TIME8 News (@time8news) 's Twitter Profile
TIME8 News

@time8news

ID: 1721482187655262208

calendar_today06-11-2023 11:00:07

0 Tweet

40 Followers

4 Following

TIME8 News (@time8news) 's Twitter Profile Photo

-১৫ ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব যমুনা এক্সপ্ৰেছৱে’ত ৰে’লৰ গতিবেগ -প্ৰতি ঘণ্টাত লঘু বাহনৰ সৰ্বোচ্চ গতি হ'ব ১০০ কিলোমিটাৰ #yamunaexpressway

-১৫ ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব যমুনা এক্সপ্ৰেছৱে’ত ৰে’লৰ গতিবেগ
-প্ৰতি ঘণ্টাত লঘু বাহনৰ সৰ্বোচ্চ গতি হ'ব ১০০ কিলোমিটাৰ
#yamunaexpressway
TIME8 News (@time8news) 's Twitter Profile Photo

-প্ৰধানমন্ত্ৰী মোডীৰ আমন্ত্ৰণত ভাৰতলৈ আহিব ফ্ৰান্স আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি #IndiaAIImpactExpo2026

-প্ৰধানমন্ত্ৰী মোডীৰ আমন্ত্ৰণত ভাৰতলৈ আহিব  ফ্ৰান্স আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি
#IndiaAIImpactExpo2026
TIME8 News (@time8news) 's Twitter Profile Photo

- ইৰাণক আক্ৰমণ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে নেকি আমেৰিকা? - ট্ৰাম্পে ইৰাণৰ দিশে প্ৰেৰণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ যুদ্ধজাহাজ #Iran #Donald_Trump

- ইৰাণক আক্ৰমণ কৰিবলৈ  সম্পূৰ্ণৰূপে সাজু হৈছে নেকি আমেৰিকা?
- ট্ৰাম্পে ইৰাণৰ দিশে প্ৰেৰণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ যুদ্ধজাহাজ
#Iran #Donald_Trump
TIME8 News (@time8news) 's Twitter Profile Photo

-পলুৱামাৰ বিভীষিকাৰ ৭ বছৰ... - দেশমাতৃৰ বাবে ৪০ গৰাকী বীৰ জোৱান হেছিল শ্বহীদ #PulwamaAttack #blackday

-পলুৱামাৰ বিভীষিকাৰ ৭ বছৰ...
- দেশমাতৃৰ বাবে ৪০ গৰাকী বীৰ জোৱান হেছিল শ্বহীদ 
#PulwamaAttack #blackday
TIME8 News (@time8news) 's Twitter Profile Photo

-ৰাজ্যত পুনৰ ভূমিকম্প -৪.১ প্ৰাবল্যৰ ভূমিকম্পত পুৱাই ৰাজ্যত হাহাকাৰ #earthquake facebook.com/time8news/vide…

TIME8 News (@time8news) 's Twitter Profile Photo

-দিনজোৰা কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী #NarendraModi #assamvisit

-দিনজোৰা কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
#NarendraModi #assamvisit
TIME8 News (@time8news) 's Twitter Profile Photo

-আৰু মাত্ৰ কেইটামান ঘণ্টা -অসমৰ ৰাজপথত ৰচনা হ'ব নতু ইতিহাস #moran #assam facebook.com/time8news/vide…

TIME8 News (@time8news) 's Twitter Profile Photo

-আজি প্ৰেমৰ দিৱস -এপাহ গোলাপেৰে প্ৰিয়জনক আপুনিও জনাওক শুভেচ্ছা #ValentinesDay2026

-আজি প্ৰেমৰ দিৱস 
-এপাহ গোলাপেৰে প্ৰিয়জনক আপুনিও জনাওক শুভেচ্ছা
#ValentinesDay2026
TIME8 News (@time8news) 's Twitter Profile Photo

-ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰগতিৰ নতুন সেতু: আজি উদ্বোধন হ’ব ‘কুমাৰ ভাস্কৰ বৰ্মা সেতু’ #guwahati

TIME8 News (@time8news) 's Twitter Profile Photo

-২০১৯ চনৰ পুলৱামা ঘটনাৰ শ্বহীদ বীৰ জোৱানক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। #PulwamaAttack #NarendraModi

-২০১৯ চনৰ পুলৱামা ঘটনাৰ শ্বহীদ বীৰ জোৱানক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
#PulwamaAttack #NarendraModi
TIME8 News (@time8news) 's Twitter Profile Photo

-মৰাণৰ আকাশত দৃষ্টিনন্দন এয়াৰ শ্ব' উপভোগ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ #assam #NarendraModi

-মৰাণৰ আকাশত দৃষ্টিনন্দন এয়াৰ শ্ব' উপভোগ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
#assam #NarendraModi
TIME8 News (@time8news) 's Twitter Profile Photo

-ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল অসমবাসী -মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ নৰেন্দ্ৰ মোদীৰ বিমান #firstairstrip

TIME8 News (@time8news) 's Twitter Profile Photo

-মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান অৱতৰণ -C130 হাৰ্কিউলিচ বিমানেৰে অৱতৰণ মৰাণৰ ELFত #NarendraModi #emergencylandingfacility

TIME8 News (@time8news) 's Twitter Profile Photo

-মৰাণৰ আকাশত গৰজি উঠিল সুখয়, ৰাফেল আৰু হাৰ্কিউলিচ C 130J -প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা একেলগে বহি উপভোগ কৰিলে এয়াৰ শ্ব' #airshow #assam #NarendraModi #himantabiswasarma

TIME8 News (@time8news) 's Twitter Profile Photo

- ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ল অসমবাসী -মৰাণৰ আকাশত বায়ু সেনাৰ বিশেষ এয়াৰ শ্ব' #moran #assam #EmergenceRunwayOnHighway

TIME8 News (@time8news) 's Twitter Profile Photo

-মৰাণৰ হাইৱেত অৱতৰণ কৰিলে বায়ুসেনাৰ বিমান কিন্তু সুখী নহয় গৌৰৱ গগৈ। #gauravgogoi

-মৰাণৰ হাইৱেত অৱতৰণ কৰিলে বায়ুসেনাৰ বিমান কিন্তু সুখী নহয় গৌৰৱ গগৈ।
#gauravgogoi
TIME8 News (@time8news) 's Twitter Profile Photo

-সংকটত আফগানিস্তানৰ দল -হৃদৰোগত আক্ৰান্ত কে চি ৰামা সুব্ৰমণিয়ান #Afghanistan #T20WorldCup2026

-সংকটত আফগানিস্তানৰ দল 
-হৃদৰোগত আক্ৰান্ত কে চি ৰামা সুব্ৰমণিয়ান
#Afghanistan #T20WorldCup2026
TIME8 News (@time8news) 's Twitter Profile Photo

-'মৰাণত যুদ্ধবিমানৰ এয়াৰ শ্ব'ৰ পৰা কি লাভ হব অসমীয়াৰ?' -'মৰাণত যুদ্ধবিমানৰ এয়াৰ শ্ব' চাবলৈ প্ৰধানমন্ত্ৰী অহাৰ কি প্ৰয়োজন?' -গৌৰৱ গগৈৰ লগতে সুৰ মিলাই অখিল গগৈৰ মন্তব্য #akhilgogoi #airshow

TIME8 News (@time8news) 's Twitter Profile Photo

-গুৱাহাটী বাসীৰ বাবে উপহাৰ হিচাপে ১০০খন ইলেক্ট্ৰিক বাছ মুকলি কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে । #Guwahati #electricbus

TIME8 News (@time8news) 's Twitter Profile Photo

-গুৱাহাটী-উঃ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে #NarendraModi