Assam State Disaster Management Authority(@sdma_assam) 's Twitter Profileg
Assam State Disaster Management Authority

@sdma_assam

The Assam State Disaster Management Authority was notified in the year 2007 with the adoption of the Disaster Management Act in the year 2006.

ID:1250673627889991680

linkhttp://asdma.gov.in calendar_today16-04-2020 06:33:38

2,0K Tweets

12,7K Followers

91 Following

Assam State Disaster Management Authority(@sdma_assam) 's Twitter Profile Photo

ঠিক যদু আৰু লখিমীৰ দৰে বতৰৰ পৰিৱৰ্তনৰ প্ৰতি সচেতন হওক আৰু গৰমৰ সৈতে যুঁজিবলৈ কিছুমান সহজ ব্যৱস্থা পালন কৰক I
.

NDMA India | राष्ट्रीय आपदा प्रबंधन प्राधिकरण 🇮🇳 DIPR Assam MyGov Assam JANASANYOG, KAMRUP Chief Minister Assam Jogen Mohan (Modi Ka Parivar)

ঠিক যদু আৰু লখিমীৰ দৰে বতৰৰ পৰিৱৰ্তনৰ প্ৰতি সচেতন হওক আৰু গৰমৰ সৈতে যুঁজিবলৈ কিছুমান সহজ ব্যৱস্থা পালন কৰক I . #heatwave #StaySafe @ndmaindia @diprassam @mygovassam @DistrictKamrup @CMOfficeAssam @JogenMohanAssam
account_circle
Assam State Disaster Management Authority(@sdma_assam) 's Twitter Profile Photo

জীৱন ৰক্ষাৰ দক্ষতা আৰু প্ৰশিক্ষণে দুৰ্যোগ ব্যৱস্থাপনাত মুখ্য ভূমিকা পালন কৰে।আমাৰ দৈনন্দিন জীৱনত চি পি আৰৰ গুৰুত্বৰ বিষয়ে জানো আহঁক।
.

NDMA India | राष्ट्रीय आपदा प्रबंधन प्राधिकरण 🇮🇳 DIPR Assam MyGov Assam PIB in Assam Kamrup Metro District Administration DIPRO, Kamrup Metropolitan District Kamrup District Chief Minister Assam Jogen Mohan (Modi Ka Parivar)

জীৱন ৰক্ষাৰ দক্ষতা আৰু প্ৰশিক্ষণে দুৰ্যোগ ব্যৱস্থাপনাত মুখ্য ভূমিকা পালন কৰে।আমাৰ দৈনন্দিন জীৱনত চি পি আৰৰ গুৰুত্বৰ বিষয়ে জানো আহঁক। . #CPR @ndmaindia @diprassam @mygovassam @PIB_Guwahati @DCKamrupMetro @diprokamrupm @district_kamrup @CMOfficeAssam @JogenMohanAssam
account_circle
Assam State Disaster Management Authority(@sdma_assam) 's Twitter Profile Photo

প্ৰতি বছৰে পানীত ডুবি বহুত মানুহ মৃত্যুমুখত পৰে। সেয়ে এনে হানি ৰোধ কৰিবলৈ কিছু সতৰ্কতামূলক ব্যৱস্থাৰ বিষয়ে জানো আহক।
.

NDMA India | राष्ट्रीय आपदा प्रबंधन प्राधिकरण 🇮🇳 DIPR Assam MyGov Assam PIB in Assam JANASANYOG, KAMRUP DIPRO, Kamrup Metropolitan District Chief Minister Assam Jogen Mohan (Modi Ka Parivar)

প্ৰতি বছৰে পানীত ডুবি বহুত মানুহ মৃত্যুমুখত পৰে। সেয়ে এনে হানি ৰোধ কৰিবলৈ কিছু সতৰ্কতামূলক ব্যৱস্থাৰ বিষয়ে জানো আহক। . #WaterSafety @ndmaindia @diprassam @mygovassam @PIB_Guwahati @DistrictKamrup @diprokamrupm @CMOfficeAssam @JogenMohanAssam
account_circle
Assam State Disaster Management Authority(@sdma_assam) 's Twitter Profile Photo

দুৰ্যোগৰ সময়ত সাঁতোৰৰ দক্ষতা থকাতো অতি প্ৰয়োজনীয়।

বানপানী, চুনামী, নাওঁ দুৰ্ঘটনা আদিত নিজৰ প্ৰাণ ৰক্ষা কৰাৰ লগতে আনক ডুব যোৱাৰ পৰা উদ্ধাৰ কৰাত সহায় কৰা।
.

NDMA India | राष्ट्रीय आपदा प्रबंधन प्राधिकरण 🇮🇳 DIPR Assam MyGov Assam PIB in Assam Chief Minister Assam Jogen Mohan (Modi Ka Parivar)

দুৰ্যোগৰ সময়ত সাঁতোৰৰ দক্ষতা থকাতো অতি প্ৰয়োজনীয়। বানপানী, চুনামী, নাওঁ দুৰ্ঘটনা আদিত নিজৰ প্ৰাণ ৰক্ষা কৰাৰ লগতে আনক ডুব যোৱাৰ পৰা উদ্ধাৰ কৰাত সহায় কৰা। . #swimming #wateremergency @ndmaindia @diprassam @mygovassam @PIB_Guwahati @CMOfficeAssam @JogenMohanAssam
account_circle