Pankaj Bhattacharjee(@pankajbhatta) 's Twitter Profileg
Pankaj Bhattacharjee

@pankajbhatta

Tweets are personal,
Retweeting doesn't mean endorsement.

ID:289828589

calendar_today29-04-2011 08:41:03

14,7K Tweets

8,1K Followers

1,2K Following

Pankaj Bhattacharjee(@pankajbhatta) 's Twitter Profile Photo

আজি কিছু সময়ৰ আগতে বেলতলা বজাৰত শাক পাচলি কিনি থকা সময়ত দেখা পালো দুই বান্ধবী জনপ্ৰিয় অসমৰ কণ্ঠশিল্পী শান্তা শৰ্মা উজীৰ আৰু সন্ধ্যা মেনন বাইদেউক।
আজিৰ প্ৰজন্মৰ গ্লেমাৰ সৰ্বস্ৰ জগতখনত এনেবোৰ দৃশ্য পোৱাতো কঠিন!

আজি কিছু সময়ৰ আগতে বেলতলা বজাৰত শাক পাচলি কিনি থকা সময়ত দেখা পালো দুই বান্ধবী জনপ্ৰিয় অসমৰ কণ্ঠশিল্পী শান্তা শৰ্মা উজীৰ আৰু সন্ধ্যা মেনন বাইদেউক। আজিৰ প্ৰজন্মৰ গ্লেমাৰ সৰ্বস্ৰ জগতখনত এনেবোৰ দৃশ্য পোৱাতো কঠিন! #Guwahati
account_circle
Pankaj Bhattacharjee(@pankajbhatta) 's Twitter Profile Photo

দুখ লাগিল, এটি সম্পদ নোহোৱা হ'ল , আমাৰ মাজৰ পৰা !
বিশিষ্ট উদ্ভিদ বিজ্ঞানী , লোক সংস্কৃতিৰ গৱেষক, প্ৰকৃতিবিদ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক , চ্যু কা ফা বঁটা প্ৰাপক ড° পদ্মেশ্বৰ গগৈ চাৰৰ দেহাৱসান।

দুখ লাগিল, এটি সম্পদ নোহোৱা হ'ল , আমাৰ মাজৰ পৰা ! বিশিষ্ট উদ্ভিদ বিজ্ঞানী , লোক সংস্কৃতিৰ গৱেষক, প্ৰকৃতিবিদ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক , চ্যু কা ফা বঁটা প্ৰাপক ড° পদ্মেশ্বৰ গগৈ চাৰৰ দেহাৱসান।
account_circle
Pankaj Bhattacharjee(@pankajbhatta) 's Twitter Profile Photo

ৰাজ্যত সুৰা বিক্ৰী বৃদ্ধিৰ নিৰ্দেশ আবকাৰী বিভাগৰ।
হিতাধিকাৰী সৃষ্টি কৰাটোৱেই মূল লক্ষ্য হিচাবে লোৱা চৰকাৰৰ হাতত ধন নাই কি কৰিব !ধাৰ লৈ লৈ এতিয়া ধাৰ দিয়াও নাইকীয়া হ'ল চাগে। লাখপতি হবলৈ বাইদেউ সাজু হৈ আছেই নহয়! মদ বিক্ৰী কমাৰ পিছতেই এই নিৰ্দেশ! তথাপিও ওফাইদাং মাৰিবলৈ এৰা নাই!

ৰাজ্যত সুৰা বিক্ৰী বৃদ্ধিৰ নিৰ্দেশ আবকাৰী বিভাগৰ। হিতাধিকাৰী সৃষ্টি কৰাটোৱেই মূল লক্ষ্য হিচাবে লোৱা চৰকাৰৰ হাতত ধন নাই কি কৰিব !ধাৰ লৈ লৈ এতিয়া ধাৰ দিয়াও নাইকীয়া হ'ল চাগে। লাখপতি হবলৈ বাইদেউ সাজু হৈ আছেই নহয়! মদ বিক্ৰী কমাৰ পিছতেই এই নিৰ্দেশ! তথাপিও ওফাইদাং মাৰিবলৈ এৰা নাই!
account_circle
Pankaj Bhattacharjee(@pankajbhatta) 's Twitter Profile Photo

আমেৰিকাৰ হার্ভার্ড বিশ্ববিদ্যালয়ে আজি ঘোষণা কৰা মতে অসমীয়া লেখক সাহিত্যিক আৰুণি কাশ্যপলৈ চলিত বছৰৰ ৰেডক্লিফ ফেল’শ্বিপ প্ৰদান কৰা হৈছে ৷ হাৰ্ভাৰ্ড বিশ্ববিদ্যলয়ৰ ৰেডক্লিফ ইনষ্টিটিউট
অৱ এডভান্স ষ্টাডিজে বছৰি বিশ্বৰ ৫০ জন ব্যক্তিলৈ এই সন্মান প্ৰদান কৰে ৷
radcliffe.harvard.edu/people/aruni-k…

