SFI ASSAM
@sfiassam
Official account | SFI | ASSAM STATE COMMITTEE
ID: 3010152516
http://www.sficec.org 05-02-2015 12:59:41
434 Tweet
1,1K Followers
22 Following
*অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ কুৰিদিনীয়া আন্দোলনৰ পাছতো গা নলৰিল চৰকাৰৰ* *সন্মিলনীৰ দাবী মানি লৈ অতি শীঘ্ৰেই প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰকঃ এছএফআই* শিক্ষামন্ত্ৰীয়ে শিক্ষকক ভাবুকি দিয়াৰ পৰিৱৰ্তে প্ৰাথমিক শিক্ষকৰ সমস্যা সমাধান কৰাত গুৰুত্ব দিয়ক Ranoj Pegu Himanta Biswa Sarma
Our stand on the discrepancies in the exam centre of CUET. Himanta Biswa Sarma Ranoj Pegu Ministry of Education Please help the students immediately so that they can appear in the exam. #CUET
স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চৰকাৰী পৰ্টেল খোলাৰ পিছত, আবেদন কৰাৰ পিছত যদি আকৌ কলেজৰ ৱেবচাইটত গৈ ফৰ্ম ফিল আপ কৰিব লাগে, তেন্তে চৰকাৰী পৰ্টেল খোলাৰ প্ৰয়োজনীয়তা ক'ত??? Ranoj Pegu Himanta Biswa Sarma
Bodoland University's decision to change the medium of undergraduate examination to English only should be withdrawn: SFI Provide opportunities to sit for examinations in one's own mother tongue Ranoj Pegu Himanta Biswa Sarma
Income Certificate is necessary for UG admission in the 2023-24 academic year but they were not issued till today.SFI submitted a memorandum to the Mariani Revenue Circle Office today and a provisional certificate was issued by the authorities with immediate effect.SFI JORHAT
Students dictating Dress Code to female teachers! Wear Mekhela Chador not Salwar Kameej is what they are saying in NH Collge. What is the College Authority doing? The Education Minister Ranoj Pegu must ACT NOW.Newly Female Teachers are facing moral policing in many places.
এছ এফ আই অসম ৰাজ্যিক কমিটিৰ মুকলি প্ৰশ্ন বেলেগ কোনো কাৰণত শিক্ষকসকলে চুটি ল'ব নোৱাৰে কিন্তু এই বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে চৰকাৰৰ পক্ষৰ পৰা ইমান হেঁচা প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কি ষড়যন্ত্ৰ লুকাই আছে? Ranoj Pegu
SFI and DYFI have raised the following demands in relation to the Draft Assam College Employees (Provincialisation) Rules 2024.Ranoj Pegu Himanta Biswa Sarma