श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় ) (@ray_ukr) 's Twitter Profile
श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় )

@ray_ukr

General Secretary,KPP, Social Worker, Human rights activist. Official Twitter account of Uttam Kumar Ray.

ID: 1470593918907469829

calendar_today14-12-2021 03:18:25

2,2K Tweet

3,3K Takipçi

4,4K Takip Edilen

Uttam Kumar Ray (@uttamkumar83522) 's Twitter Profile Photo

গো-কুল বৰ্মনৰ মাল্লু নৃত্য। #KAC খন অতিশীঘ্রে ভংগ কৰাৰ আবেদন জনালোঁ। ৰাজনৈতিক ভাৱে অপৰিপক্ক আৰু অদুৰদৰ্শি নেতৃত্বৰ হাতত কোচ-ৰাজবংশী জনগোষ্ঠীৰ ভৱিষ্যত অন্ধকাৰ।। Himanta Biswa Sarma Jayanta Mallabaruah

Uttam Kumar Ray (@uttamkumar83522) 's Twitter Profile Photo

মাননীয় মুখ্যমন্ত্রী Himanta Biswa Sarma মহোদয় লৈ আবেদন জনাওঁ যে কমতাপুৰ অটোনমাচ কাউন্সিল (KAC)-ৰ বৰ্তমান পাৰিষদখন ভংগ কৰি দি ক্ষুদ্র পৰিসৰত এজনকৈ নাথ-যোগী, কলিতা, গৰিয়া-মৰিয়া-দেশী আৰু অনুসুচিত জাতিৰ সম্প্ৰদায়ৰ সদস্য অন্তর্ভুক্ত কৰি পুনৰ গঠিত কৰে যেন। Jayanta Mallabaruah

Uttam Kumar Ray (@uttamkumar83522) 's Twitter Profile Photo

মুখ্যমন্ত্রী Himanta Biswa Sarma ডাঙৰীয়া তথা অসম চৰকাৰলৈ এটি বিনম্র অনুৰোধ কমতাপুৰ অটোনমাচ কাউন্সিল (KAC) বৰ্তমান পৰিষদ খন ভংগ কৰি দি ৰাজনৈতিক বিচক্ষণ ব্যক্তিকলৈ নাথ-যোগী, দেশী-গৰিয়া-মৰিয়া, অনুসুচিত জাতি (SC ) বা কলিতা জনগোষ্ঠীৰ এজনকৈ প্ৰতিনিধি অন্তর্ভুক্ত কৰি পুনৰ গঠন কৰক।

Please attention to honorable CM Himanta Biswa Sarma Sir ; গোকুল বৰ্মন আৰু কমতাপুৰ অটোনমাচ কাউন্সিল (KAC) ৰ একাংশ পাৰিষদৰ কৃত কৰ্মৰ বাৱে আমি সমগ্র কোচ-ৰাজবংশী জনগোষ্ঠীটো লজ্জিত হৈছোঁ। তেওঁলোকে জাতিটোকে অপমানিত কৰিলে। গতিকে অতিশীঘ্রে পৰিষদ খন ভংগ কৰি দি পুনৰ গঠন কৰক।

নাৰী কেলেংকাৰী, শাৰী কেলেংকাৰী,বিভিন্ন কেলেংকাৰীৰে গোটেই অসম তথা ভাৰতবৰ্ষত বিখ্যাত হোৱা কামতাপুৰ অটোনমাছ কাউন্সিল (KAC)ৰ একাংশ পাৰিষদে আমাৰ সমাজৰ প্ৰায়ত মুখ্যমন্ত্রী জননেতা শৰৎ চন্দ্র সিংহৰ দৰে বৰন্য ৰাজনৈতিক ব্যক্তি সকলৰ আদৰ্শক হত্যা কৰিলে। Himanta Biswa Sarma Jayanta Mallabaruah

Uttam Kumar Ray (@uttamkumar83522) 's Twitter Profile Photo

আমাৰ ইতিহাস আৰু ঐতিহ্যক কলংকিত কৰা সকলক অনতিবিলম্বে কামতাপুৰ অটোনমাছ কাউন্সিল (KAC)ৰ পৰা বহিষ্কাৰ কৰক। মহাৰজা নৰ নাৰায়ণ আৰু মহাবীৰ চিলাৰায়ক চিলাৰায়ক আদৰ্শক অপমানিত কৰা উচিত শিক্ষা দিয়ক। Please attention to honorable Himanta Biswa Sarma Jayanta Mallabaruah BJP Assam Pradesh

