DYFI Assam (@dyfi_assam) 's Twitter Profile
DYFI Assam

@dyfi_assam

DYFI is a youth organisation that works to highlight the issues of the youths.

ID: 1652636836353961984

calendar_today30-04-2023 11:32:01

70 Tweet

85 Followers

20 Following

DYFI Assam (@dyfi_assam) 's Twitter Profile Photo

পি এম কিষাণ আঁ‌চনিৰ কেলেংকাৰি হৈছে এক সংঘবদ্ধ লুণ্ঠনঃ ডি ৱাই এফ আই। উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী। #dyfi #DYFIAssam

পি এম কিষাণ আঁ‌চনিৰ কেলেংকাৰি হৈছে এক সংঘবদ্ধ লুণ্ঠনঃ ডি ৱাই এফ আই।
উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী।

#dyfi #DYFIAssam
DYFI Assam (@dyfi_assam) 's Twitter Profile Photo

আমি ছবিৰ পক্ষত। আমি চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাৰ পক্ষত।

আমি ছবিৰ পক্ষত।
আমি চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাৰ পক্ষত।
DYFI Assam (@dyfi_assam) 's Twitter Profile Photo

বিকল্প অবিহনে দীঘলীপুখুৰীপাৰৰ পদপথ ব‍্যৱসায়ীক উচ্ছেদ কৰা কাৰ্যক ধিক্কাৰ! We Condemn the Eviction of the Vendors of Dighalipukhuri Without Providing an Alternative Vending Zone.

DYFI Assam (@dyfi_assam) 's Twitter Profile Photo

বিকল্প অবিহনে দীঘলীপুখুৰীপাৰৰ পদপথ ব‍্যৱসায়ীক উচ্ছেদ কৰা কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ। চৰকাৰে যদি ডাঙৰ ডাঙৰ কোম্পানীৰ বাবে ঠাই উলিয়াই দিব পাৰে, আমাৰ অসমৰে কেইজনমান কৰ্ম কৰি খোৱা যুৱক-যুৱতীৰ বাবে অলপ ঠাই উলিয়াব নোৱাৰে নে?

অসমক এনেকৈ প্ৰথম ৫খন উন্নত ৰাজ‍্যৰ ভিতৰত ৰখাৰ কথা ভাবিছে নেকি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে? ইয়াৰ বিপৰীতে ৰাইজৰ হকে নীতি প্ৰস্তুত কৰি দেশৰ ভিতৰতে অনন‍্য হিচাপে তুলি ধৰিছে বাঁওপন্থীসকলে। এয়াই ৰাইজৰ বিকল্পঃ বাঁওবিকল্প।

ডি ৱাই এফ আইৰ উদ্যোগত অহা ১৬ ফেব্ৰুৱাৰী (দেওবাৰে) বিয়লি ৩ঃ৩০ বজাৰ পৰা চান্দমাৰী স্থিত পেঞ্চনাৰ ভৱনত “কমিউনিষ্ট ইষ্টাহাৰঃ এক নতুন পৃথিৱীৰ ৰূপৰেখা” শীৰ্ষক এক আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ।

Fight Against Injustice of APSC (@fightapsc) 's Twitter Profile Photo

#APSC_SCAM #Update 🚨Now, DYFI also accuses CM Himanta Biswa Sarma of playing politics over APSC 📌DYFI also demanded immediate dismissal of all the individuals involved in the APSCscam & public disclosure of the Judicial Inquiry Commission relating to anomalies & malpractices of APSC

#APSC_SCAM #Update
🚨Now, DYFI also accuses CM <a href="/himantabiswa/">Himanta Biswa Sarma</a> of playing politics over APSC

📌DYFI also demanded immediate dismissal of all the individuals involved in the APSCscam &amp; public disclosure of the Judicial Inquiry Commission relating to anomalies &amp; malpractices of APSC
The Assam Tribune (@assamtribuneoff) 's Twitter Profile Photo

The Assam State Committee of the Democratic Youth Federation of India (DYFI) has accused Chief Minister Himanta Biswa Sarma of playing politics over the Assam Public Service Commission (APSC) scam. DYFI expressed shock that nine officers, against whom cases were taken up suo

The Assam State Committee of the Democratic Youth Federation of India (DYFI) has accused Chief Minister Himanta Biswa Sarma of playing politics over the Assam Public Service Commission (APSC) scam.

