Dhanjit Baruah (@dhanjitbaruah14) 's Twitter Profile
Dhanjit Baruah

@dhanjitbaruah14

Stay Focused on Your Dream.

ID: 1382636792323715076

calendar_today15-04-2021 10:08:22

45 Tweet

5 Followers

446 Following

Diganta Borah (@diganta82288504) 's Twitter Profile Photo

১০ বছৰতকৈ অধিক কাল শিক্ষামন্ত্ৰীৰ পদত থকা মানুহজন ছাত্ৰ ছাত্ৰীসকলৰ বিপদৰ সময়ত নিমাত নিস্তব্ধ। মৰমৰ ভাগিনহতঁলৈ পিঠি দিলে মোমায়েকে।মোমাই ভাগিনৰ সম্পৰ্কত আউল লাগিল।

atanu bhuyan (@atanubhuyan) 's Twitter Profile Photo

CM Himanta Biswa Sarma said, HSLC-HSSLC Marks will be eligible for APSC, or any other Govt jobs. But it will only be problematic for TET since, marks from HSLC-HSSLC are substantially counted.

Dhanjit Baruah (@dhanjitbaruah14) 's Twitter Profile Photo

সাগৰৰ মাজত হঠাতে দপদপাই উঠিল ভয়ংকৰ জুই, পানীৰ মাজত জুই লগাৰ কাৰণ…. as.time8.in/eye-of-fire-pi… via TIME8 News

baruah daa™ (@baruah_daa) 's Twitter Profile Photo

ভাগ্য ভাল চিলিণ্ডাৰ লোহাৰে বনায়, নহলে_ মানুহে হেঁচি, চেপি, চেপেতা কৰি আৰু দুদিন মান বেছিকৈ চলালে হয়!😂😂😂

Hirak jyoti nath (@dhirak77) 's Twitter Profile Photo

এতিয়া হে বুজি পালোঁ... নতুন দুশ টকীয়া নোট খন মিঠাতেল কিনিবলৈ হে ওলাইছিলে আৰু ১০০ টকীয়া খন পেট্ৰল 😀

Nayan Mani Kalita (@nayanma59602314) 's Twitter Profile Photo

প্ৰথমতে তেওঁলোকে আপোনাক গুৰুত্ব নিদিব,তাৰপাছত তেওঁলোকে আপোনাক হাঁহিব,শেষত আপোনাৰ লগত যুঁজ দিব আৰু শেষত আপুনি যুদ্ধত জয়ী হব..!! ✍🏻মহাত্মা গান্ধী

Gargee Kashyap (@kashyapgargee) 's Twitter Profile Photo

কালি শুনিলো গাওঁ বুঢ়া পদটোক এতিয়াৰে পৰা অসম চৰকাৰে গাওঁ প্ৰধান কৰিব? মই জনাত পশ্চিম ভাৰতৰ ৰাজ্য সমূহৰ গাওঁ বিলাকত এই প্ৰধান শব্দটো ব্যৱহাৰ কৰা হয়। অসমৰ সকলো জনগোষ্ঠীৰ ঐক প্ৰতীক গাওঁ বুঢ়া শব্দটো বিলুপ্ত কৰা পৰিকল্পনাটো সহজ ভাৱে লব পৰা নাই। সঁচাকৈ পৰিবৰ্তন আহিছে চাগে।

Manoj Saru (@manojsaru) 's Twitter Profile Photo

Alright Dosto ek 5G phone #TechGyan Family ke liye🎁 #Giveaway -LIKE This Post -Retweet This Post Click here to Participate 👇👇 youtu.be/Djh_SMUiOB4

Alright Dosto ek 5G phone #TechGyan Family ke liye🎁

#Giveaway
-LIKE This Post
-Retweet This Post
Click here to Participate 👇👇
youtu.be/Djh_SMUiOB4
Tultul Rao (@tultulrao) 's Twitter Profile Photo

মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰহস্য জনক মৃত্যুৰ উচিত তদন্ত কৰে যেন Himanta Biswa Sarma DGP Assam

মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰহস্য জনক মৃত্যুৰ উচিত তদন্ত কৰে যেন <a href="/himantabiswa/">Himanta Biswa Sarma</a> <a href="/DGPAssamPolice/">DGP Assam</a>
Dhrubajyoti Das (@dxdhrubajyoti) 's Twitter Profile Photo

আজৱ পৃথিৱীৰ গজব কথা - মমবাতি জ্বলাই মৃতজনক স্মৰন কৰে আৰু মমবাতি নুমুৱাই জন্মদিন পালন কৰে ৷

sunil borah (@sunilreports) 's Twitter Profile Photo

যুদ্ধ জৰ্জৰিত ইউক্ৰেইনত আবদ্ধ অসমীয়া ছাত্ৰ-ছাত্ৰী । প্ৰাণৰ ভয়ত বাংকাৰত কটাবলগীয়া হৈছে প্ৰতিটো পল ।এতিয়ালৈকে উভতি অহাৰ নিশ্বয়তা নাই বহুতৰে । তাত আবদ্ধ ছাত্ৰই প্ৰেৰণ কৰিছে ভিডিঅ'। #RussiaUkraineWar

Zee News (@zeenews) 's Twitter Profile Photo

स्कूटी से गलती से टच हो गई युवक की बाइक, गुस्सैल लड़की ने फोन छीनकर सड़क पर पटका | #Video #Etawah

Ajey Nagar (@carryminati) 's Twitter Profile Photo

First Virgin youtuber to hit 35 million. Ye bus tum logo ka pyaar aur support hai jiski vajah se mein aaj bhee virgin hoon, shukriya 🙏🙏

First Virgin youtuber to hit 35 million.

Ye bus tum logo ka pyaar aur support hai jiski vajah se mein aaj bhee
 virgin hoon, shukriya 🙏🙏
P K Bhagawati (@bhagawatikr) 's Twitter Profile Photo

জালুকবাৰীৰ পৰা খানাপাৰালৈ পথচোৱা উন্নয়নৰ খাতিৰত 6826 জোপা সৰুবৰ গছ কাটিব ওলাইছে ৷ গছবোৰ নকটাকৈ অত্যাধুনিক মেচিনেৰে শিপাই সৈতে উভালি আন ঠাইত ৰূব নোৱাৰি নেকি ? Rajeev Bhattacharyya JITENDRA K CHOUDHURY AbiNash Kalita Mukut Kumar Das (মুকুট কুমাৰ দাস) Tulika Devi Geetasri Talukdar Chief Minister Assam NHAI

anand mahindra (@anandmahindra) 's Twitter Profile Photo

Developed by Istanbul Technical University. Ingenious. Uses the wind generated by passing traffic. Given India’s traffic, we could become a global force in wind energy! 😊 Can we explore using them on our highways Nitin Gadkari ji?