New song coming up! Written 13 years ago!
Music by nilotpal bora
Sung by #SubasanaDutta
What? 13 years on Twitter!
Not very frequent on posting, but always look for various news, sports and film updates. Also like to read good threads. Hate and avoid trolls.
#MyTwitterAnniversary
'আমি কেতিয়া Progressive হ'ম? সকলোৰে এটা ব্যক্তিগত জীৱন থাকে। পোচাকত লাগি নাথাকি, আহকচোন আমি কাম কৰোঁ।'
জনপ্ৰিয় শিল্পী দীপলিনা ডেকাৰ সৈতে বাৰ্তালাপ।
চাবলৈ নাপাহৰিব - 'দৃষ্টি আৰু যুক্তি'
মঙলবাৰে - নিশা ৮ বজাত
কেৱল ডী ডী অসমত
#DeeplinaDeka
DD Assam SANTANU ROWMURIA
Popular Singer, Music Director #NilotpalBora 's
musical journey from #Majuli to Mumbai...
Watch him talking about #music , in an exclusive interview with #DDAssam on 25th July (Tuesday) at 8pm, in a new episode of #DrishtiAruJukti
nilotpal bora
SANTANU ROWMURIA
DD Assam
'সুৰৰ দলিচাত কনমানি সপোনৰ অনুভৱ'
জনপ্ৰিয় শিল্পী দীপলিনা ডেকাৰ সৈতে বাৰ্তালাপ
৫ ছেপ্টেম্বৰ, মঙলবাৰে, নিশা ৮ বজাত, কেৱল ডী ডী অসমত।
চাবলৈ নাপাহৰিব 'দৃষ্টি আৰু যুক্তি'
#DeeplinaDeka #DrishtiAruJukti #ddassam
DD Assam
SANTANU ROWMURIA
#Manipur -ৰ সাম্প্ৰতিক পৰিস্থিতি আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সুৰক্ষাত #AssamRifles ৰ ভূমিকা সন্দৰ্ভত আছাম ৰাইফলছৰ সঞ্চালক প্ৰধান লে: জেনেৰেল পি চি নায়াৰৰ সৈতে বাৰ্তালাপ।
আজি নিশা ৭:৩০ বজাত - চাওক #DDAssam ত আৰু আমাৰ ইউটিউব চেনেলত।
The Assam Rifles
DD Assam
SANTANU ROWMURIA
Watch exclusive interview with Lt. Gen. P. C. Nair, DG, Assam Rifles on present situation in #Manipur and its role in the security scenario of #NorthEastIndia ,
at 7:30 PM on Thursday and at 4:30 PM on Friday in #DDAssam
The Assam Rifles
DD Assam
SANTANU ROWMURIA
Exclusive interview with popular singer, music director #NilotpalBora , coming soon on 'Drishti aru Jukti: To the POINT' in #DDAssam channel.
Will also be streamed on YouTube and Facebook:
youtube.com/@DDNewsAssamese
facebook.com/rnuddghy
nilotpal bora
SANTANU ROWMURIA
পৰ্যটন বিভাগৰ সচিব Padmapani Bora IRS ৰ সৈতে অসমৰ পৰ্যটন খণ্ডৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰিলো। ডী ডী অসমৰ 'দৃষ্টি আৰু যুক্তি' অনুষ্ঠানত কাইলৈ নিশা ৮ বজাত এই আলোচনা চাব পাৰিব। ইউটিউবতো অনুষ্ঠানটো চাব পাৰিব।
Awesome Assam
DD News Assamese
DD Assam
#DrishtiAruJukti
#DDNGuwahati #News ডি ডি অসমৰ বিশেষ অনুষ্ঠান দৃষ্টি আৰু যুক্তিত এইবাৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ সৈতে হোৱা সাক্ষাত্কাৰ সম্প্ৰচাৰ কৰা হ'ব।
Achurjya Borpatra SANTANU ROWMURIA
DD Assam AIR News Guwahati
#DDNGuwahati #News ডী ডী অসমৰ বিশেষ অনুষ্ঠান ‘দৃষ্টি আৰু যুক্তি’ৰ আজিৰ খণ্ডত ভাৰতীয় বায়ু সেনাৰ ইষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ মুৰব্বী বিষয়া এয়াৰ মাৰ্শ্বাল এছ পি ধাৰকৰৰ সাক্ষাৎকাৰ সম্প্ৰচাৰ কৰা হ'ব।
DD Assam
SANTANU ROWMURIA
From 'Majuli' to Mumbai... nilotpal bora's musical journey!
Watch the popular singer, music director, talking about music, importance of PR, use of AI in music, in an exclusive interview with #DDAssam , today at 8PM.
DD Assam
SANTANU ROWMURIA
▶️youtube.com/watch?v=whvraZ…
'স্বৰ্গৰথ'ৰ গান 'মন বন্ধু' এতিয়া আপোনালোকৰ হাতত.. পাৰিলে চাব। লগতে শুনিবও...
AnuraG SaikiA
youtu.be/RXQaGSgthIg?si…