Jintu Patgiri (@patgiriray) 's Twitter Profile
Jintu Patgiri

@patgiriray

সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতি সাংগঠনিক সম্পাদক কেন্দ্ৰীয় সমিতি ( AAJYCP )
মুখ্য উপদেষ্টা চিৰাং জিলা সমিতি

ID: 1398610150529802246

calendar_today29-05-2021 12:00:36

49 Tweet

1,1K Followers

1,1K Following

Jintu Patgiri (@patgiriray) 's Twitter Profile Photo

সদৌ অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদ AAJYCP চিৰাং জিলা সমিতি মুখ্য উপদেষ্টা নাম : Jintu Patgiri । জয় আই অসম ।

সদৌ অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদ   AAJYCP  চিৰাং জিলা সমিতি  মুখ্য উপদেষ্টা নাম : Jintu Patgiri  । জয় আই অসম ।
Jintu Patgiri (@patgiriray) 's Twitter Profile Photo

সদৌ অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদ ( AAJYCP ) যোগদান কৰক ।। জয় আই অসম ।।

সদৌ অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদ  ( AAJYCP ) যোগদান কৰক           ।। জয় আই অসম ।।
Jintu Patgiri (@patgiriray) 's Twitter Profile Photo

জয় আই অসম সদৌ অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদ জিন্দাবাদ

Jintu Patgiri (@patgiriray) 's Twitter Profile Photo

বিশিষ্ট সংগীত শিল্পী অপূৰ্ব বেজবৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিলোঁ আৰু শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জনালোঁ সদৌ অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদ চিৰং জিলা সমিতি

বিশিষ্ট সংগীত শিল্পী অপূৰ্ব বেজবৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিলোঁ আৰু শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জনালোঁ  
সদৌ অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদ  চিৰং জিলা সমিতি
Jintu Patgiri (@patgiriray) 's Twitter Profile Photo

অসমবাসী ৰাইজলৈ আজি ৫১২ বীৰ চিলাৰায় দিৱস । অসম জাতীয় মহাবীৰ গৰাকীক আমি শুভেচ্ছা জনালোঁঁ সদৌ অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদ চিৰাং জিলা সমিতি । । জয় আই অসম । ।

অসমবাসী ৰাইজলৈ আজি ৫১২ বীৰ চিলাৰায় দিৱস । অসম জাতীয় মহাবীৰ গৰাকীক আমি শুভেচ্ছা জনালোঁঁ 
সদৌ অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদ  চিৰাং জিলা সমিতি            
         । । জয় আই অসম । ।
Fight Against Injustice of APSC (@fightapsc) 's Twitter Profile Photo

📢1 লাখ নিযুক্তিৰ সপোন দেখুওৱা চৰকাৰৰ দিনত সপোনতেই 1লাখ নিযুক্তি দিয়া হব নেকি বাৰু⁉️🤔😄 ▪কৰবাত যদি বিজ্ঞাপন প্ৰকাশ কৰিও বছৰ বছৰ ধৰি পৰীক্ষা পাতিব নোৱাৰে...আন কৰবাত আকৌ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিও নিযুক্তি নিদিয়ে।। ▪বহুক্ষেত্ৰতেই চৰকাৰৰ ভুল নীতিৰ বাবেই গোচৰৰ ওপৰত গোচৰৰ ভৰত...

Jintu Patgiri (@patgiriray) 's Twitter Profile Photo

সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিৰাং জিলা সমিতি তৰফৰ পৰা ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষাম্ভ পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়াম্ভ পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ আম্ভৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।। জয় আই অসম ।।

সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ  চিৰাং জিলা সমিতি তৰফৰ পৰা   ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষাম্ভ পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়াম্ভ পৰীক্ষাত অৱতীৰ্ণ হোৱা 
সমূহ পৰীক্ষাৰ্থীলৈ আম্ভৰিক শুভেচ্ছা জ্ঞাপন কৰিলো
       ।।  জয় আই অসম  ।।
Jintu Patgiri (@patgiriray) 's Twitter Profile Photo

সমূহ অসমবাসীলৈ ৰঙৰ উৎসৱ ফাকুৱাৰ আম্ভৰিক ওলগ আৰু শুভেচ্ছা যাচিলোঁ । সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিৰাং জিলা সমিতি ।। জয় আই অসম ।।

সমূহ অসমবাসীলৈ ৰঙৰ উৎসৱ ফাকুৱাৰ আম্ভৰিক ওলগ আৰু শুভেচ্ছা যাচিলোঁ ।   সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ 
চিৰাং জিলা সমিতি     ।।  জয় আই অসম  ।।
Nandan Pratim Sharma Bordoloi (@nandanpratim) 's Twitter Profile Photo

"As soon as AJP govt comes in Assam, I will take political retirement at the age of 60-65 years. If our govt does not come, I will continue to work for Assam & Assamese." Lurin Jyoti Gogoi. I did not understand whether he said AJP will form govt or not?? AIUDF claims it on 2026!

Jintu Patgiri (@patgiriray) 's Twitter Profile Photo

বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি দেৱালত চিত্ৰ অংকন কৰা চিত্ৰশিল্পী নীলিম মহন্তক অৰুণাচল প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনা আক্ৰোশমূলক , অগণতান্ত্ৰিক । Neelim Mahanta দাৰ মুক্তিৰ দাবী জনালো সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিৰাং জিলা সমিতি

AAJYCP সদৌ অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নাম শ্ৰী জিন্তু পাট গিৰি

AAJYCP সদৌ অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নাম শ্ৰী জিন্তু পাট গিৰি