DYFI expressed shock that nine officers, against whom cases were taken up suo
DYFI Assam (@dyfi_assam) 's Twitter Profile Photo

আমি DYFIৰ ফালৰ পৰা কৈ থকা কথাবোৰ এতিয়া ৰাজহুৱাকৈ প্ৰকাশ পাইছে। ঠগ-প্ৰবঞ্চনাৰে নিযুক্তি প্ৰাপ্ত কিছুমান বিষয়াৰে চলিছে ৰাজ‍্যিক প্ৰশাসন। #DYFI #DYFIAssam #YouthAgainstCorruption #YouthAgainstInjustice

আমি DYFIৰ ফালৰ পৰা কৈ থকা কথাবোৰ এতিয়া ৰাজহুৱাকৈ প্ৰকাশ পাইছে। ঠগ-প্ৰবঞ্চনাৰে নিযুক্তি প্ৰাপ্ত কিছুমান বিষয়াৰে চলিছে ৰাজ‍্যিক প্ৰশাসন।

#DYFI #DYFIAssam #YouthAgainstCorruption 
#YouthAgainstInjustice
DYFI Assam (@dyfi_assam) 's Twitter Profile Photo

ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে এই কামকেইটা কৰক যদি সৎ সাহস আছে। Himanta Biswa Sarma Chief Minister Assam

ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে এই কামকেইটা কৰক যদি সৎ সাহস আছে। <a href="/himantabiswa/">Himanta Biswa Sarma</a> <a href="/CMOfficeAssam/">Chief Minister Assam</a>
DYFI Assam (@dyfi_assam) 's Twitter Profile Photo

এনে পশ্চাদপদ সিদ্ধান্তৰ আমি বিৰোধিতা কৰিছোঁ।

এনে পশ্চাদপদ সিদ্ধান্তৰ আমি বিৰোধিতা কৰিছোঁ।
DYFI Assam (@dyfi_assam) 's Twitter Profile Photo

ৰাজ্যৰ বান পৰিস্থিতি অতি উদ্বেগজনক। ঘৰ-দুৱাৰ, শস্য তথা পোহনীয়া জীৱ-জন্তুকে ধৰি বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক পৰ্যাপ্ত সাহায্য দিয়ক। অন‍্যহাতে বান পৰিস্থিতিত APSC পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা বহুতে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰাটো নিশ্চিত,সেয়ে পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰক।

ৰাজ্যৰ বান পৰিস্থিতি অতি উদ্বেগজনক।
ঘৰ-দুৱাৰ, শস্য তথা পোহনীয়া জীৱ-জন্তুকে ধৰি বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক পৰ্যাপ্ত সাহায্য দিয়ক। অন‍্যহাতে বান পৰিস্থিতিত APSC পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা বহুতে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰাটো নিশ্চিত,সেয়ে পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰক।
DYFI Assam (@dyfi_assam) 's Twitter Profile Photo

📌তেজপুৰ বিশ্ববিদ‍্যালয়ৰ ছাত্ৰ আৰু শৈক্ষিক সমাজে ইতিহাস ৰচিলে 📌আচাৰ্য ৰাজ‍্যপাল আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্লিপ্ততাক নেওচি 📌আইন অনুসৰিয়েই ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি দিলে অভিনন্দন ‼️

📌তেজপুৰ বিশ্ববিদ‍্যালয়ৰ ছাত্ৰ আৰু শৈক্ষিক সমাজে ইতিহাস ৰচিলে
📌আচাৰ্য ৰাজ‍্যপাল আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্লিপ্ততাক নেওচি 
📌আইন অনুসৰিয়েই ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি দিলে
অভিনন্দন ‼️
Fight Against Injustice of APSC (@fightapsc) 's Twitter Profile Photo

🚨Assam APSC scam: Forum alleges threat to Justice Biplab Sharma inquiry report 🚨Forum admin has alleged that weak legal defence by the Assam government may jeopardise the Justice Biplab Sharma Commission report on the APSC scam assamtribune.com/assam/assam-ap… assamtribune.com/assam/assam-ap…

DYFI Assam (@dyfi_assam) 's Twitter Profile Photo

Addressing a press conference, Assam DYFI Secretary Nirangkush Nath alleged that some of the suspended officers are now attempting to mislead the court by concealing crucial facts and even challenged the legality of the Commission report. rediff.com/news/report/dy…