আমেৰিকাৰ হার্ভার্ড বিশ্ববিদ্যালয়ে আজি ঘোষণা কৰা মতে অসমীয়া লেখক সাহিত্যিক আৰুণি কাশ্যপলৈ চলিত বছৰৰ ৰেডক্লিফ ফেল’শ্বিপ প্ৰদান কৰা হৈছে ৷ হাৰ্ভাৰ্ড বিশ্ববিদ্যলয়ৰ ৰেডক্লিফ ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজে বছৰি বিশ্বৰ ৫০ জন ব্যক্তিলৈ এই সন্মান প্ৰদান কৰে ৷ radcliffe.harvard.edu/people/aruni-k…
account_circle
Pankaj Bhattacharjee(@pankajbhatta) 's Twitter Profile Photo

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ জামিন৷ ১জুন পৰ্যন্ত অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ৷ আজিয়েই তিহাৰ কাৰাগাৰৰ পৰা ওলাই অহাৰ সম্ভাৱনা কেজৰিৱালৰ৷
প্ৰথম ৩টা পৰ্যায়ত দেশত সম্পন্ন হোৱা ২৮৩খন আসনত ভোটগ্ৰহণৰ পিছতেই এই খবৰ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ জামিন৷ ১জুন পৰ্যন্ত অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ৷ আজিয়েই তিহাৰ কাৰাগাৰৰ পৰা ওলাই অহাৰ সম্ভাৱনা কেজৰিৱালৰ৷ প্ৰথম ৩টা পৰ্যায়ত দেশত সম্পন্ন হোৱা ২৮৩খন আসনত ভোটগ্ৰহণৰ পিছতেই এই খবৰ।
account_circle
Pankaj Bhattacharjee(@pankajbhatta) 's Twitter Profile Photo

নিৰ্বাচন শেষ! মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰিয়ালৰ সৈতে ভ্ৰমণ অখিল গগৈৰ।

নিৰ্বাচন শেষ! মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰিয়ালৰ সৈতে ভ্ৰমণ অখিল গগৈৰ।
account_circle
Pankaj Bhattacharjee(@pankajbhatta) 's Twitter Profile Photo

IPL আৰম্ভ হওতেই কৈছিলো এই প্ৰতিযোগিতাই খেলৰ সৌন্দয্য শেষ কৰিব, কাৰণ ইয়াত বেপাৰী সোমাল!
কালি ৰ লক্ষ্ণৌ হায়দৰাবাদৰ হাতত পৰাস্ত হোৱাৰ পিছতেই খেলপথাৰত থিয় হৈ অধিনায়ক কে এল ৰাহুলৰ সৈতে মালিক সঞ্জীৱ গোৱেংকা কাজিয়াত লিপ্ত হোৱা ঘটনাই ইয়াকেই সূচাইছে!

IPL আৰম্ভ হওতেই কৈছিলো এই প্ৰতিযোগিতাই খেলৰ সৌন্দয্য শেষ কৰিব, কাৰণ ইয়াত বেপাৰী সোমাল! কালি #IPL ৰ লক্ষ্ণৌ হায়দৰাবাদৰ হাতত পৰাস্ত হোৱাৰ পিছতেই খেলপথাৰত থিয় হৈ #LSG অধিনায়ক কে এল ৰাহুলৰ সৈতে মালিক সঞ্জীৱ গোৱেংকা কাজিয়াত লিপ্ত হোৱা ঘটনাই ইয়াকেই সূচাইছে!
account_circle
Pankaj Bhattacharjee(@pankajbhatta) 's Twitter Profile Photo

ঘোষণা হ'ল ২০২৪বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল।উৰ্ত্তীণৰ হাৰ ৮৮.৬৪%
কলা শাখাত উৰ্ত্তীণৰ হাৰ ৮৯.১৮শতাংশ
বিজ্ঞান শাখাত ৮৯.৮৮শতাংশ
বাণিজ্য শাখাত ৮৭.৮০শতাংশ
কলা শাখাত শীৰ্ষত বাক্সা
বিজ্ঞানৰ শীৰ্ষত তামুলপুৰ
বাণিজ্যৰ শীৰ্ষত বজালী জিলা।
এইবাৰ স্থানপ্ৰাপ্ত নাই।

