Dainik Asam (@dainikasam) 's Twitter Profile
Dainik Asam

@dainikasam

Official handle of Dainik Asam | 61 years of trusted journalism | Assam’s leading Assamese daily since 1965.

ID: 1966394395911233536

calendar_today12-09-2025 06:52:50

2,2K Tweet

134 Followers

57 Following

Dainik Asam (@dainikasam) 's Twitter Profile Photo

আজি অসম জাতীয় পৰিষদত চামিল হ’ব অজিত কুমাৰ ভূঞাৰ জাতীয় দল অসম। #DainikAsam | #DainikAsamDigital | #DainikAsamUpdates

আজি অসম জাতীয় পৰিষদত চামিল হ’ব অজিত কুমাৰ ভূঞাৰ জাতীয় দল অসম।

#DainikAsam | #DainikAsamDigital | #DainikAsamUpdates
Dainik Asam (@dainikasam) 's Twitter Profile Photo

বঙাইগাঁও জিলাৰ ঝাউকুৰা দ্বিতীয় খণ্ড গাঁৱত অৰুণোদয়কে ধৰি বিভিন্ন আঁচনিৰ পৰা বঞ্চিতৰ প্ৰতিবাদ। ২০ নং পশ্চিম মাজেৰ আলগা গাওঁ পঞ্চায়তৰ সভানেত্ৰী ফজিলা খাতুনৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ। #DainikAsam | #DainikAsamDigital | #DainikAsamUpdates

Dainik Asam (@dainikasam) 's Twitter Profile Photo

বদৰুদ্দিন আজমল হ’ব অসমৰ ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী। অসমৰ খালী হ’বলগীয়া তিনিখন আসনৰ এখনত প্ৰাৰ্থী হ’ব আজমল। জয়ী হ’বলৈ লাগে আজমলে বিচাৰিছে কংগ্ৰেছৰ সমৰ্থন। #DainikAsam | #DainikAsamDigital | #DainikAsamUpdates

বদৰুদ্দিন আজমল হ’ব অসমৰ ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী। অসমৰ খালী হ’বলগীয়া তিনিখন আসনৰ এখনত প্ৰাৰ্থী হ’ব আজমল। জয়ী হ’বলৈ লাগে আজমলে বিচাৰিছে কংগ্ৰেছৰ সমৰ্থন।

#DainikAsam | #DainikAsamDigital | #DainikAsamUpdates
Dainik Asam (@dainikasam) 's Twitter Profile Photo

২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ। ৰাজনীতিৰ বতাহে চুইছে ভোটাৰক। গোলকগঞ্জ বিধানসভা সমষ্টিৰ ভাৰত-বাংলাদেশ সীমান্তৰ ঝাপুশাবাৰী পঞ্চম খণ্ড গাঁৱৰ ৰাইজে কি বিচাৰে? #DainikAsam | #DainikAsamDigital | #AssamElection2026

Dainik Asam (@dainikasam) 's Twitter Profile Photo

ADREত উত্তীৰ্ণ ৪৩৬৯ গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান। নিযুক্তি লাভ কৰি উৎফুল্লিত প্ৰাৰ্থীসকলৰ মন্তব্য। #DainikAsam | #DainikAsamDigital | #DainikAsamUpdates

Dainik Asam (@dainikasam) 's Twitter Profile Photo

কৰ্ণাটকত অসমৰ শ্ৰমিকৰ কৰুণ মৃত্যু। কফি তৈয়াৰ কৰা মেচিনত সোমাই মৃত্যু নজৰ আলীৰ। #DainikAsam | #DainikAsamDigital | #DainikAsamUpdates

কৰ্ণাটকত অসমৰ শ্ৰমিকৰ কৰুণ মৃত্যু। কফি তৈয়াৰ কৰা মেচিনত সোমাই মৃত্যু নজৰ আলীৰ।

#DainikAsam | #DainikAsamDigital | #DainikAsamUpdates
Dainik Asam (@dainikasam) 's Twitter Profile Photo

জামুগুৰিহাটৰ ধলাইবিলত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশন। এই অধিৱেশনত সেৱা আগবঢ়াবলৈ সাজু হৈছে কন্যকা বহুমুখী কৃষি পাম। বিভিন্ন কৃষি আৰু দুগ্ধজাত খাদ্য সামগ্ৰীৰে ভকতক সেৱা আগবঢ়াব কৃষি পামখনে। #DainikAsam | #DainikAsamDigital | #DainikAsamUpdates

Dainik Asam (@dainikasam) 's Twitter Profile Photo

বিয়া নপতাসকলক উপদেশ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিয়া পাতি সন্তান জন্ম দিব নিবিচৰাসকলকো উপদেশ দিলে মুখ্যমন্ত্ৰীয়ে। আজিৰ দিনটোত মুখ্যমন্ত্ৰীৰ কি কি উপদেশ? #DainikAsam | #DainikAsamDigital | #DainikAsamUpdates

