Pranab Jyoti Lahkar (@pranabjlahkar) 's Twitter Profile
Pranab Jyoti Lahkar

@pranabjlahkar

State Executive BJP Assam Pradesh , Vice-Chairman Assam State Transport Corporation

ID: 1896929343189778432

calendar_today04-03-2025 14:23:34

26 Tweet

186 Followers

11 Following

Pranab Jyoti Lahkar (@pranabjlahkar) 's Twitter Profile Photo

ভক্তি, বিশ্বাসৰ আলোকেৰে আলোকিত যাত্ৰা… মুখ্যমন্ত্ৰীৰ ধৰ্মজ্যোতি আঁচনিৰ অধীনত আজি ৩৫ নং নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ ৩৪ নং ৱাৰ্ড, খাৰঘুলি উদয়গিৰিৰ পৰা জাগীৰোডস্থিত দেওশাল মন্দিৰলৈ তীৰ্থভ্ৰমণৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰা বয়োজ্যেষ্ঠসকল আৰু আই-মাতৃসকলক আজি সৌহাৰ্দ্যমূলকভাৱে

Pranab Jyoti Lahkar (@pranabjlahkar) 's Twitter Profile Photo

অসম বিধানসভাৰ অধ্যক্ষ মাননীয় শ্ৰীযুত বিশ্বজিত দৈমাৰী ডাঙৰীয়ালৈ জন্মদিনৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ । তেখেতৰ দূৰদৰ্শিতা, সততা আৰু গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি অটল নিষ্ঠাই অসমৰ বিধানসভাক সদায় শক্তিশালী কৰি আহিছে। আই অসমীৰ সেৱাত সদায় নিষ্ঠাৰে আগবাঢ়ি যাবলৈ ঈশ্বৰে তেখেতক

অসম বিধানসভাৰ অধ্যক্ষ মাননীয় শ্ৰীযুত বিশ্বজিত দৈমাৰী ডাঙৰীয়ালৈ জন্মদিনৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।

তেখেতৰ দূৰদৰ্শিতা, সততা আৰু গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি অটল নিষ্ঠাই অসমৰ বিধানসভাক সদায় শক্তিশালী কৰি আহিছে।

আই অসমীৰ সেৱাত সদায় নিষ্ঠাৰে আগবাঢ়ি যাবলৈ ঈশ্বৰে তেখেতক
Pranab Jyoti Lahkar (@pranabjlahkar) 's Twitter Profile Photo

কৰ্কট ৰোগক প্ৰাথমিক অৱস্থাতে চিনাক্ত কৰি ইয়াৰ প্ৰতিকাৰ কৰা তথা জনসাধাৰণৰ মাজত এই ৰোগৰ ভয়াবহতা আৰু ইয়াৰ বাবে ল'বলগীয়া সাৱধানতা বৃদ্ধি কৰিবৰ বাবেই ৪ ফেব্ৰুৱাৰী তাৰিখে 'বিশ্ব কৰ্কট ৰোগ দিৱস' পালন কৰা হয় ৷ আজিৰ দিনটোত আহক আমি সকলোৱে সজাগতা বৃদ্ধিৰে কৰ্কট ৰোগ নিয়ন্ত্ৰণ কৰাৰ

কৰ্কট ৰোগক প্ৰাথমিক অৱস্থাতে চিনাক্ত কৰি ইয়াৰ প্ৰতিকাৰ কৰা তথা জনসাধাৰণৰ মাজত এই ৰোগৰ ভয়াবহতা আৰু ইয়াৰ বাবে ল'বলগীয়া সাৱধানতা বৃদ্ধি কৰিবৰ বাবেই ৪ ফেব্ৰুৱাৰী তাৰিখে 'বিশ্ব কৰ্কট ৰোগ দিৱস' পালন কৰা হয় ৷

আজিৰ দিনটোত আহক আমি সকলোৱে সজাগতা বৃদ্ধিৰে কৰ্কট ৰোগ নিয়ন্ত্ৰণ কৰাৰ
Pranab Jyoti Lahkar (@pranabjlahkar) 's Twitter Profile Photo

