AIR News Guwahati (@airnews_ghy) 's Twitter Profile
AIR News Guwahati

@airnews_ghy

Official account of Regional News Unit Guwahati, Akashvani News.
Winner of ECI's National Media Award in 2022 & Jal Shakti Ministry's National Water Award,2023

ID: 806098717015089152

linkhttps://www.newsonair.gov.in/as/ calendar_today06-12-2016 11:31:25

103,103K Tweet

38,38K Followers

126 Following

AIR News Guwahati (@airnews_ghy) 's Twitter Profile Photo

বিজ্ঞান আৰু প্ৰযুক্তিমন্ত্রী Dr Jitendra Singh-এ কালি নতুন দিল্লীত কিষাণ কবচ নামৰ ভাৰতৰ প্ৰথমটো কীটনাশক প্ৰতিৰোধী দেহৰ আৱৰণ মুকলি কৰে। কীটনাশকৰ সংস্পৰ্শলৈ আহিলে হ'ব পৰা ক্ষতিকাৰক প্ৰভাৱৰ পৰা কৃষকক সুৰক্ষা প্ৰদান কৰিবলৈ ইয়াক বিকশাই তোলা হৈছে। #KisanKavach

বিজ্ঞান আৰু প্ৰযুক্তিমন্ত্রী <a href="/DrJitendraSingh/">Dr Jitendra Singh</a>-এ কালি নতুন দিল্লীত কিষাণ কবচ নামৰ ভাৰতৰ প্ৰথমটো কীটনাশক প্ৰতিৰোধী দেহৰ আৱৰণ মুকলি কৰে। কীটনাশকৰ সংস্পৰ্শলৈ আহিলে হ'ব পৰা ক্ষতিকাৰক প্ৰভাৱৰ পৰা কৃষকক সুৰক্ষা প্ৰদান কৰিবলৈ ইয়াক বিকশাই তোলা হৈছে।

#KisanKavach