Nikhil Ch Barman (@nikhilchbarman2) 's Twitter Profile
Nikhil Ch Barman

@nikhilchbarman2

official work

ID: 1132726595137916929

calendar_today26-05-2019 19:14:00

50 Tweet

9 Takipçi

231 Takip Edilen

Nikhil Ch Barman (@nikhilchbarman2) 's Twitter Profile Photo

কিছুমান মানুহে ভাবে তুমি সন্মান নিদিলে মই কেনেকৈ দিম সেইজন মানুহেই হ'ল stupidআৰু বদমাইছ

Nikhil Ch Barman (@nikhilchbarman2) 's Twitter Profile Photo

মই তোমাক সচাকৈ ভাল পাওঁ কাৰণে কি মই মোৰ ভাইটিৰ লগত যে কথা পাতিব নোৱাৰিম সেইটো কেনেকৈ সম্ভৱ

Nikhil Ch Barman (@nikhilchbarman2) 's Twitter Profile Photo

মই ভাবো আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ অসম খনক scienceৰ দিশত আগুৱাই লৈ যাব লাগে, কাৰণ আমি অসমৰ সন্তান অসমৰ হকেscience ৰ দিশত যুযিব পৰাটো‌ ভাৰতৰ বাবে গৌৰৱ হ'ব ,we think has inresed our Assam moving in American science together working... between Assam in India....

Nikhil Ch Barman (@nikhilchbarman2) 's Twitter Profile Photo

ভালপোৱা এনে হ'ব লাগে যে কোনেও কাকো দুখ নিদিয়াকৈ এক সচা মৰম অনুভৱ কৰা: সেইটো হ'ব সচা ভালপোৱা আৰু যদি ভালপোৱাৰ অভিনয় কৰি এজন বা এজনীক অন্তৰত বহুত আঘাত দিয়া তেতিয়া হ'ব গধুৰ বোজা অৰ্থাৎ পাপ ্্

Nikhil Ch Barman (@nikhilchbarman2) 's Twitter Profile Photo

কাৰোবাৰ প্ৰেমত পৰিলে ভালদৰে চাই প্ৰেমত পৰিবো‌ লাগে,যাতে তোমাৰ মনৰ দুখ এবাৰ কলেই‌ বুজি পায় যাতে বাৰে বাৰে কব নালাগে সেইটো মোৰ কামোনা

Nikhil Ch Barman (@nikhilchbarman2) 's Twitter Profile Photo

নিজৰ মৰম খিনি অজথা অপব্যৱহাৰৰ নকৰিব নিজৰ মৰম ভালপোৱা ভগবানৰ দান সেইকাৰণে নিজৰ মৰম ভালপোৱা য'ত দিব লাগে আৰু য'ত দিলে মৰম আৰু ভালপোৱাৰ কোনো অপব্যৱহাৰৰ নহ'ব তাতেই দিব লাগে: ধন্যবাদ

Nikhil Ch Barman (@nikhilchbarman2) 's Twitter Profile Photo

ধেমালি মানে কি মই বুজি নাপাওঁ, ধেমালি খেল পথাৰত কৰিব লাগে এজন ল'ৰাৰ জীবনৰ লগত নহয় : আৰু মোক কোনোবাই ভাল পাওক বা নাপাওক 'ময় আনৰ দৰে ধেমালি কৰিবলৈ নাজানো মই যাক ভাল পাওঁ মৃত্যুৰ আগলৈকে পাই মৰিম: thanks do or die

Nikhil Ch Barman (@nikhilchbarman2) 's Twitter Profile Photo

মই অসমৰ কাৰণে ঋণী sorry মই অসমীয়া সন্তান হৈউ অসমৰ হকে একো কৰিব নোৱাৰিলোঁ

মই অসমৰ কাৰণে ঋণী  sorry মই অসমীয়া সন্তান হৈউ অসমৰ হকে  একো কৰিব নোৱাৰিলোঁ