtgogoi) 's Twitter Profile Photo

আপোনাৰ মুখ্যমন্ত্ৰিত্বৰ সময়ছোৱাতে ‘কা’ জাপি দি অসমীয়াৰ অস্তিত্বক নিঃশেষ কৰা হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰীক ভৰসা কৰি অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ আশ্বাস দিলে আপুনি কিন্তু, ক’তা? ৬নং দফা ৰূপায়ণ সমিতিৰ প্ৰতিবেদন এতিয়া ক’ত আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া? জাতিটোক আপুনিয়েই

আপোনাৰ মুখ্যমন্ত্ৰিত্বৰ সময়ছোৱাতে ‘কা’ জাপি দি অসমীয়াৰ অস্তিত্বক নিঃশেষ কৰা হ’ল

কেন্দ্ৰীয় গৃহমন্ত্ৰীক ভৰসা কৰি অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ আশ্বাস দিলে আপুনি

কিন্তু, ক’তা?

৬নং দফা ৰূপায়ণ সমিতিৰ প্ৰতিবেদন এতিয়া ক’ত আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া?

জাতিটোক আপুনিয়েই
Assam Jatiya Parishad (@jatiyaparishad) 's Twitter Profile Photo

Yesterday at Pratidin Time #TheConclave2024, Lurinjyoti Gogoi in response to Dilip Saikia 🇮🇳's ridiculous assertion that Assam Jatiya Parishad has betrayed #jatiyatabad by aligning with the Congress, asked him three questions. And as expected no answers were given...

Yesterday at Pratidin Time #TheConclave2024, Lurinjyoti Gogoi in response to Dilip Saikia 🇮🇳's ridiculous assertion that Assam Jatiya Parishad has betrayed #jatiyatabad by aligning with the Congress, asked him three questions. And as expected no answers were given...
Assam Jatiya Parishad (@jatiyaparishad) 's Twitter Profile Photo

Zubeen is the pride of Assam, North East,India and the world. People like Zubeen Garg are born once in a century. All the efforts of Zubeen to uplift Assam and people must be respected. Therefore we request you to confer BHARAT RATNA to Zubeen Garg. PMO India President of India

Zubeen is the pride of Assam, North East,India and the world. People like Zubeen Garg are born once in a century.  All the efforts of Zubeen to uplift Assam and people must be respected. Therefore we request you to confer BHARAT RATNA to Zubeen Garg. PMO India
President of India
Assam Jatiya Parishad (@jatiyaparishad) 's Twitter Profile Photo

The Assam Jatiya Parishad has sent a memorandum to the Hon’ble Prime Minister of India seeking a CBI investigation under the supervision of the Supreme Court into the mysterious death of Zubeen Garg. #JusticeForZubeenGarg #JusticeForAssam

The Assam Jatiya Parishad has sent a memorandum to the Hon’ble Prime Minister of India seeking a CBI investigation under the supervision of the Supreme Court into the mysterious death of Zubeen Garg.

#JusticeForZubeenGarg
#JusticeForAssam