Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা (@sanjeevhazorik1) 's Twitter Profile
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা

@sanjeevhazorik1

Theatre n Cinema

ID: 1349962126165647360

calendar_today15-01-2021 06:11:10

2,2K Tweet

1,1K Takipçi

286 Takip Edilen

Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা (@sanjeevhazorik1) 's Twitter Profile Photo

আজি সন্ধিয়াৰ এটা ভাল লগা অনুষ্ঠান। কবি বিপুলজ্যোতিৰ কবিতাৰ পাঠ আৰু কবিৰ মনৰ কথা।

আজি সন্ধিয়াৰ এটা ভাল লগা অনুষ্ঠান। কবি বিপুলজ্যোতিৰ কবিতাৰ পাঠ আৰু কবিৰ মনৰ কথা।
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা (@sanjeevhazorik1) 's Twitter Profile Photo

প্ৰয়াত শিল্পী ভাস্কৰ অনুপ হাজৰিকা (বাবা)ৰ সৃষ্টি সূৰ্য্যৰ স্থায়ী সৰস্বতী প্ৰতিমা। সৰস্বতী পূজাৰ শুভেচ্ছাৰে 🙏

প্ৰয়াত শিল্পী ভাস্কৰ অনুপ হাজৰিকা (বাবা)ৰ সৃষ্টি সূৰ্য্যৰ স্থায়ী সৰস্বতী প্ৰতিমা।
সৰস্বতী পূজাৰ শুভেচ্ছাৰে 🙏
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা (@sanjeevhazorik1) 's Twitter Profile Photo

ইঞ্জিনীয়াৰিং অ মইনা ইঞ্জিনীয়াৰিং ডাঃ বি বৰুৱা ৰ'ড মানে বি বৰুৱা কলেজৰ আগৰ বাটতো দুয়োফালে নলাবোৰ নতুনকৈ খান্দিলে পদপথ ওখকৈ সাজিলে - কিন্তু - বাটতোৰ দেখোন পানী নুগুচাই হ'ল !!! ইঞ্জিনীয়াৰিং অ মইনা ইঞ্জিনীয়াৰিং @apwrd

Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা (@sanjeevhazorik1) 's Twitter Profile Photo

আৰ এন বৰুৱা স্মাৰক বঁ‌টা বিজয়ী জিতেন্দ্ৰ কুমাৰ চৌধুৰীলৈ অভিনন্দন।

Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা (@sanjeevhazorik1) 's Twitter Profile Photo

'আজি' প্ৰয়াত অৰুণ গোস্বামীয়ে লিখা এখন নাটক। যিখন নাটকৰ জৰিয়তে পোহৰলৈ আহিছিল প্ৰাগজ্যোতিষ কলেজৰ এজন ছাত্ৰ। সেইয়া ৭৭-৭৮ চনৰ কথা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ অভিনেতা হিৰণ্য ডেকা। প্ৰগতিশীল চিন্তাধাৰাৰ অৰুণ গোস্বামীলৈ শ্ৰদ্ধা জনালোঁ। ঔম শান্তি 🙏

Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা (@sanjeevhazorik1) 's Twitter Profile Photo

"বাতৰি কাকতখন ওপৰে ওপৰে চায় যাওঁ ৰ'বা।" এনেবোৰ কথা ক'বলৈ সুবিধাই নোহোৱা হ'ল। 'বিকাশ যাত্ৰা'ৰ খুন্দাত। কাকতখন ওপৰে ওপৰে চাবলৈ নাই, ভিতৰলৈ গৈ হে চাব লাগিব। 😂😂😂

Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা (@sanjeevhazorik1) 's Twitter Profile Photo

খ্যাতি খ্যাতি নে কুখ্যাতি বিশ্বৰ দ্বিতীয় প্ৰদুষিত চহৰ আমাৰ গুৱাহাটী। ক'ম সৌভাগ্য নে? বিশ্বই আমাক চিনি পাবলৈ আৰু এটা খ্যাতি যোগ হ'ল। 😡😡😡

Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা (@sanjeevhazorik1) 's Twitter Profile Photo

'কৰ সন্ত্ৰাসবাদ' জয়ৰাম ৰমেশৰ মুখৰ পৰা ওলোৱা এই শব্দ যুগল শুনিবলৈ ভাল লগা নে ভয় লগা হৈছে ধৰিব পৰা নাই!

Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা (@sanjeevhazorik1) 's Twitter Profile Photo

খেলতেই জীৱন নে জীৱনেই খেল? নিৰ্বাচনৰ খেলেই হওক বা আই পি এলৰ খেলেই হওক।

Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা (@sanjeevhazorik1) 's Twitter Profile Photo

নিৰ্বাচনৰ বতৰতঃ নগাঁও লোকসভা সমষ্টিৰ আমিনুল ইছলাম এজন হজম নোহোৱা ৰাজনৈতিক ব্যক্তি। নোৱৰাত বদৰুদ্দিন আজমলকে ভোট দিম তথাপি আমিনুল ইছলাম? নৈব নৈব চঃ। (অৱশ্যে মোৰ ভোট গুৱাহাটীতহে)