অংশুমান খাটি অসমীয়া 🇮🇳 🇮🇳 🇮🇳
@angshu555
Books । Movies । Music I Sports I Travel I
CR7. Father of two and husband of one...
ID: 148238605
26-05-2010 05:39:56
1,1K Tweet
202 Takipçi
219 Takip Edilen
এইবোৰ কিয় বনাইছিল? গুচাব কেতিয়া? Guwahati Municipal Corporation Ashok Singhal Himanta Biswa Sarma Kamrup Metro District Administration
Guwahati Metropolitan Development Authority মোৰ ঘৰৰ চাৰিওফালৰ ৰাস্তা। বেলতলা। দিছপুৰৰ পৰা দূৰত্ব মাথো ২ কি.মি। Himanta Biswa Sarma
'নুখুৱাবো' টো কেনেকুৱা অসমীয়া শব্দ! Assam state Zoo ৰ দৃশ্য। Ranoj Pegu Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা Jyoti Prasad Nath
বোল বম জিন্দাবাদ। Himanta Biswa Sarma মহাশয় এইটো বন্ধ কৰক আৰু। কথাটো কিয় কৈছো যিকোনো বেলতলাৰ বাসিন্দাক সুধিলে গম পাই যাব। ধৰ্মীয় উৎসৱৰ নামত ৰাস্তা ঘাট লেতেৰা কৰাৰ অনুমতি কোনে দিয়ে? এনেই নলা নৰ্দমা প্লাষ্টিকেৰে ভৰ্তি। Kamrup Metro District Administration Guwahati Metropolitan Development Authority Ashok Singhal
চাৰ্ভে ট্ৰেফিক পইণ্ট টো পোৱাৰ ঠিক আগৰ দৃশ্য। দুদিনমানৰ পৰা দেখি আছো। দুৰ্ঘটনা নহবনে বাৰু?? Guwahati Police Assam Police GP Singh আপোনালোক কোনোৱে দেখাই নাই নেকি?
মই বেলতলা লখিমী পথৰ বাসিন্দা। দুৰত্ব দিছপুৰৰ পৰা ২কিমি। ঘৰৰ পৰা ওলাই এইটো ৰাস্তা পাওঁ। লৰা ছোৱালী স্কুটাৰত লৈ গলে স্কুটাৰৰ পৰা ওলাই পৰাৰ ভয় থাকে। ৰাস্টাটো থিক কৰিব পৰা নাযায় নেকি বাৰু? Jayanta Mallabaruah Himanta Biswa Sarma Kamrup Metro District Administration
উলুবাৰী ব্ৰীজৰ তলৰ দৃশ্য। আজি দুপৰীয়া। ফুটপাঠ বন্ধ কৰি পাৰ্কিং। Guwahati Police Assam Police
এইটো ৰাস্তাৰে ল'ৰা-ছোৱালী খোজকাঢ়ি কেনেকৈ অহা-যোৱা কৰিব? সদায় অনা নিয়া কৰাটো আমাৰ বাবেও সম্ভব নহয়।Himanta Biswa Sarma Jayanta Mallabaruah Guwahati Municipal Corporation
অজন্তা পথ বাইলেন ২। এই পথেৰে গোটেই বছৰটো নলাৰ পানী বৈ থাকে। মোৰ লৰা ছোৱালী স্কুললৈ অহা যোৱা কৰে এই পথেৰে। পুৱা মই গাড়ীৰে থৈ আহো। কিন্তু ঘুৰি আহোতে দুইটাই খোজকাঢ়ি আহে। এতিয়া কওকচোন এইটো ৰাস্তাৰে দুটা সৰু সৰু লৰা ছোৱালী ভালকৈ অহা সম্ভৱ নে? Himanta Biswa Sarma Jayanta Mallabaruah
নতুনকৈ নিৰ্মাণ কৰা উজানবজাৰ পাৰ্কৰ বাথৰুমৰ অৱস্থা। Guwahati Metropolitan Development Authority Kamrup Metro District Administration Jayanta Mallabaruah