Sanjeev Hazorika (@sanjeevhazorika) 's Twitter Profile
Sanjeev Hazorika

@sanjeevhazorika

Theater and Film.

ID: 1341809426

calendar_today10-04-2013 12:38:32

605 Tweet

214 Takipçi

125 Takip Edilen

Sanjeev Hazorika (@sanjeevhazorika) 's Twitter Profile Photo

ভাল খবৰ - নুৰুদ্দিন আহমেদলৈ পদ্মশ্ৰী সন্মান। যোগ্য বক্তি - যোগ্যজনে পালে ভালেই লাগে। নুৰুদ্দিনৰ লগত সম্পৰ্ক সেই ৮০ ৰ দশকতে। খুব সম্ভৱ ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ চিনেমাত প্ৰথম লগ পাইছিলো। (ছাৰে নুৰুল বুলি মাতিছিল) লগ পালেই মৰা হাঁ‌হিটোত সৰলতা ভৰি আছে। ভাল লাগিল নুৰুদ্দিন।

ভাল খবৰ -  নুৰুদ্দিন আহমেদলৈ পদ্মশ্ৰী সন্মান।
যোগ্য বক্তি - যোগ্যজনে পালে ভালেই লাগে।
নুৰুদ্দিনৰ লগত সম্পৰ্ক সেই ৮০ ৰ দশকতে। খুব সম্ভৱ ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ চিনেমাত প্ৰথম লগ পাইছিলো। (ছাৰে নুৰুল বুলি মাতিছিল)
লগ পালেই মৰা হাঁ‌হিটোত সৰলতা ভৰি আছে। 
ভাল লাগিল নুৰুদ্দিন।
Sanjeev Hazorika (@sanjeevhazorika) 's Twitter Profile Photo

পুৱাৰ অনুভৱঃ বাতৰি কাকত আৰু বাতৰি কাকত হৈ থকা নাই! বাতৰি কাকত হ'লগৈ বিজেপিৰ বিজ্ঞাপণ প্ৰচাৰৰ আহিলা।

Sanjeev Hazorika (@sanjeevhazorika) 's Twitter Profile Photo

হঠাৎ পুৰণা কিতাপৰ মাজত আৱিস্কাৰ হ'ল গুণাৰাম খনিকৰৰ 'সহজলভ্য বন দৰবৰ গুণ'ৰ ১৯৯৫ চনৰ সপ্তম সংস্কৰণ। প্ৰয়াত মাৰ এইখন হাতপুথিৰ দৰে আছিল। বিভিন্ন সময়ত সৰুসুৰা অসুখত এইখনৰ পৰাই বন দৰৱ খুৱাই আমাক আৰোগ্য কৰাৰ চেষ্টা কৰিছিল। আমিও বিশ্বাস কৰিছিলোঁ। এইখন ছাগে অসমীয়া মানুহৰ প্ৰতিঘৰতে আছে!

হঠাৎ পুৰণা কিতাপৰ মাজত আৱিস্কাৰ হ'ল গুণাৰাম খনিকৰৰ 'সহজলভ্য বন দৰবৰ গুণ'ৰ ১৯৯৫ চনৰ সপ্তম সংস্কৰণ।
প্ৰয়াত মাৰ এইখন হাতপুথিৰ দৰে আছিল। বিভিন্ন সময়ত সৰুসুৰা অসুখত এইখনৰ পৰাই বন দৰৱ খুৱাই আমাক আৰোগ্য কৰাৰ চেষ্টা কৰিছিল। আমিও বিশ্বাস কৰিছিলোঁ।
এইখন ছাগে অসমীয়া মানুহৰ প্ৰতিঘৰতে আছে!
Raju K Gogoi (@jayain_raju) 's Twitter Profile Photo

সিদিনা দেখিলো তিনিচুকীয়াৰ ফালে ৪টা গৰু চোৰ ধৰিলে। গোটেই কেইটা খাটি অসমীয়া। কালি সৰু পথাৰত কেইটামান চাগলী আৰু গৰুচোৰ ধৰিলে সেই কেইটাও খাটি অসমীয়া। যদি ঘৰ এখন চৰকাৰৰ ধাৰ আৰু ৰাজহৰে মাহে ১২৫০ টকা বা ৫ কিলো ৰেচন দি চলাই থকা সংস্কৃতি এটা গঢ়ে তেতিয়া আমাৰ লৰা এনেকুৱা চোৰ নহৈ কি হব?

Sanjeev Hazorika (@sanjeevhazorika) 's Twitter Profile Photo

সূৰ্যবংশীয়ে আকৌ ভাৰতক চেম্পিয়ন কৰালে। ৩০ বলত ১৫০। ১৫ টা ৪ আৰু ১৫ টা ৬। ৮০ বলত ১৭৫ ৰাণ।

Sanjeev Hazorika (@sanjeevhazorika) 's Twitter Profile Photo

কি বোৰ যে হৈ থাকে নহয়! ৰফিকুল হোছেইন হাস্পতালৰ পৰা ওলোৱাই নাই আজি আকৌ নয়ন প্ৰসাদ হাস্পতালত। হাৰ্ট এটেক সহজ হৈ গৈছে। কভিড ভেকচিনৰ ছাইড এফেক্ট নেকি?

