Nabajit Konwar
@nabajit55
General secretary of BJYM Dhemaji district.
Active Member of bharatiya janata party.
ID: 1284091188887224320
https://www.facebook.com/nabajitkonwar111?mibextid=ZbWKwL 17-07-2020 11:43:00
5,5K Tweet
1,1K Followers
618 Following
আজি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডাঃ Ranoj Pegu ডাঙৰীয়াৰ সৈতে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (২০২৪-২৫ বৰ্ষ)ৰ অধীনত ৰঙানদী সমষ্টিৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কোৱাদঙা হৈ চোমনি সংযোগী পথছোৱাৰ নিৰ্মাণকাৰ্যৰ শুভ উদ্বোধন কৰোঁ। Himanta Biswa Sarma
আজি মাননীয় মন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়াৰ সৈতে নাওবৈচা আৰু ৰঙানদী বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু সক্ৰিয় সদস্যসকলৰ লগত ৰঙানদীৰ পাৰত অনুষ্ঠিত প্ৰীতিভোজ তথা মত- বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ। Himanta Biswa Sarma Ranoj Pegu Bhabesh Kalita BJP Assam Pradesh
Warm birthday greetings to Hon’ble BJP National Vice President Shri Baijayant Jay Panda ji. His dedication to strengthening the party in Delhi and his insightful conversations are truly commendable. Praying to Almighty for his good health and long life.
"উঠা, জাগা, লক্ষ্যপ্ৰাপ্তি নোহোৱালৈ ৰৈ নাযাবা" - স্বামী বিবেকানন্দ। মহান দাৰ্শনিক স্বামী বিবেকানন্দক তেখেতৰ পৱিত্ৰ জয়ন্তীত শ্ৰদ্ধাৰে সুঁৱৰিছো। 📍 বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, ধেমাজি। Himanta Biswa Sarma Ranoj Pegu
"ৰাষ্ট্ৰীয় যুৱ দিৱস" উপলক্ষে আজি ধেমাজিৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত আয়োজিত অনুষ্ঠানত উপস্থিত থাকোঁ। লগতে ৰাষ্ট্ৰীয় শক্তিৰ প্ৰতীকস্বৰূপ যুৱ প্ৰজন্মলৈ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰোঁ। Himanta Biswa Sarma
ধেমাজি বিধানসভা সমষ্টিৰ ৪৮০ গৰাকী সক্ৰিয় সদস্যক লৈ আজি ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত 'BJP Assam Pradesh ৰ ধেমাজি সমষ্টিৰ সক্ৰিয় সদস্য কাৰ্যকৰ্তা সভা'ত স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডাঃ Ranoj Pegu ডাঙৰীয়াৰ সৈতে অংশগ্ৰহণ কৰোঁ। Himanta Biswa Sarma
মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়ালৈ ওপজা দিনৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মা কামাখ্যাৰ কৃপাত তেখেত ৰাজ্য তথা ৰাষ্ট্ৰৰ সেৱাৰ বাবে কাম কৰি যাবলৈ সপ্ৰতিভ আৰু সুস্থ শৰীৰৰ গৰাকী হৈ থাকক... #HBSBirthday
I have been here in Davos and I am seeing huge enthusiasm amongst the international community on India’s growth prospects. Nothing gives me greater pride to see our country being counted as one of the major global powerhouses. #AssamAtDavos World Economic Forum #WEF26