nilotpal bora (@nilotpalmusic) 's Twitter Profile
nilotpal bora

@nilotpalmusic

Music Composer,Songwriter,Singer and Music Producer

ID: 2158838203

calendar_today27-10-2013 12:55:59

744 Tweet

2,2K Followers

148 Following

nilotpal bora (@nilotpalmusic) 's Twitter Profile Photo

অকণমান সময় উলিয়াই যেন video টো চাই কথাখিনি বুজি উঠে 🙏 Himanta Biswa Sarma #majuli #Assam

nilotpal bora (@nilotpalmusic) 's Twitter Profile Photo

হঠাৎ গুৱাহাটী বিমান বন্দৰত লগ পালো শ্রদ্ধাৰ Dr. Samujjal Bhattacharjya ককাইদেউক।তেখেতৰ লগত মোৰ সম্পৰ্ক বহু পুৰণি,গুৱাহাটীত কলেজত পঢ়ি থকা দিনৰে পৰাই তেখেতক নিচেই কাষৰ পৰা পোৱাৰ সৌভাগ্য হৈছিল।তেতিয়াৰে পৰা এতিয়ালৈ,তেখেতৰ ব্যক্তিত্বই সদায় অনুপ্ৰাণিত কৰে।কুশলে থাকক দাদা।

হঠাৎ গুৱাহাটী বিমান বন্দৰত লগ পালো শ্রদ্ধাৰ  <a href="/SamujjalBhatta/">Dr. Samujjal Bhattacharjya</a> ককাইদেউক।তেখেতৰ লগত মোৰ সম্পৰ্ক বহু পুৰণি,গুৱাহাটীত কলেজত পঢ়ি থকা দিনৰে পৰাই তেখেতক নিচেই কাষৰ পৰা পোৱাৰ সৌভাগ্য হৈছিল।তেতিয়াৰে পৰা এতিয়ালৈ,তেখেতৰ ব্যক্তিত্বই সদায় অনুপ্ৰাণিত কৰে।কুশলে থাকক দাদা।
nilotpal bora (@nilotpalmusic) 's Twitter Profile Photo

পাঠান ছবিখনক কোনোবা দল-সংগঠনে Boycott কৰিছে,সেইয়া তেওঁলোকৰ ব্যক্তিগত সিদ্ধান্ত,কিন্তু তাকেই কৰিবলৈ গৈ এক হিংসাত্মক পথ বাচি লৈ কাৰোবাৰ ক্ষতি কৰি সামাজিক পৰিবেশ বিনষ্ট কৰাটো গ্ৰহণযোগ্য নহয়,গৰিহণা দিছো ।

SANTANU ROWMURIA (@santanurowmuria) 's Twitter Profile Photo

'লৃগাঙৰে ঢুলীয়া ভাগৰি নপৰিবা, বাকী আছে বহু সাধুকথা।' সকলোকে আলি আ:য়ে লৃগাঙৰ শুভেচ্ছা জনালোঁ। #AliAyeLigang #Majuli nilotpal bora

nilotpal bora (@nilotpalmusic) 's Twitter Profile Photo

ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ বহুত বহুত শুভকামনা আৰু মৰম জনাইছোঁ । দেহ-মন ভালে থাকক, ৰঙালী ৰঙৰ হওঁক ।

ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ বহুত বহুত শুভকামনা আৰু মৰম জনাইছোঁ । দেহ-মন ভালে থাকক, ৰঙালী ৰঙৰ হওঁক ।
nilotpal bora (@nilotpalmusic) 's Twitter Profile Photo

Watch “Tarla” on Zee5 & do Share your views in the Comment section. I have composed & sung “Rang Khilein” written by Hussain Haidry , Produced “Papa Why” song. Also I have done the “Background Score” of the film. Really feeling so happy to be a part of this amazing movie.

Watch “Tarla” on Zee5 &amp; do Share your views in the Comment section. 

I have composed &amp; sung “Rang Khilein” written by Hussain Haidry , Produced “Papa Why” song. 
Also I have done the “Background Score” of the film. 
Really feeling so happy to be a part of this amazing movie.
SANTANU ROWMURIA (@santanurowmuria) 's Twitter Profile Photo

বন্ধু হিচাপে বহুত কথাই পাতি থাকো যদিও, আনুষ্ঠানিকভাৱে nilotpal boraৰ সাক্ষাৎকাৰ লৈ এটা সুকীয়া অভিজ্ঞতা হ'ল। PR, AI আদি বিষয়ত নীলোৎপলে কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক'লে। ডী ডী অসমত সম্প্ৰচাৰ হোৱা অনুষ্ঠানটো চাই, আগ্ৰহীসকলে মতামত জনালে ভাল লাগিব। youtu.be/whvraZ1gxQM?si…

nilotpal bora (@nilotpalmusic) 's Twitter Profile Photo

Reality of Indian bank system! If someone wants to resolve his major banking issues, he has to do a FD first. Oshiwara HDFC Bank is continuously threatening my mantel peace! I made a complain 2 or 3 times,either resolving my problems, they want me to do another FD! Why ReserveBankOfIndia ?