SFI ASSAM (@sfiassam) 's Twitter Profile
SFI ASSAM

@sfiassam

Official account | SFI | ASSAM STATE COMMITTEE

ID: 3010152516

linkhttp://www.sficec.org calendar_today05-02-2015 12:59:41

434 Tweet

1,1K Followers

22 Following

DYFI Assam (@dyfi_assam) 's Twitter Profile Photo

৫১ হাজাৰৰ নিযুক্তিৰ ক্ষেত্ৰত নিজৰ পচন্দৰ পদত আগ্ৰাধিকাৰ দিব পৰা সুবিধা প্ৰদান কৰি চূড়ান্ত বাচনি তালিকা প্ৰকাশ কৰক। #stopOverlapping #AssamRecruitment

SFI ASSAM (@sfiassam) 's Twitter Profile Photo

গৃহহীনক "LIFE MISSION " আঁচনিৰে বাসস্থান প্ৰদান কেৰেলা চৰকাৰৰ । গৃহহীন হৈ কোনো যাতে থাকিব নালাগে, তাৰ বাবেই কেৰেলাৰ বাওঁপন্থী চৰকাৰখনৰ এই আঁচনি।বৰ্তমানলৈ প্ৰায় ৪ লাখ লোক এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে । #TheRealKeralaStory #LeftAlternative #keralagovernment

গৃহহীনক "LIFE MISSION " আঁচনিৰে বাসস্থান প্ৰদান কেৰেলা চৰকাৰৰ । গৃহহীন হৈ কোনো যাতে থাকিব নালাগে, তাৰ বাবেই কেৰেলাৰ বাওঁপন্থী  চৰকাৰখনৰ এই আঁচনি।বৰ্তমানলৈ প্ৰায় ৪ লাখ লোক এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে ।
#TheRealKeralaStory
#LeftAlternative
#keralagovernment
SFI ASSAM (@sfiassam) 's Twitter Profile Photo

*অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ কুৰিদিনীয়া আন্দোলনৰ পাছতো গা নলৰিল চৰকাৰৰ* *সন্মিলনীৰ দাবী মানি লৈ অতি শীঘ্ৰেই প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰকঃ এছএফআই* শিক্ষামন্ত্ৰীয়ে শিক্ষকক ভাবুকি দিয়াৰ পৰিৱৰ্তে প্ৰাথমিক শিক্ষকৰ সমস্যা সমাধান কৰাত গুৰুত্ব দিয়ক Ranoj Pegu Himanta Biswa Sarma

SFI ASSAM (@sfiassam) 's Twitter Profile Photo

কমৰেড ৰাভা জীয়াই আছে আমাৰ শ্লোগানে শ্লোগানে, প্ৰতিৰোধ প্ৰতিবাদী মিছিলে মিছিলে...

কমৰেড ৰাভা জীয়াই আছে আমাৰ শ্লোগানে শ্লোগানে,
প্ৰতিৰোধ প্ৰতিবাদী মিছিলে মিছিলে...
SFI ASSAM (@sfiassam) 's Twitter Profile Photo

SFI appeals to the people of the country to join hands for a solidarity programme for the peace restoration process in Manipur on 26th June. #ManipurViolence

SFI appeals to the people of the country to join hands for a solidarity programme for the peace restoration process in Manipur on 26th June.
#ManipurViolence
SFI ASSAM (@sfiassam) 's Twitter Profile Photo

স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চৰকাৰী পৰ্টেল খোলাৰ পিছত, আবেদন কৰাৰ পিছত যদি আকৌ কলেজৰ ৱেবচাইটত গৈ ফৰ্ম ফিল আপ কৰিব লাগে, তেন্তে চৰকাৰী পৰ্টেল খোলাৰ প্ৰয়োজনীয়তা ক'ত??? Ranoj Pegu Himanta Biswa Sarma

স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চৰকাৰী পৰ্টেল খোলাৰ পিছত, আবেদন কৰাৰ পিছত যদি আকৌ কলেজৰ ৱেবচাইটত গৈ ফৰ্ম ফিল আপ কৰিব লাগে, তেন্তে চৰকাৰী পৰ্টেল খোলাৰ প্ৰয়োজনীয়তা ক'ত???
Ranoj Pegu Himanta Biswa Sarma
SFI ASSAM (@sfiassam) 's Twitter Profile Photo

Join us tomorrow,27th June at 6pm. We demand:- 1)Restore peace and normalcy in Manipur. 2) Biren Singh Govt. in Manipur must step down. #Manipur #ManipurViolence

Join us tomorrow,27th June at 6pm.
We demand:-
1)Restore peace and normalcy in Manipur.
2) Biren Singh Govt. in Manipur must step down.
#Manipur #ManipurViolence
SFI ASSAM (@sfiassam) 's Twitter Profile Photo