Dainik Asam (@dainikasam) 's Twitter Profile Photo

ব্ৰহ্মপুত্ৰ উপত্যকাৰ পিছত এইবাৰ বৰাক উপত্যকাত চলিব অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান। হাইলাকান্দিৰ ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ দামছেৰা অঞ্চলৰ পৰা আৰম্ভ হ’ব এই অভিযান। #DainikAsam | #DainikAsamDigital | #DainikAsamUpdates

Dainik Asam (@dainikasam) 's Twitter Profile Photo

পুহ মাহত নালাগে, মাঘত নতুন চাকৰিত যোগদানৰ পৰামৰ্শ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আজি নিযুক্তিপত্ৰ পোৱা প্ৰাৰ্থীসকলক কি উপদেশ মুখ্যমন্ত্ৰীৰ? #DainikAsam | #DainikAsamDigital | #HimantaBiswaSarma

Dainik Asam (@dainikasam) 's Twitter Profile Photo

ৰাজ্যসভালৈ মন মেলিছে বদৰুদ্দিন আজমলে, কিন্তু কিয় লাগে কংগ্ৰেছৰ সহায়? #DainikAsam | #DainikAsamDigital | #DainikAsamUpdates dainikasam.in/as/news/badrud…

Dainik Asam (@dainikasam) 's Twitter Profile Photo

অসম জাতীয় পৰিষদত চামিল হ’ল অজিত কুমাৰ ভূঞাৰ জাতীয় দল অসম। দল দুটাৰ একত্ৰীকৰণৰ পাছতেই সাংসদ অজিত কুমাৰ ভূঞাৰ মন্তব্য। #DainikAsam | #DainikAsamDigital | #DainikAsamUpdates

Dainik Asam (@dainikasam) 's Twitter Profile Photo

কংগ্ৰেছক প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে এ আই ইউ ডি এফে। ৰাজ্যসভাৰ নিৰ্বাচনত এ আই ইউ ডি এফক লাগে কংগ্ৰেছৰ সহায়। সংবাদমেলত কি ক’লে বিধায়ক আমিনুল ইছলামে? #DainikAsam | #DainikAsamDigital | #DainikAsamUpdates

Dainik Asam (@dainikasam) 's Twitter Profile Photo

অসমক হিন্দী বলয়ত চামিলৰ ষড়যন্ত্ৰ চলাইছে নেকি মন্ত্ৰী অশোক সিংহলে? বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ কি অভিযোগ? #DainikAsam | #DainikAsamDigital | #DainikAsamUpdates

Dainik Asam (@dainikasam) 's Twitter Profile Photo

জানুৱাৰীতেই ফাদিল হ’ব গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্কৰ তথ্য। গগৈৰ পত্নী-সন্তানৰ নাগৰিকত্বক লৈ পুনৰ সৰব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। #DainikAsam | #DainikAsamDigital | #HimantaBiswaSarma

Dainik Asam (@dainikasam) 's Twitter Profile Photo

ৰাইজৰ দলৰ প্ৰাৰ্থীৰ বাবে সমষ্টি নিশ্চিত কৰি সাজু হৈছে অখিল গগৈ। কিন্তু কি হ’ব বিৰোধীৰ মিত্ৰতা? অখিল গগৈৰ স্থিতিৰ বিপৰীতে APCCৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। #DainikAsam | #DainikAsamDigital | #DainikAsamUpdates

Dainik Asam (@dainikasam) 's Twitter Profile Photo

অখিল গগৈয়ে দুটা বা তিনিটা চীট কংগ্ৰেছৰ পৰা ল’ব আৰু তাতেই নিৰ্বাচন খেলিবঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা #DainikAsam | #DainikAsamDigital | #HimantaBiswaSarma

Dainik Asam (@dainikasam) 's Twitter Profile Photo

সাংসদ অজিত কুমাৰ ভূঞা নেতৃত্বাধীন জাতীয় দল অসম লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ সৈতে চামিল হোৱাক লৈ মন্ত্ৰী বিমল বড়াৰ প্ৰতিক্ৰিয়া। #DainikAsam | #DainikAsamDigital | #DainikAsamUpdates

Dainik Asam (@dainikasam) 's Twitter Profile Photo

“অখিল গগৈয়ে নিজৰ দলৰ বাবে দাবী কৰিব পাৰে, কিন্তু মিত্ৰতাৰ টেবুলত সকলোৱে সমিলমিলেৰে সিদ্ধান্ত ল’ব”- জাকিৰ হুছেইন শিকদাৰ। #DainikAsam | #DainikAsamDigital | #DainikAsamUpdates

Dainik Asam (@dainikasam) 's Twitter Profile Photo

সাংসদ অজিত কুমাৰ ভূঞা নেতৃত্বাধীন জাতীয় দল অসমক নিজৰ দল সৈতে একত্ৰিত কৰাৰ পাছত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মন্তব্য। সাংসদ ভূঞাৰ মাৰ্গদৰ্শনেৰে দলক আগুৱাই নিয়াৰ সংকল্প লুৰীণজ্যোতি গগৈৰ। #DainikAsam | #DainikAsamDigital | #DainikAsamUpdates