account_circle
Pankaj Bhattacharjee(@pankajbhatta) 's Twitter Profile Photo

কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল৷ পুৱা ৯ বজাত আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ফলাফল। এইবাৰ পৰীক্ষাৰ্থী আছিল ২,৮০,২১৬ গৰাকী। ছাত্ৰৰ সংখ্যা আছিল ১,৩৯,৪৮৬ আৰু ছাত্ৰীৰ সংখ্যা ১,৪২,৭৩২ গৰাকী। কলা শাখাত ২,০৬, ৪৮৭ জন বিজ্ঞান শাখাত ৫৪,২৮৭ জন আৰু বাণিজ্যত ১৭,৫৮২জন।

account_circle
Pankaj Bhattacharjee(@pankajbhatta) 's Twitter Profile Photo

গহপুৰৰ বগা ঘোৰা ৰঙা কৰাৰ কাহিনী এইকেইদিন চৰ্চাত। মমিন আলীৰ পোহনীয়া বগা ঘোঁৰা সেন্দূৰ সানি ৰঙা কৰা মহিলা সকলক কি কব! ডাঙৰীয়া বুলি সাবতি ধৰি ঘোঁৰা দুটাক কোনোদিন এৰি নিদিয়াৰো সংকল্প লৈছিল সেই সকল মহিলাই।
প্ৰলোভন দি থাকিবলৈ মহিলাসকল এনেকৈয়েই থকাতো বিচাৰে ৰাজনৈতিক দলৰ নেতাই!

গহপুৰৰ বগা ঘোৰা ৰঙা কৰাৰ কাহিনী এইকেইদিন চৰ্চাত। মমিন আলীৰ পোহনীয়া বগা ঘোঁৰা সেন্দূৰ সানি ৰঙা কৰা মহিলা সকলক কি কব! ডাঙৰীয়া বুলি সাবতি ধৰি ঘোঁৰা দুটাক কোনোদিন এৰি নিদিয়াৰো সংকল্প লৈছিল সেই সকল মহিলাই। প্ৰলোভন দি থাকিবলৈ মহিলাসকল এনেকৈয়েই থকাতো বিচাৰে ৰাজনৈতিক দলৰ নেতাই!
account_circle
Pankaj Bhattacharjee(@pankajbhatta) 's Twitter Profile Photo

ক'ভিশ্বীল্ডৰ পাৰ্শ্বক্ৰিয়া ধৰা পৰাৰ পাছতে বিশ্বৰ বজাৰৰ পৰা প্ৰত্যাহাৰ কৰে ক'ভিশ্বীল্ড, নিৰ্মাতা এষ্ট্ৰাজেনেকাই। ক'ভিশ্বীল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত GMCHৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ক'লে আমাৰ ইয়াত তেনে অভিযোগ এতিয়ালৈকে পোৱা নাই।

আকৌ বিতৰ্কত IAS বৰ্ণালী ডেকা।এইবাৰ সহকৰ্মীয়ে আনিলে মানসিক হাৰাশাস্তি আৰু দুব্যবহাৰৰ অভিযোগ আনিলে নলবাৰীৰ জিলা আয়ুক্ত গৰাকীৰ বিৰুদ্ধে।পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া অৰ্পণা শৰ্মাই আনিলে অভিযোগ। নিশাই নলবাৰী সদৰ থানাত দিলে এজাহাৰ। গোচৰ লবৰ বাবে আৰক্ষী অধীক্ষকৰ পৰা অনুমতি বিচাৰিছে।

account_circle
Pankaj Bhattacharjee(@pankajbhatta) 's Twitter Profile Photo

এইবাৰৰ লোকসভা নিৰ্বাচনত অসমৰ ১৪ টা সমষ্টিৰ মুঠ ১৪০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত নিজে ঘোষণা কৰা সম্পত্তি মতে শীৰ্ষৰ ১০ জন ধনী প্ৰাৰ্থীৰ তালিকাখন দিলো 👇
ধন সৰ্বস্ৰ আজিৰ ৰাজনীতিত এইকেইজনৰ ফলাফল কি হয় ৪ জুনত ওলাব। কি হ'ব বুলি ভাবিছে এওলোকৰ দিল্লী যাত্ৰা সম্পৰ্কে।

এইবাৰৰ লোকসভা নিৰ্বাচনত অসমৰ ১৪ টা সমষ্টিৰ মুঠ ১৪০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত নিজে ঘোষণা কৰা সম্পত্তি মতে শীৰ্ষৰ ১০ জন ধনী প্ৰাৰ্থীৰ তালিকাখন দিলো 👇 ধন সৰ্বস্ৰ আজিৰ ৰাজনীতিত এইকেইজনৰ ফলাফল কি হয় ৪ জুনত ওলাব। কি হ'ব বুলি ভাবিছে এওলোকৰ দিল্লী যাত্ৰা সম্পৰ্কে।
account_circle
Pankaj Bhattacharjee(@pankajbhatta) 's Twitter Profile Photo

কৃষ্ণচূড়া কৃষ্ণচূড়া কৃষ্ণচূড়া
কৃষ্ণচূড়া তোমাৰ প্ৰাণৰ
ৰঙেৰে মোৰো জীৱন
এবাৰ ৰঙাই তোলা
কৃষ্ণচূড়া কৃষ্ণচূড়া...

