Debal Nath (@nathdebal) 's Twitter Profile
Debal Nath

@nathdebal

Looking all around me,I always feel free. Because I am a VV(u)IP here.
Very very (un) important person. অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ
এটি মাত্ৰ ধূলি-কণা মই 🙏

ID: 1461991650155134984

calendar_today20-11-2021 09:37:21

780 Tweet

36 Takipçi

182 Takip Edilen

Debal Nath (@nathdebal) 's Twitter Profile Photo

নামো দি থৈ গ'ল "ৰৈ ৰৈ বিনালে"! সচাঁকৈয়ে সকলোকে ৰৈ ৰৈ বিনোৱাব যেন লাগিছে। মই অৱশ্যে এতিয়ালৈকে চোৱা নাই কিন্তু যি শুনিছোঁ ছবি খনৰ কাহিনী বাস্তবৰ লগত প্ৰায় মিলি গৈছে বোলে। জুবিন সচাঁ অৰ্থত এজন মহান ব্যক্তি আছিল। ভৱিষ্যত প্ৰজন্মৰ আদৰ্শ হৈ থাকিব। অসমীয়াৰ সংজ্ঞা সলনি কৰি গ'ল। 🙏🙏

বৃদ্ধাশ্ৰমত কেইগৰাকীমান বৃদ্ধাই টি ভি চাই আছে। আটাইকেইগৰাকী অতীত-কাতৰতাত আক্ৰান্ত হৈ পৰিছে! নষ্টালজিয়া! তথাপিও নিজৰ ঘৰতকৈ বৃদ্ধাশ্ৰমত সুখত আছে, টি ভি চাবলৈ পাইছে। পুতেক-বোৱাৰীয়েকৰ ৰঙা চকু চাব লগীয়া হোৱা নাই। ফেইচবুকৰ বলেন মিশ্ৰৰ পোষ্টৰ পৰা। পোষ্টটো চেয়াৰ নকৰি নোৱাৰিলোঁ।