JANASANYOGMajuli
@majulidipro
This is the official Twitter Handle of the Office of the District Information & Public Relations Officer, Majuli.
ID: 916523287777128449
07-10-2017 04:39:14
1,1K Tweet
335 Takipçi
198 Takip Edilen
Chaired a meeting with মাজুলী জিলা প্ৰশাসন (MAJULI ZILA PRASASHAN), #ADC & officials of #FCI & #NACOF Majuli regarding procurement of Paddy from the genuine farmers & remunerative prices i.e. 1940.00/qntl to the farmers of the district. Chief Minister Assam JANASANYOGMajuli
সমগ্ৰ দেশৰ লগতে মাজুলী জিলাতো প্ৰশাসনৰ উদ্যোগত গড়মূৰ কাছাৰী মৈদানত দেশৰ ৭৩ সংখ্যক গণতন্ত্ৰ দিৱস কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় পতাকা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি মাননীয় উপায়ুক্ত শ্ৰীযুত পুলক মহন্তই কুছকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। Chief Minister Assam Himanta Biswa Sarma
উক্ত প্ৰতিযোগিতাসমূহৰ অংশগ্ৰহণকাৰীসকলে নিয়মাৱলী আৰু চৰ্তসমূহ ৱেবচাইট website ecisveep.nic.in/contest/.ত চাব পাৰিব।অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ বিষয়সমূহ আৰু প্ৰতিযোগিতাৰ শ্ৰেণী email [email protected] ত মেইল কৰিব লাগিবI