Candle light march held near Dighalipukhuri,Guwahati by SFI- JYS-DYFI- AIYF-ISO-AISF today for peace restoration in Manipur. #ManipurViolence #ManipurBurning

Candle light march held near Dighalipukhuri,Guwahati by SFI- JYS-DYFI- AIYF-ISO-AISF today for peace restoration in Manipur.
#ManipurViolence #ManipurBurning
SFI ASSAM (@sfiassam) 's Twitter Profile Photo

Bodoland University's decision to change the medium of undergraduate examination to English only should be withdrawn: SFI Provide opportunities to sit for examinations in one's own mother tongue Ranoj Pegu Himanta Biswa Sarma

SFI ASSAM (@sfiassam) 's Twitter Profile Photo

তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্থানীয় পৰ্যায়ত সংগঠিত কৰা আন্দোলনৰ ফলস্বৰূপে ছাত্ৰ বিৰোধী অৰ্ডাৰ উঠাই দি পৰীক্ষাৰ মাধ্যম পূৰ্বৰ দৰে অসমীয়া আৰু ইংৰাজী দুয়োটা বাহাল ৰাখিবলৈ বাধ্য হ'ল বড়োলেণ্ড বিশ্ববিদ্যালয় কর্তৃপক্ষ।

Income Certificate is necessary for UG admission in the 2023-24 academic year but they were not issued till today.SFI submitted a memorandum to the Mariani Revenue Circle Office today and a provisional certificate was issued by the authorities with immediate effect.SFI JORHAT

স্পষ্টীকৰণ: Meraj Ahmed নামৰ এজন ব্যক্তিৰ ফেচবুক একাউণ্টৰ পৰা SFI ক সাঙুৰি এক আপত্তিজনক পোষ্ট কৰা দেখা গৈছে। যাৰ লগত SFI ৰ কোনোধৰণৰ সম্পৰ্ক নাই।ই এক সম্পূৰ্ণ অপপ্ৰচাৰ।এই অপপ্ৰচাৰৰ বিৰুদ্ধে অসম আৰক্ষীক অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনালোঁ। GP Singh Assam Police

স্পষ্টীকৰণ:  Meraj Ahmed নামৰ এজন ব্যক্তিৰ ফেচবুক একাউণ্টৰ পৰা SFI ক সাঙুৰি এক আপত্তিজনক পোষ্ট  কৰা দেখা গৈছে। যাৰ লগত SFI ৰ কোনোধৰণৰ সম্পৰ্ক নাই।ই এক সম্পূৰ্ণ অপপ্ৰচাৰ।এই অপপ্ৰচাৰৰ বিৰুদ্ধে অসম আৰক্ষীক অতি শীঘ্ৰে  বিহিত ব্যৱস্থা  গ্ৰহণ কৰাৰ দাবী জনালোঁ।
GP Singh
Assam Police
SFI ASSAM (@sfiassam) 's Twitter Profile Photo

Students dictating Dress Code to female teachers! Wear Mekhela Chador not Salwar Kameej is what they are saying in NH Collge. What is the College Authority doing? The Education Minister Ranoj Pegu must ACT NOW.Newly Female Teachers are facing moral policing in many places.

SFI ASSAM (@sfiassam) 's Twitter Profile Photo

SFI demands action against Dean of Academics and stands in solidarity with the students of NIT Silchar who are in hunger strike demanding justice for Koj Bucker #justiceforkojbucker

SFI ASSAM (@sfiassam) 's Twitter Profile Photo

একত্ৰীকৰণৰ নামত স্কুল বন্ধ কৰা কাৰ্যক ধিক্কাৰ!

একত্ৰীকৰণৰ নামত স্কুল বন্ধ কৰা কাৰ্যক ধিক্কাৰ!
SFI ASSAM (@sfiassam) 's Twitter Profile Photo

এছ এফ আই অসম ৰাজ্যিক কমিটিৰ মুকলি প্ৰশ্ন বেলেগ কোনো কাৰণত শিক্ষকসকলে চুটি ল'ব নোৱাৰে কিন্তু এই বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে চৰকাৰৰ পক্ষৰ পৰা ইমান হেঁচা প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কি ষড়যন্ত্ৰ লুকাই আছে? Ranoj Pegu

এছ এফ আই অসম ৰাজ্যিক কমিটিৰ মুকলি প্ৰশ্ন বেলেগ কোনো কাৰণত শিক্ষকসকলে চুটি ল'ব নোৱাৰে কিন্তু এই বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে চৰকাৰৰ পক্ষৰ পৰা ইমান হেঁচা প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কি ষড়যন্ত্ৰ লুকাই আছে?
Ranoj Pegu