Uttam Kumar Ray (@uttamkumar83522) 's Twitter Profile Photo

News regarding KAC. আমাৰ জাতীয় গৌৰৱ আৰু ঐতিহ্যক কলংকিত কৰা সকলক ৰাজহুৱা ভাৱে বৰ্জন কৰক। Please attention to Honorable Himanta Biswa Sarma CM, Sir. Jayanta Mallabaruah BJP Assam Pradesh

News regarding KAC.
আমাৰ জাতীয় গৌৰৱ আৰু ঐতিহ্যক কলংকিত কৰা সকলক ৰাজহুৱা ভাৱে বৰ্জন কৰক।
Please attention to Honorable Himanta Biswa Sarma CM, Sir.
Jayanta Mallabaruah
BJP Assam Pradesh
Uttam Kumar Ray (@uttamkumar83522) 's Twitter Profile Photo

মাননীয় মুখ্যমন্ত্রী Himanta Biswa Sarma মহোদয় আপোনালোকৰ চৰকাৰে ২০২০ৰ শেষৰ ফালে #KAC গঠিত কৰাৰ পিছতো গোলোকগঞ্জ,বিলালীপাৰা পূব,সৰভোগ আৰু অভয়াপুৰী উত্তৰ সমষ্টিত হাৰিবলগীয়া হৈছিল।কথা খিনি অলপ বিশ্লেষণ কৰিব।হিতেশ্বৰ বৰ্মন আৰু গোকুল বৰ্মন নেতৃত্বাধীন KAC ভংগ কৰক।Jayanta Mallabaruah

Uttam Kumar Ray (@uttamkumar83522) 's Twitter Profile Photo

এই নৰপিচাশ কেইটাৰ বিচাৰ প্ৰক্ৰিয়া POCSO-ৰ অধীনত ফাষ্টট্ৰক আদালৰ জড়িয়তে কৰা উচিত।নহলে ইহঁতে জামিনত মুক্তি লাভ কৰি মৌলবাদীৰ হাত শক্তিশালী কৰি তুলিব।যাতে এই নৰপিচাশ কেইটা কোনো কাৰণতেই সাৰি যাব নোৱাৰ।Please attention to Honorable, Himanta Biswa Sarma Jayanta Mallabaruah Pijush Hazarika

এই নৰপিচাশ কেইটাৰ বিচাৰ প্ৰক্ৰিয়া POCSO-ৰ অধীনত ফাষ্টট্ৰক আদালৰ জড়িয়তে কৰা উচিত।নহলে ইহঁতে জামিনত মুক্তি লাভ কৰি মৌলবাদীৰ হাত শক্তিশালী কৰি তুলিব।যাতে এই নৰপিচাশ কেইটা কোনো কাৰণতেই সাৰি যাব নোৱাৰ।Please attention to Honorable,
Himanta Biswa Sarma
Jayanta Mallabaruah
Pijush Hazarika
Uttam Kumar Ray (@uttamkumar83522) 's Twitter Profile Photo

দহ-বাৰটা গোটত বিভক্ত আক্ৰাছুৰ ওপৰত কোচ-ৰাজবংশী সমাজৰ কোনো আস্থা নাই। তাৰ স্পষ্ট প্ৰমাণ২০২০ চনৰ শেষৰ ফলে ৰাজ্য চৰকাৰে KAC গঠনৰ পিছতো গোলাকগঞ্জ,গৌৰীপুৰ, বিলাসীপাৰা পূব, অভয়াপুৰী উত্তৰ, সৰভোগ, বৰপেটা আদি বিধান সভাত শাসকীয় মিত্রজোট ২০২১ত পৰাস্ত হৈছিল।Himanta Biswa Sarma Jayanta Mallabaruah

Uttam Kumar Ray (@uttamkumar83522) 's Twitter Profile Photo

অপ্ৰিয় কিন্তু বাস্তৱ সত্য কথা -অসমৰ ছয় জনগোষ্ঠীৰ যদি জনজাতিকৰণ নহয় ; তেনেহলে অসমত খিলঞ্জীয়াৰ ৰাজনৈতিক ভৱিষ্যত কস্মিনকালেও সুৰক্ষিত নহব। Please attention to Honorable Narendra Modi Amit Shah BJP Himanta Biswa Sarma

Uttam Kumar Ray (@uttamkumar83522) 's Twitter Profile Photo

পুৰণা স্মৃতি প্ৰাক্তন কেন্দ্রীয় মন্ত্রী মানী জন বাৰলাৰ সাথে দিল্লীত উমাৰ সৰকাৰী আবাসত।

