Tulsi Das
@tulsida45821194
Kabir is God
ID: 1552123553637535745
http://www.Jagatgururampalji.org 27-07-2022 02:50:14
11,11K Tweet
140 Followers
86 Following
🇮🇳Official B. Dass🏳 #Mahasamagam_By_SantRampalJi 8 Sept Avataran Diwas
Sant Rampal Ji Assamese Satsang जीवन रक्षक परमात्मा कबीर परमात्मा की सतभक्ति करने से ही हमारी रक्षा हो सकती है।
Sant Rampal Ji Assamese Satsang সন্ত ৰামপালদেৱ মহাৰাজে কৈছে যে এনেকুৱা এটা অবিনাশী লোক আছে যত যোৱাৰ পাছত জীৱৰ কেতিয়াও জন্ম মৃত্যু নহয় , অমৰ হৈয়ে থাকে। তাত সদায় শান্তি থাকে। সেই লোক হল সত্যলোক। গীতা অধ্যায় ১৮ শ্লোক ৬২ ।
Sant Rampal Ji Assamese Satsang সন্ত ৰামপালদেৱ মহাৰাজে কৈছে যে পৰমেশ্বৰ কবীৰ হয় , তেওঁ সাকাৰ, ৰজাৰ সমান দৰ্শনীয় হয়। তেওঁ সিংহাসনত বহি আছে।- প্ৰমাণ : ঋগবেদ মণ্ডল ৯ সুক্ত ৮২ মন্ত্ৰ ১-২ ; সুক্ত ৮৬ মন্ত্ৰ ২৬-২৭, কোৰান শৰীফ সুৰত ফুৰকান ২৫ আয়ত ৫৯ ।
Sant Rampal Ji Assamese Satsang আপুনি জানেনে গীতা অধ্যায় ১৬ শ্লোক ২৩,২৪ ৰ অনুসৰি যিজনে শাস্ত্ৰ বিধিৰ বিৰুদ্ধে মনেসজা ভক্তি কৰে তেওঁৰ কোনো লাভ নহয়।