অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile
অপৰাজিতা সন্দিকৈ💙

@aparajitah11

#কবিতা #গল্প #অনুকবিতা #অংকন মোৰ প্ৰিয় ❣️🥰

(মোৰ টুইট কপি কৰি নিজৰ নামত প্ৰচাৰ নকৰিব 🙏🏻)

ID: 1575391202765328384

calendar_today29-09-2022 07:45:50

2,2K Tweet

5,5K Followers

28 Following

অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile Photo

বহুত বাৰ অনুভৱ কৰিছো কিবা ভিতৰত আছে বহুত ভিতৰত, য'ত মই নিজে যাব নোৱাৰো য'লৈকে পোহৰো যাব নোৱাৰে হঠাতে মনত উথলি উঠে নোপোৱাৰ আৱেগ বুজি পাওঁ সেয়া তুমি হোৱা নাজানো দিনত কিমান বাৰ মোৰ হৃদয়ৰ গতি বঢ়াই দিয়া! এনেকুৱা লাগে যেন কিবা কবা এতিয়াই, আহিবা নেকি আকৌ ভালপোৱাৰ সুগন্ধি বিলাই??😞

বহুত বাৰ অনুভৱ কৰিছো
কিবা ভিতৰত আছে
বহুত ভিতৰত,
য'ত মই নিজে যাব নোৱাৰো
য'লৈকে পোহৰো যাব নোৱাৰে
হঠাতে মনত উথলি উঠে
নোপোৱাৰ আৱেগ
বুজি পাওঁ সেয়া তুমি হোৱা
নাজানো দিনত কিমান বাৰ
মোৰ হৃদয়ৰ গতি বঢ়াই দিয়া! 
এনেকুৱা লাগে যেন
কিবা কবা এতিয়াই,
আহিবা নেকি আকৌ
ভালপোৱাৰ সুগন্ধি বিলাই??😞