Sanjeev Hazorika (@sanjeevhazorika) 's Twitter Profile Photo

দৈনিক অসমক ভাল পালোঁ। এনে এটা বিষয়ক প্ৰথম পৃষ্ঠাৰ বাতৰি কৰাৰ বাবে। সহজ কথাত চিনেমা ভাল হ'লে অসমীয়াই চাবই।

দৈনিক অসমক ভাল পালোঁ।
এনে এটা বিষয়ক প্ৰথম পৃষ্ঠাৰ বাতৰি কৰাৰ বাবে।
সহজ কথাত চিনেমা ভাল হ'লে অসমীয়াই চাবই।
Adil hussain (@_adilhussain) 's Twitter Profile Photo

I am so proud that an Initiative, called "Monkabita" , is Celebrating the great Writings , Poems and Songs of Dr Bhupen Hazarika and Dr Nabakanta Baruah in a Historical space created by Kabi Guru Rabindranath Thakur on the 13th of February. thehindu.com/news/national/…

Sanjeev Hazorika (@sanjeevhazorika) 's Twitter Profile Photo

হয় কিছু লোক সদায় স্বীকৃতিৰ পৰা বঞ্চিত হৈ থাকি যায়। ৰফিকুল হোছেইন তেনে এজন ব্যক্তি। তেওঁৰ শ্ৰদ্ধাঞ্জলি সভাত তেওঁক মৰণোত্তৰ ভাবে সংগীত নাটক একাডেমী বঁ‌টা প্ৰদান কৰিবলৈ দাবী জনাইছে। আচলতে ৰফিকুলে সেই সন্মান কেতিয়াবাই পাব লাগিছিল। গুৱাহাটীৰ পৰা আতৰত থাকে বাবেই আতৰতে থাকি গ'ল।

Sanjeev Hazorika (@sanjeevhazorika) 's Twitter Profile Photo

১১ ফেব্ৰুৱাৰী পুৱা ৫'৫২ মিনিট দূৰ-সুদূৰৰ পৰা ভাহি আহিল কু - উ কু - উ বছৰৰ পহিলা কুলি চৰাইৰ মাত।

Sanjeev Hazorika (@sanjeevhazorika) 's Twitter Profile Photo

✌️ কালি ৱৰ্ল্ডকাপ চোৱা যেন লাগিল। দুটা ছুপাৰ অভাৰ লাগিল ছাউথ আফ্ৰিকাই আফগানিস্থানক হৰুৱাবলৈ। আৰু ৱেষ্ট ইণ্ডিজে ইংলেণ্ডক হৰুৱালে। আমিতো সদায় ৱেষ্ট ইণ্ডিজৰ ছাপৰ্টাৰ। 👏👏👏

Sanjeev Hazorika (@sanjeevhazorika) 's Twitter Profile Photo

পুৱাৰ অনুভৱঃ কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি হ'ল। মুকলিৰ পাছতে ৰাইজৰ পাৰ ভঙা উছাহ দলং চাবলৈ। পিছে পিকাচো দুজনমানে গুটখাৰ পিকেৰে ছবি আঁ‌কিলেনে নাই জানিবলৈ মন গৈছে।

Sanjeev Hazorika (@sanjeevhazorika) 's Twitter Profile Photo

ইণ্ডিয়াৰ হাতত পাকিস্তান হৰাৰ পাছত ইউ টিউবত পাকিস্তানীৰ ভিডিঅ’ চাব আৰু! ফুল এণ্টাৰটেইনমেণ্ট 😊

Sanjeev Hazorika (@sanjeevhazorika) 's Twitter Profile Photo

বাৰ্লিন ফিল্ম ফেষ্টিভেলত ৰীমা দাসৰ " Not a Hero". আমি সঁ‌চায়ে গৌৰৱান্বিত ৰীমা।

বাৰ্লিন ফিল্ম ফেষ্টিভেলত ৰীমা দাসৰ " Not a Hero".
আমি সঁ‌চায়ে গৌৰৱান্বিত ৰীমা।
Sanjeev Hazorika (@sanjeevhazorika) 's Twitter Profile Photo

সাধাৰণতে নিউজ লাইভ নাচাওঁ কিন্তু আজি চাবলৈ বাধ্য। আনবোৰ চেনেল বিধান সভালৈ ব্যস্ত আনহাতে নিউজ লাইভ ব্যস্ত ভূপেন বৰাক লৈ। টু মাচ্চ ফান!