প্ৰতিদিনে নিজৰ কাম সঠিকভাৱে কৰা — ইয়াৰ পৰাই শক্তিশালী কৰ্মসংস্কৃতি গঢ় লৈ উঠে।

প্ৰতিদিনে নিজৰ কাম সঠিকভাৱে কৰা —
ইয়াৰ পৰাই শক্তিশালী কৰ্মসংস্কৃতি গঢ় লৈ উঠে।
Pranab Jyoti Lahkar (@pranabjlahkar) 's Twitter Profile Photo

প্ৰায় ৪০ বছৰ ধৰি বাতৰি কাকতত বগীবিল দলঙৰ অৰ্ধনিৰ্মিত খুঁ‌টাকেইটাৰ সৈতে ফটোখন প্ৰকাশ পাই আহিছিল । এয়া আছিল কংগ্ৰেছ চৰকাৰৰ অসমৰ বাবে কৰা উন্নয়নমূলক কামৰ নমুনা । মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়া নেতৃত্বলৈ অহাৰ পিছত কেৱল বগীবিলেই নহয় ঢলা শদিয়াৰ দলঙো নিৰ্মাণ

Pranab Jyoti Lahkar (@pranabjlahkar) 's Twitter Profile Photo

প্ৰথম দৃষ্টিত কোনেও নকয় যে এইখন এখন চিকিৎসালয় বুলি । মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে মাতৃ আৰু নৱজাতকৰ বাবে উচ্চ মানৰ আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ অর্থে নির্মাণ কৰি উলিয়াইছে গুৱাহাটীৰ মাতৃ আৰু শিশু চিকিৎসালয় ।

Pranab Jyoti Lahkar (@pranabjlahkar) 's Twitter Profile Photo

ভাৰতীয় সংগীত জগতৰ এটি অমৰ নাম হৈছে - লতা মংগেশকাৰ । আজি পুণ্য তিথিত সুৰৰ এই মহান শিল্পীগৰাকীলৈ জনাইছোঁ গভীৰ শ্রদ্ধা আৰু প্ৰণাম । তেওঁৰ মধুৰ কণ্ঠই প্ৰজন্মৰ পাছত প্ৰজন্মক স্পৰ্শ কৰি আহিছে আৰু কৰি থাকিব । তেওঁ নাথাকিলেও, তেওঁৰ সুৰ আৰু স্মৃতি চিৰদিন আমাৰ হৃদয়ত জীয়াই থাকিব ।

ভাৰতীয় সংগীত জগতৰ এটি অমৰ নাম হৈছে - লতা মংগেশকাৰ । আজি পুণ্য তিথিত সুৰৰ এই মহান শিল্পীগৰাকীলৈ জনাইছোঁ গভীৰ শ্রদ্ধা আৰু প্ৰণাম ।

তেওঁৰ মধুৰ কণ্ঠই প্ৰজন্মৰ পাছত প্ৰজন্মক স্পৰ্শ কৰি আহিছে আৰু কৰি থাকিব ।
তেওঁ নাথাকিলেও, তেওঁৰ সুৰ আৰু স্মৃতি চিৰদিন আমাৰ হৃদয়ত জীয়াই থাকিব ।
Pranab Jyoti Lahkar (@pranabjlahkar) 's Twitter Profile Photo

জয় গুৰু শঙ্কৰ 🙏 অসমৰ অন্যতম বৃহৎ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ আজি প্ৰতিষ্ঠা দিৱসৰ পৱিত্ৰ ক্ষণত সমূহ বাপ-বান্ধৱ, আইমাতৃ তথা সেৱক-সেৱিকাক মোৰ শ্ৰদ্ধাভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ‌ । আজিৰে পৰা অহা ৮ ফেব্ৰুৱাৰী তাৰিখলৈকে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জামুগুৰিহাটত

জয় গুৰু শঙ্কৰ 🙏

অসমৰ অন্যতম বৃহৎ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ আজি প্ৰতিষ্ঠা দিৱসৰ পৱিত্ৰ ক্ষণত সমূহ বাপ-বান্ধৱ, আইমাতৃ তথা সেৱক-সেৱিকাক মোৰ শ্ৰদ্ধাভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ‌ ।

আজিৰে পৰা অহা ৮ ফেব্ৰুৱাৰী তাৰিখলৈকে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জামুগুৰিহাটত
Pranab Jyoti Lahkar (@pranabjlahkar) 's Twitter Profile Photo