পুৰণা স্মৃতি প্ৰাক্তন কেন্দ্রীয় মন্ত্রী মানী  জন বাৰলাৰ সাথে দিল্লীত  উমাৰ সৰকাৰী আবাসত।
Uttam Kumar Ray (@uttamkumar83522) 's Twitter Profile Photo

ৰাজ্য চৰকাৰৰ অনুমোদিত কামতাপুৰ অটোনমাছ কাউন্সিল (KAC)ৰ বিলখন সংশোধন কৰি অবিভক্ত কামৰূপ জিলাৰ কোচ-ৰাজবংশী গাওঁ অন্তর্ভুক্ত কৰিব লাগে আৰু ৩৫% বা ততোধিক কোচ-ৰাজবংশী বসতি প্ৰধান গাওঁ KACত অন্তর্ভুক্ত কৰিবলৈ আবেদন জনালোঁ। Himanta Biswa Sarma Jayanta Mallabaruah BJP Assam Pradesh

Uttam Kumar Ray (@uttamkumar83522) 's Twitter Profile Photo

যিহেতু স্বায়ত্ত শাসিত পৰিষদ(Autonomous Council)ত্ৰিস্তৰীয় পঞ্চায়তী ৰাজৰ বিকল্প ব্যবস্থা।গতিকে কমতাপুৰ অটোনমাচ কাউন্সিল(KAC)ৰ বিলখন সংশোধন কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ(P&RD)ৰ লগতে ভূমি আৰু ৰাজহাহ বিভাগ অন্তর্ভুক্ত কৰিবলৈ অসম চৰকাৰক আহ্বান জনালোঁ। Himanta Biswa Sarma Jayanta Mallabaruah

Uttam Kumar Ray (@uttamkumar83522) 's Twitter Profile Photo

#KAC গঠিত হোৱাৰ পিছত কিয় #AKRSUক ঐক্যবদ্ধ কৰিব পৰা নাই গোকুল-হিতেশ্বৰে ;ওলোটাই AKRSU তেওঁলোকে আকৌ বহুধাবিভক্ত কৰিছে। যেনেঃ-AKRSU(ক্ষিতিশ),AKRSU(বলো ৰাম),AKRSU(দ্বিপেন), AKRSU(অতুল), AKRSU(পুৰেন), AKRSU( দ্বীব্যজ্যোতি), AKRSU(UG), AKRSU(BTR)ইত্যাদি। Himanta Biswa Sarma Jayanta Mallabaruah

Uttam Kumar Ray (@uttamkumar83522) 's Twitter Profile Photo

#KAC ৰ অধ্যক্ষ, উপাধ্যক্ষ, মুখ্য কাৰ্যবাহী পাৰিষদকে ধৰি পাৰিষদ সকলৰ কোচ-ৰাজবংশী জনগোষ্ঠীয় ভাষাৰ ওপৰত পূর্ণ দখল থাকিব লাগিব। জনগোষ্ঠী এটাৰ পৰিচয়ৰ মুল আধাৰটোৱে হলঃ- ভাষা, সংস্কৃতি, ইতিহাস আৰু ঐতিহ্য। Please attention to Honorable Himanta Biswa Sarma Jayanta Mallabaruah

Uttam Kumar Ray (@uttamkumar83522) 's Twitter Profile Photo

যি ধুবুৰী জিলাৰ পৰা এসমষত কোচ-ৰাজবংশী সমাজৰ পৰা প্ৰায়ত মুখ্যমন্ত্রী জননেতা শৰৎ চন্দ্র সিংহ, কবিৰ ৰায় প্ৰধানী,অনিৰুদ্ধ সিংহ,ডালিম ৰায়,ৰুক্মিণীকান্ত ৰায়ৰ দৰে বৰন্য জন প্ৰতিনিধিয়ে বিধানসভাৰ আসন অলংকৃত কৰিছিল।সেই ধুবুৰীত অবৈধ অনুপ্রবেশৰ ফলত আমাৰ প্ৰতিনিধি শূন্য। Himanta Biswa Sarma

Uttam Kumar Ray (@uttamkumar83522) 's Twitter Profile Photo

মাননীয় প্রধানমন্ত্রী Narendra Modi আৰু গৃহমন্ত্ৰী Amit Shah ডাঙৰীয়াক অনুৰোধ জনালোঁ যে অসমৰ বানপানী আৰু গড়াখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাবে ঘোষণা কৰা হওঁক। কাৰণ বানপানী আৰু গড়াখহনীয়াৰ ফলত অসমত প্ৰতি বছৰে লাখ লাখ পৰিয়াল সৰ্ব শান্ত হয়। Himanta Biswa Sarma Pijush Hazarika