Sarat Gogoi শৰৎ গগৈ
@saratgogoi2000
Human Being ,
A Ordinary Villager 😐
Tai Ahom , Asomiya 😊
Ex-student ,Dibrugarh University , Ex-teacher Trainee , DIET Jorhat , Titabar
জয় আই অসম 👤✊
ID: 1282327731368161281
12-07-2020 14:55:55
638 Tweet
174 Takipçi
477 Takip Edilen
Himanta Biswa Sarma Ranuj pegu মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া,মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া অতি আশাৰে নিয়োগৰ বাবে ৰৈ থকা বিএড প্ৰশিক্ষাৰ্থীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি২০২৬অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বে শিক্ষক নিযুক্তিৰ আবেদন পৰ্টেল মুকলি কৰি দি আবেদন কৰাৰ সুবিধা প্ৰদান কৰে যেন 🙏
মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma আৰু শিক্ষামন্ত্ৰী Ranoj Pegu ডাঙৰীয়া, আমি শিক্ষক প্ৰশিক্ষাৰ্থীসকলে আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছো যে অতি সোনকালে TET-Cum- Recruitment ৰ বাবে আবেদনৰ পৰ্টেল মুকলি কৰি দিয়ে যেন । ধন্যবাদেৰে ।
মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma আৰু শিক্ষামন্ত্ৰীRanoj Pegu ডাঙৰীয়া, আমি শিক্ষক প্ৰশিক্ষাৰ্থীসকলে আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছো যে অতি সোনকালে TET-Cum- Recruitment ৰ বাবে আবেদনৰ পৰ্টেল মুকলি কৰি দিয়ে যেন । ধন্যবাদ ।
মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma আৰু শিক্ষামন্ত্ৰী Ranoj Pegu ডাঙৰীয়া, আমি শিক্ষক প্ৰশিক্ষাৰ্থীসকলে আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছো যে অতি সোনকালে TET-Cum- Recruitment ৰ বাবে আবেদনৰ পৰ্টেল মুকলি কৰি দিয়ে যেন । ধন্যবাদ । #TETCumRecruitment
মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma আৰু শিক্ষামন্ত্ৰী Ranoj Pegu ডাঙৰীয়া, আমি B.Ed প্ৰশিক্ষাৰ্থীসকলে আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছো যে অতি সোনকালে TET-Cum- Recruitment ৰ বাবে আবেদনৰ পৰ্টেল মুকলি কৰি দিয়ে যেন । ধন্যবাদ । #TETCumRecruitment
Respected Hon’ble @CMOffice /Himanta Biswa Sarma Hon’ble CM Sir , With due respect, we humbly request your kind intervention for publication of the TET-cum-Recruitment Test–II advertisement. The future of many aspirants depends on this. 🙏 #TETCumRecruitment