Nirangkush Nath (@nirangkushnath) 's Twitter Profile
Nirangkush Nath

@nirangkushnath

Engineer | Activist

ID: 967713764

linkhttp://www.facebook.com/nirangkush.nath calendar_today24-11-2012 09:45:26

850 Tweet

523 Takipçi

265 Takip Edilen

Nirangkush Nath (@nirangkushnath) 's Twitter Profile Photo

Assam gets All India Second Rank!! 📌অসমত মাধ‍্যমিক স্তৰত ২৫.১ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে এৰিছে স্কুল 📌বিহাৰত ২৫.৬ শতাংশই 📌দেশৰ ভিতৰত বিহাৰৰ পিছতেই অসম

Assam gets All India Second Rank!!
📌অসমত মাধ‍্যমিক স্তৰত ২৫.১ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে এৰিছে স্কুল
📌বিহাৰত ২৫.৬ শতাংশই
📌দেশৰ ভিতৰত বিহাৰৰ পিছতেই অসম
Nirangkush Nath (@nirangkushnath) 's Twitter Profile Photo

আইন আৰু বন্দুক হাতত তুলি ল’লে অসমৰ সমস‍্যা সমাধান নহয়। অসমখন সুস্থিৰ কৰাৰ দুটা কাম কৰাৰ দৰকাৰ - প্ৰথম কথা বিদেশী সমস‍্যাৰ চিৰদিনৰ সমাধানৰ বাবে NRC কাৰ্যকৰী কৰা আৰু দ্বিতীয়তে মাটিৰ জৰীপ কৰি মাটিৰ অধিকাৰ প্ৰদান কৰা।

Nirangkush Nath (@nirangkushnath) 's Twitter Profile Photo

চৰকাৰী মডেল কলেজত অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ সিদ্ধান্তৰ বিৰুদ্ধে আমাৰ বক্তব‍্য

Nirangkush Nath (@nirangkushnath) 's Twitter Profile Photo

আজি শাসকে একাংশৰ মন মগজুত এনেকৈ হিংসা সোমোৱাই দিছে যেন নাজি জাৰ্মানীৰ ইহুদি নিধনৰ দৰে ঘটনা হ’লেও সেইসকলে ‘ইছ্’ বুলিও নক’ব।

Nirangkush Nath (@nirangkushnath) 's Twitter Profile Photo

ফটো উঠা, লগ পোৱা সকলো বুজিলোঁ। কিন্তু জ‍্যোতি প্ৰসাদৰ চিন্তা হেনো শ‍্যাম কানুৰ “ৰঙালী”ত প্ৰতিফলিত হোৱা দেখিছিল আছু-ৰ সভাপতি উৎপল শৰ্মাই।মুখখন চলে বুলিয়েই এনে তুলনা কৰিব পাৰি নে? হায় হায়! ক্ষমতাশালীৰ পাকচক্ৰত পৰিলে কি কি যে কৰিব লগাত নপৰে!

Nirangkush Nath (@nirangkushnath) 's Twitter Profile Photo

মৃত‍্যুৰ ৫৮বছৰৰ পিছতো চে’ৰ চিন্তা-আদৰ্শই আমাক প্ৰেৰণা দিয়ে—এখন নতুন সুন্দৰ সমাজ গঢ়িবলৈ। সমাজবাদৰ হকে যুঁজিবলৈ।

মৃত‍্যুৰ ৫৮বছৰৰ পিছতো চে’ৰ চিন্তা-আদৰ্শই আমাক প্ৰেৰণা দিয়ে—এখন নতুন সুন্দৰ সমাজ গঢ়িবলৈ। সমাজবাদৰ হকে যুঁজিবলৈ।
Nirangkush Nath (@nirangkushnath) 's Twitter Profile Photo

📌তেজপুৰ বিশ্ববিদ‍্যালয়ৰ ছাত্ৰ আৰু শৈক্ষিক সমাজে ইতিহাস ৰচিলে 📌আচাৰ্য ৰাজ‍্যপাল আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্লিপ্ততাক নেওচি 📌আইন অনুসৰিয়েই ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি দিলে অভিনন্দন ‼️

📌তেজপুৰ বিশ্ববিদ‍্যালয়ৰ ছাত্ৰ আৰু শৈক্ষিক সমাজে ইতিহাস ৰচিলে
📌আচাৰ্য ৰাজ‍্যপাল আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্লিপ্ততাক নেওচি 
📌আইন অনুসৰিয়েই ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি দিলে
অভিনন্দন ‼️
Fight Against Injustice of APSC (@fightapsc) 's Twitter Profile Photo

🚨 When political switchovers become shields for the accused in the APSC cash-for-jobs scam, lectures on merit ring hollow. #Pariksha_Pe_Charcha means little when fraudulently selected civil servants continue in service Narendra Modi #APSCScam #MeritUnderAttack #JobScam #Justice

John Brittas (@johnbrittas) 's Twitter Profile Photo

Govt admits in Rajya Sabha: India lost 18,727 government schools in 5 years, while private unaided schools rose by 8,475 in just one year. Public education is shrinking. Private schooling is expanding. #education #RajyaSabha

Govt admits in Rajya Sabha: India lost 18,727 government schools in 5 years, while private unaided schools rose by 8,475 in just one year.

 Public education is shrinking. Private schooling is expanding.

#education #RajyaSabha
Fight Against Injustice of APSC (@fightapsc) 's Twitter Profile Photo

🚨Assam APSC scam: Forum alleges threat to Justice Biplab Sharma inquiry report 🚨Forum admin has alleged that weak legal defence by the Assam government may jeopardise the Justice Biplab Sharma Commission report on the APSC scam assamtribune.com/assam/assam-ap… assamtribune.com/assam/assam-ap…

Fight Against Injustice of APSC (@fightapsc) 's Twitter Profile Photo

🚨"চৰকাৰী ষড়যন্ত্ৰৰ বলি হৈছে এপিএছচি কেলেংকাৰিৰ তদন্ত কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগ"--নিৰংকুশ নাথ , DYFI #APSC_SCAM #Cash_For_Job_Scam