Sankor Jyoti Baruah (@jyotisankor) 's Twitter Profile
Sankor Jyoti Baruah

@jyotisankor

EX-General Secretary, All Assam Students' Union(AASU)

ID: 1244675345409687558

calendar_today30-03-2020 17:18:36

119 Tweet

361 Followers

9 Following

Sankor Jyoti Baruah (@jyotisankor) 's Twitter Profile Photo

ৰাজ্যত স্মাৰ্ট মিটাৰ সংযোজনৰ নামত বিদ্যুৎ মাচুলৰ অস্বাভাৱিক বৃদ্ধিয়ে গ্ৰাহকক জ্বলা-কলা খোৱাইছে ৷ বিদ্যুৎ যোগান অনিয়মীয়া ৷ বিভাগীয় কৰ্তৃপক্ষৰ কোনোধৰণৰ যুক্তিসংগত উত্তৰ নাই । বিষয়টোত মুখ্যমন্ত্ৰীৰ নিৰ্বিকাৰ ভূমিকা, অন্যথা প্ৰতিবাদ অব্যাহত থাকিব ।

আজি ছাত্ৰ সন্থাৰ সতীৰ্থ সকলৰ সৈতে দুলীয়াজান কেন্দ্ৰীয় নামঘৰত এখনি শৰাই আগবঢ়াই সকলোৰে কুশল মংগল কামনা কৰোঁ ৷

অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱা দেৱৰ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জনাই তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ ৷ লগতে সকলোলৈকে তেখেতৰ ওপজা দিনৰ উপলক্ষে উদযাপিত ক্ৰীড়া অভিৰুচি দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ ৷

অসমীয়া জাতিক ভাষা, সংস্কৃতিৰে চহকী কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথিৰ পৱিত্ৰ দিনটোত গুৰুজনাৰ শ্ৰীচৰণত শতকৌটি প্রণিপাত জনালোঁ ৷

নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত বি.ভি.এফ.চি.এলৰ অতিথিশালাত অনুষ্ঠিত হোৱা সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ যৌথ সভাত উপস্থিত থাকোঁ ৷

আজি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় নিৰ্মাণৰ সন্দৰ্ভত আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ সৈতে আলোচনাত মিলিত হওঁ ৷ খুব কম দিনৰ ভিতৰত কাৰ্যালয়টোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি কাৰ্যালয়টি আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা হ’ব ৷

জ্ঞানৰ পোহৰ বিলাই উঠি অহা নৱপ্ৰজন্মক সমাজত সু-নাগৰিক হিচাপে গঢ় দিয়া প্ৰতিজন শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ এই পৱিত্ৰ দিনটোত মোৰ শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ ৷

ভাল লগা কামবিলাক সদায় কৰি যাবলৈ চেষ্টা কৰিছিলোঁ আৰু কৰি যাম ৷ এগৰাকী শিক্ষাৰ্থীৰ হাতত প্ৰয়োজনীয় বস্তু এপদ তুলি দিব পাৰিলে মনত সুখ আৰু আনন্দ পাওঁ ৷ সেই বাবে আজি টেঙাখাতৰ শেনচোৱা অঞ্চলৰ কেইগৰাকীমান শিক্ষাৰ্থীৰ হাতত শৈক্ষিক যাত্ৰাত সুবিধা হোৱাকৈ একোখনকৈ চাইকেল প্ৰদান কৰোঁ ৷

বকুলনী চাৰিআলিৰ নিবাসী চিচিয়া বকুলনী বালিকা বিদ্যালয়ৰ বিষয় শিক্ষক ২০২৪ বৰ্ষৰ কৃৰ্তী শিক্ষকৰ ৰাষ্ট্ৰপতি বঁটা প্ৰাপক দ্বীপেন খনিকৰ দেৱক তেখেতৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জনাও ৷

মৃত্যু দিৱসৰ পৱিত্ৰ দিনটোত সুধাকণ্ঠলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ৷

দুলীয়াজানৰ টিংৰাই চাৰিআলিত অনুষ্ঠিত বুঢ়ীদিহিং মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত মুখ্য হিচাপে উপস্থিত থাকোঁ ৷

আগন্তুক ২০২৪-২৫ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীক তেখেতলোকৰ বাসগৃহত গৈ পৰীক্ষাৰ বাবে শুভেচ্ছা জনাও ৷

নাওহলীয়া বৰকোলা গাঁৱত টাইপাৰ উদ্যোগত আয়োজিত আৰু ভাদৈ বৰপুখুৰী পাৰত সদৌ টাই আহোম ছাত্ৰ সন্হাৰ দুলীয়াজান সমিতিৰ উদ্যোগত আয়োজিত মে ডাম মেফি অনুষ্ঠানত ।

বহুকেইখন ব্যক্তিগত খণ্ডৰ ইংৰাজী বিদ্যালয়ত গৈছো৷ প্ৰায় সংখ্যক বিদ্যালয়তে গৈ এটা কথা উপলব্ধি কৰিছো যে বিদ্যালয়খনত এখন অসমীয়া অভিধান মজুত নাই ৷গতিকে এতিয়াৰ পৰা প্ৰথম পৰ্য্যায়ত #১০০_খন_ব্যক্তিগত_খণ্ডৰ_বিদ্যালয়ত #হেমকোষ_অভিধান বিনামূলীয়াকৈ আমাৰ তৰফৰ পৰা বিদ্যালয়লৈ আগবঢ়াম

২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভকামনা ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া অসমৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীলৈ অলেখ শুভকামনা ৷

#গ্ৰন্থ #ব’হাগ_আৰু_বজাৰ জাতীয় অৰ্থনীতি শক্তিশালী কৰাত আমাৰ চিন্তা।

#গ্ৰন্থ
#ব’হাগ_আৰু_বজাৰ
জাতীয় অৰ্থনীতি শক্তিশালী কৰাত আমাৰ চিন্তা।