বিশ্ববিজয়ী ভাৰত 🇮🇳 ১৯ বছৰ অনুৰ্দ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেটত আজি ভাৰতে জয়লাভ কৰি সমগ্ৰ দেশবাসীক অত্যন্ত গৌৰৱান্বিত কৰি তুলিলে। বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক বেটিঙৰ সহায়ত ৪১১ ৰাণ সংগ্ৰহ কৰা ভাৰতৰ ওচৰত ইংলেণ্ডে পৰাজয় স্বীকাৰ কৰিবলগীয়া হয়। যুৱ খেলুৱৈসকলৰ এই অসাধাৰণ প্ৰদৰ্শনে

বিশ্ববিজয়ী ভাৰত 🇮🇳

১৯ বছৰ অনুৰ্দ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেটত আজি ভাৰতে জয়লাভ কৰি সমগ্ৰ দেশবাসীক অত্যন্ত গৌৰৱান্বিত কৰি তুলিলে।

বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক বেটিঙৰ সহায়ত ৪১১ ৰাণ সংগ্ৰহ কৰা ভাৰতৰ ওচৰত ইংলেণ্ডে পৰাজয় স্বীকাৰ কৰিবলগীয়া হয়। যুৱ খেলুৱৈসকলৰ এই অসাধাৰণ প্ৰদৰ্শনে
Pranab Jyoti Lahkar (@pranabjlahkar) 's Twitter Profile Photo

"ওঁ সূৰ্যপুত্ৰায় বিদ্মহে মৃতুৰূপায় ধীমহি তন্নো শনিঃ প্ৰচোদয়াৎ ।" আজি ৩৫ নং নিউ গুৱাহাটী সমষ্টিৰ ৰাধাগোবিন্দ বৰুৱা পথৰ জোনালী পথত অনুষ্ঠিত হোৱা ২৫ তম বাৰ্ষিক শ্ৰীশ্ৰী শনি মহাৰাজৰ পূজা আৰু যজ্ঞত উপস্থিত থকাৰ সৌভাগ্য লাভ কৰিলোঁ । এই অনুষ্ঠানতে পৰিৱেশন হোৱা নাগাৰা নামৰ মধুৰ

"ওঁ সূৰ্যপুত্ৰায় বিদ্মহে মৃতুৰূপায় ধীমহি
তন্নো শনিঃ প্ৰচোদয়াৎ ।"

আজি ৩৫ নং নিউ গুৱাহাটী সমষ্টিৰ ৰাধাগোবিন্দ বৰুৱা পথৰ জোনালী পথত অনুষ্ঠিত হোৱা ২৫ তম বাৰ্ষিক শ্ৰীশ্ৰী শনি মহাৰাজৰ পূজা আৰু যজ্ঞত উপস্থিত থকাৰ সৌভাগ্য লাভ কৰিলোঁ । এই অনুষ্ঠানতে পৰিৱেশন হোৱা নাগাৰা নামৰ মধুৰ
Pranab Jyoti Lahkar (@pranabjlahkar) 's Twitter Profile Photo

Salary paid from Pakistan, not India. Why would an India-based employee be funded by Pakistan? #PakAgentGaurav Paaijaan Gaurav Gogoi

Pranab Jyoti Lahkar (@pranabjlahkar) 's Twitter Profile Photo

Elizabeth Gogoi and Ali Tauqeer Sheikh travelled to India together. Same dates. Same hotel. Not once. Three times. #PakAgentGaurav Paaijaan Gaurav Gogoi

Dainik Asam (@dainikasam) 's Twitter Profile Photo

মুখ্যমন্ত্ৰী ধৰ্মজ্যোতি আঁচনিৰ অধীনত তীৰ্থ ভ্ৰমণ। গুৱাহাটীৰ পৰা বটদ্ৰৱা আৰু মহা মৃত্যুঞ্জয় মন্দিৰ দৰ্শনৰ বাবে গৈছে প্ৰায় তিনি শতাধিক ভক্ত। যাত্ৰাৰ সময়ত ভক্তসকলৰ লগত মত-বিনিময় কৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱ লহকৰে। #DainikAsam | #DainikAsamDigital |