কৌশিক  (@kausshikh) 's Twitter Profile
কৌশিক 

@kausshikh

NEET UG & PG Information • Producer Boomba Ride,Indian Official Selection,Cannes Film Festival & Best Mishing Film at the 69th National Film Awards • 🩺 Doctor

ID: 1522610405905813504

linkhttps://en.m.wikipedia.org/wiki/Boomba_Ride calendar_today06-05-2022 16:13:20

1,1K Tweet

445 Followers

577 Following

কৌশিক  (@kausshikh) 's Twitter Profile Photo

বহুত দুখ, এফালে এই দাৰিদ্ৰ্যতা, তাৰ ওপৰত ৩৪৯ টকাৰ ৰিচাৰ্জ। আৰু তাৰো ওপৰত কোনো কল কৰিব লগীয়া মানুহ নথকাতো 💔

কৌশিক  (@kausshikh) 's Twitter Profile Photo

Because everyone deserves access to healthcare 💙 Free Health Check-Up Camp 📍 Shyntorbulia Village, Ribhoi District, Meghalaya 📅 7 February 2026

Because everyone deserves access to healthcare 💙
Free Health Check-Up Camp
📍 Shyntorbulia Village, Ribhoi District, Meghalaya
📅 7 February 2026
কৌশিক  (@kausshikh) 's Twitter Profile Photo

Serving where it matters most ✨ Honoured to attend a health camp in rural Ri Bhoi, Meghalaya—listening, healing, and learning from the community. Healthcare reaches its true purpose when it reaches everyone. #HealthForAll #RuralHealthcare #RiBhoi #MedTwitter #CommunityHealth

Serving where it matters most ✨
Honoured to attend a health camp in rural Ri Bhoi, Meghalaya—listening, healing, and learning from the community. Healthcare reaches its true purpose when it reaches everyone. 

#HealthForAll #RuralHealthcare #RiBhoi #MedTwitter #CommunityHealth
কৌশিক  (@kausshikh) 's Twitter Profile Photo

📢 NEET (UG) 2026 Alert! 🩺 The National Testing Agency (NTA) has officially invited online applications for NEET (UG) 2026. 🗓️ Registration: Feb 08 – Mar 08, 2026 📝 Exam Date: May 03, 2026 🔗 Apply here: neet.nta.nic.in #NEET2026 #NTA

📢 NEET (UG) 2026 Alert! 🩺
The National Testing Agency (NTA) has officially invited online applications for NEET (UG) 2026.
🗓️ Registration: Feb 08 – Mar 08, 2026
📝 Exam Date: May 03, 2026
🔗 Apply here: neet.nta.nic.in
#NEET2026 #NTA
কৌশিক  (@kausshikh) 's Twitter Profile Photo

মেট্ৰিক পৰীক্ষাৰ শুভেচ্ছা পঠিয়াইছো। পৰীক্ষা হলত বেলেগ কথা চিন্তা কৰি নাথাকিবা।

মেট্ৰিক পৰীক্ষাৰ শুভেচ্ছা পঠিয়াইছো। 
পৰীক্ষা হলত বেলেগ কথা চিন্তা কৰি নাথাকিবা।
কৌশিক  (@kausshikh) 's Twitter Profile Photo

নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ “বুম্বা ৰাইডৰ সৈতে জড়িত সকলোকে আন্তৰিক অভিনন্দন। l “বুম্বা ৰাইড” ছবিখনে অসমত Other Language শ্ৰেণীত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাজ্যিক বঁটা লাভ কৰিছে। লগতে, বুম্বাৰ চৰিত্ৰত অভিনয় কৰা ইন্দ্ৰজিৎ পেগুৱে ৰাজ্যিক শ্ৰেষ্ঠ শিশু অভিনেতাৰ বঁটা লাভ কৰিছে।

নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ “বুম্বা ৰাইডৰ সৈতে জড়িত সকলোকে আন্তৰিক অভিনন্দন। l

“বুম্বা ৰাইড” ছবিখনে অসমত Other Language শ্ৰেণীত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাজ্যিক বঁটা লাভ কৰিছে।

লগতে, বুম্বাৰ চৰিত্ৰত অভিনয় কৰা ইন্দ্ৰজিৎ পেগুৱে ৰাজ্যিক শ্ৰেষ্ঠ শিশু অভিনেতাৰ বঁটা লাভ কৰিছে।
কৌশিক  (@kausshikh) 's Twitter Profile Photo

বিশ্বকাপত ভাৰতৰ হাতত পাকিস্তানে ৭–১ত অপমানজনক পৰাজয় খোৱাৰ পিছত, এতিয়া পাকিস্তানৰ বিৰুদ্ধে জিকা বা হাৰা—এইটো মোৰ বাবে একেবাৰে উত্তেজনাহীন।ৰাইভেলৰ উত্তেজনা এতিয়া শেষ। এতিয়া লক্ষ্য একেটাই — বিশ্বকাপৰ ফাইনেল আৰু কাপটো। 🏆সন্মুখত যি দলেই নোহোৱাক কিয় ! #INDvPAK #WorldCup2026

বিশ্বকাপত ভাৰতৰ হাতত পাকিস্তানে ৭–১ত অপমানজনক পৰাজয় খোৱাৰ পিছত, এতিয়া পাকিস্তানৰ বিৰুদ্ধে জিকা বা হাৰা—এইটো মোৰ বাবে একেবাৰে উত্তেজনাহীন।ৰাইভেলৰ উত্তেজনা এতিয়া শেষ। এতিয়া লক্ষ্য একেটাই — বিশ্বকাপৰ ফাইনেল আৰু কাপটো। 🏆সন্মুখত যি দলেই নোহোৱাক কিয় ! #INDvPAK #WorldCup2026
কৌশিক  (@kausshikh) 's Twitter Profile Photo

Today, I was delighted to attend the 9th Assam State Film Awards 2026, held at the Srimanta Sankardeva International Auditorium, Panjabari, Guwahati. It was a truly joyful experience to be part of the journey of Boomba Ride #Boombaride #Guwahati #assam

কৌশিক  (@kausshikh) 's Twitter Profile Photo

APSC সংবাদ 📌 APSC CCE তালিকা প্ৰকাশ কৰা হয় যদিও কেবিনেট সিদ্ধান্তমৰ্মে অন্তৰ্ভুক্ত হ’ব লগা দুজন মৰাণ প্ৰাৰ্থীৰ নাম বাদ পৰি যায়৷ সেইবাবে লগেলগে এই তালিকা বাতিল কৰা হয়৷ নতুন ফলাফলত বিশেষ সালসলনি নাথাকিব৷ মাত্ৰ মৰাণ সম্প্ৰদায়ৰ দুজন প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হ’ব৷

APSC সংবাদ 📌
APSC CCE তালিকা প্ৰকাশ কৰা হয় যদিও কেবিনেট সিদ্ধান্তমৰ্মে অন্তৰ্ভুক্ত হ’ব লগা দুজন মৰাণ প্ৰাৰ্থীৰ নাম বাদ পৰি যায়৷ সেইবাবে লগেলগে এই তালিকা বাতিল কৰা হয়৷ নতুন ফলাফলত বিশেষ সালসলনি নাথাকিব৷ মাত্ৰ মৰাণ সম্প্ৰদায়ৰ দুজন প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হ’ব৷