Sujit Kumar Nath (@sujitkumarnath0) 's Twitter Profile
Sujit Kumar Nath

@sujitkumarnath0

Working at Reserve Bank of India || B Tech in ECE, NIT Silchar (2017-21)

ID: 859278287176163328

calendar_today02-05-2017 05:28:03

2,2K Tweet

1,1K Followers

343 Following

Sarat Neog (@sarat65neog) 's Twitter Profile Photo

আমাৰ ভুল হয়.. দাঙৰ- ডাঙৰ (শুদ্ধ..) প্ৰভূ - প্ৰভু পুজা - পূজা দৰ্শণ - দৰ্শন ভেকুলি - ভেকুলী ভুত - ভূত (ভূতনাথ) মূখ্য - মুখ্য (মন্ত্ৰী) ৰছনা - ৰচনা তপশ্যা - তপস্যা ধুকাল - ঢুকাল ( মানুহজন ঢুকাল) গৃহিত - গৃহীত জুতা - জোতা

Sujit Kumar Nath (@sujitkumarnath0) 's Twitter Profile Photo

কাইলৈ আৰু পৰহিলৈ চকা বন্ধৰ আহ্বান মটৰ শ্ৰমিক সংস্থাৰ। কিন্তু কাইলৈ মেট্ৰিক পৰীক্ষা আছে। তাৰ মাজত এই বন্ধ দিয়াটো মূৰ্খামিৰ পৰিচয়। সকলোৰে ব্যক্তিগত বাহন নাথাকে। যদি পাৰে বন্ধটো উঠাই লওঁক। ছাত্ৰ-ছাত্ৰীসকল, পৰীক্ষালৈ অলপ সোনকালে ওলাই যাবা কাইলৈ ( যিসকলৰ ব্যক্তিগত বাহন নাই)

Sujit Kumar Nath (@sujitkumarnath0) 's Twitter Profile Photo

যেতিয়া মই কমন দিয়া প্ৰায় গোটেই বোৰ প্ৰশ্নই আহিছিল বিজ্ঞানত

যেতিয়া মই কমন দিয়া প্ৰায় গোটেই বোৰ প্ৰশ্নই আহিছিল বিজ্ঞানত
হিমাংশু প্ৰীতম ৰাজ🇮🇳 (@himangshu9066) 's Twitter Profile Photo

Sujit Kumar Nath হয় ছাৰ..মূৰ্খামী বুলি কম এইয়া।।আমাৰ পৰীক্ষা চেন্টাৰ ৬ ৭ কিঃমিঃ দূৰত হয়...কথাবোৰ ভালদৰে বিবেচনা কৰি চালে ভাল হয়। Himanta Biswa Sarma Ranoj Pegu Dilip Saikia 🇮🇳

Sujit Kumar Nath (@sujitkumarnath0) 's Twitter Profile Photo

আজিৰ সমাজ বিজ্ঞান পৰীক্ষাৰ পাছত ছাত্ৰ-ছাত্ৰীৰ মন্তব্য।

আজিৰ সমাজ বিজ্ঞান পৰীক্ষাৰ পাছত ছাত্ৰ-ছাত্ৰীৰ মন্তব্য।
Minak$hi.. (@barman_mnkshi) 's Twitter Profile Photo

#YouTube চেনেল খুলি Creative ৰ বিষয়ৰ ওপৰত video বনাওঁক ! এইবোৰ আকৌ কিহৰ পাগলামী আজি মালপোৱা বনালোঁ, মাহীৰ ঘৰলৈ গৈ আছো আপোনালোকে চাই থাকিব.. 😑😑

Sujit Kumar Nath (@sujitkumarnath0) 's Twitter Profile Photo

সকলোকে আমাৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আগন্তুক অসমীয়া নৱবৰ্ষই যেন সকলোৰে জীৱনলৈ সুখ আৰু শান্তি কঢ়িয়াই আনক।

সকলোকে আমাৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আগন্তুক অসমীয়া নৱবৰ্ষই যেন সকলোৰে জীৱনলৈ সুখ আৰু শান্তি কঢ়িয়াই আনক।
Sujit Kumar Nath (@sujitkumarnath0) 's Twitter Profile Photo

সকলোৰে আশীৰ্বাদৰ বলতেই আজি ভাৰত চৰকাৰৰ আটাইতকৈ পুৰণি আৰু দ্বিতীয় বৃহত্তম চৰকাৰী বেংক : পঞ্জাৱ নেচনেল বেংকত যোগদান কৰিলোঁ।

সকলোৰে আশীৰ্বাদৰ বলতেই আজি ভাৰত চৰকাৰৰ আটাইতকৈ পুৰণি আৰু দ্বিতীয় বৃহত্তম চৰকাৰী বেংক : পঞ্জাৱ নেচনেল বেংকত যোগদান কৰিলোঁ।
Sujit Kumar Nath (@sujitkumarnath0) 's Twitter Profile Photo

I have resigned from Punjab National Bank after two months of service. This was my first govt Job. Learnt a lot in these two months.

I have resigned from Punjab National Bank after two months of service. This was my first govt Job. Learnt a lot in these two months.
Pankaj Bhattacharjee (@pankajbhatta) 's Twitter Profile Photo

ভাৰতৰ ভিতৰত ইতিহাস সৃষ্টি কৰিলে চাবুৱাৰ ডিকম AFT Techno Trade-ৰ গ’ল্ডেন পাৰ্ল টিয়ে।কলিকতাৰ চাহ নিলাম কেন্দ্ৰত ১,৫১,০০১ টকাত বিক্ৰী হ'ল এক কিলোগ্ৰাম গ’ল্ডেন পাৰ্ল টি। AFT Techno Trade-ৰ গ’ল্ডেন পাৰ্ল টিয়ে সৃষ্টি কৰিলে নতুন ইতিহাস। #Assam #Tea

ভাৰতৰ ভিতৰত ইতিহাস সৃষ্টি কৰিলে চাবুৱাৰ ডিকম AFT Techno Trade-ৰ গ’ল্ডেন পাৰ্ল টিয়ে।কলিকতাৰ চাহ নিলাম কেন্দ্ৰত ১,৫১,০০১ টকাত বিক্ৰী হ'ল এক কিলোগ্ৰাম গ’ল্ডেন পাৰ্ল টি।  AFT Techno Trade-ৰ গ’ল্ডেন পাৰ্ল টিয়ে সৃষ্টি কৰিলে নতুন ইতিহাস।
#Assam #Tea
Sujit Kumar Nath (@sujitkumarnath0) 's Twitter Profile Photo

এনেকুৱা মেছেজ বোৰে আৰু উৎসাহ দিয়ে। Maths and Physics Hub : youtube.com/@mathsandphysi…

এনেকুৱা মেছেজ বোৰে আৰু উৎসাহ দিয়ে।
Maths and Physics Hub : youtube.com/@mathsandphysi…