কৃষ্ণচূড়া কৃষ্ণচূড়া কৃষ্ণচূড়া কৃষ্ণচূড়া তোমাৰ প্ৰাণৰ ৰঙেৰে মোৰো জীৱন এবাৰ ৰঙাই তোলা কৃষ্ণচূড়া কৃষ্ণচূড়া...
account_circle
Pankaj Bhattacharjee(@pankajbhatta) 's Twitter Profile Photo

নিৰ্বাচন আয়োগৰ তথ্য মতে আজি ভোটদানৰ সামৰণি ৫ বজাত 60.19% ভোটদান হৈছে। যোৱা দুটা নিৰ্বাচনৰ পিছত আয়োগে সামৰণিৰ সময়ত দিয়া তথ্য প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ১১ দিন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ৪ দিনৰ পিছত যি ভোটদান হোৱা বুলি জনালে সেই পাৰ্থক্য দেখি আয়োগৰ ভুমিকাও সন্দেহৰ আৰ্বতত!

বিয়লী ৫ বজালৈকে অসমৰ ৪ সমষ্টিত ভোটদানৰ হাৰ ৭৪.৮৬ শতাংশ।
গুৱাহাটী ৬৭.৬৮ শতাংশ।
বৰপেটা ৭৬.২০ শতাংশ।
ধুবুৰী ৬৫.৫১ শতাংশ।
কোকৰাঝাৰ ৭৪.২৪ শতাংশ।

বিয়লী ৫ বজালৈকে অসমৰ ৪ সমষ্টিত ভোটদানৰ হাৰ ৭৪.৮৬ শতাংশ। গুৱাহাটী ৬৭.৬৮ শতাংশ। বৰপেটা ৭৬.২০ শতাংশ। ধুবুৰী ৬৫.৫১ শতাংশ। কোকৰাঝাৰ ৭৪.২৪ শতাংশ। #LokSabhaElections2024 #Assam
account_circle
Pankaj Bhattacharjee(@pankajbhatta) 's Twitter Profile Photo

আজি শক্তিপীঠ কামাখ্যাত বলিউডৰ অভিনেত্ৰী শিল্পা ছেট্টী আৰু পৰিয়াল বৰ্গ মন্দিৰত উপস্থিত হৈ যজ্ঞ, কুমাৰী পূজা সম্পন্ন কৰে।

আজি শক্তিপীঠ কামাখ্যাত বলিউডৰ অভিনেত্ৰী শিল্পা ছেট্টী আৰু পৰিয়াল বৰ্গ মন্দিৰত উপস্থিত হৈ যজ্ঞ, কুমাৰী পূজা সম্পন্ন কৰে।
account_circle
Pankaj Bhattacharjee(@pankajbhatta) 's Twitter Profile Photo

বিয়লী ৩বজালৈকে অসমৰ ৪ সমষ্টিত ভোটদানৰ হাৰ
গুৱাহাটী ৫৭.৪৬ শতাংশ।
বৰপেটা ৬৫.২০ শতাংশ।
ধুবুৰী ৬৫.৫১ শতাংশ।
কোকৰাঝাৰ ৬৩.৬৪ শতাংশ।

বিয়লী ৩বজালৈকে অসমৰ ৪ সমষ্টিত ভোটদানৰ হাৰ গুৱাহাটী ৫৭.৪৬ শতাংশ। বৰপেটা ৬৫.২০ শতাংশ। ধুবুৰী ৬৫.৫১ শতাংশ। কোকৰাঝাৰ ৬৩.৬৪ শতাংশ। #LokSabhaElections2024
account_circle
Pankaj Bhattacharjee(@pankajbhatta) 's Twitter Profile Photo

প্ৰতিকূল বতৰে ভোটাধিকাৰ সাব্যস্ত কৰাত সমস্যাত পেলাইছে গুৱাহাটী মহানগৰীৰ ভোটাৰক। ইফালে, বৰষুণে বুৰাইছে মহানগৰীৰ ৰাজপথ।

প্ৰতিকূল বতৰে ভোটাধিকাৰ সাব্যস্ত কৰাত সমস্যাত পেলাইছে গুৱাহাটী মহানগৰীৰ ভোটাৰক। ইফালে, বৰষুণে বুৰাইছে মহানগৰীৰ ৰাজপথ। #LokSabhaElection2024
account_circle