Dr. Vijay Kumar Gupta
@ivijayguptabjp
Chairman,Duliajan Numaligarh Pipeline Ltd (DNPL);Ex. Chairman,Assam Financial Corporation;Ex. Vice President,BJP Assam Pradesh ;Ex. G.S @BJP4Assam
ID: 1211536562988539904
30-12-2019 06:37:10
4,4K Tweet
498 Takipçi
284 Takip Edilen
মানুহে আজি বুজা নাই... কিন্তু কাইলৈ বুজি পোৱাত হীন দেৰি হ'লে সকলো হেৰুৱাম..... লাচিত বৰফুকনে যুঁজি যুঁজি মোগলৰ হাতৰ পৰা অসমখনক ৰক্ষা কৰাৰ দৰে আজি বাংলাদেশীৰ হাতৰ পৰা অসমখনক ৰক্ষা কৰিবলৈ আমাৰ মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়াই দিন-ৰাতি একাকাৰ কৰি আপ্ৰাণ চেষ্টাত মগ্ন......
এতিয়া ‘A’ মানেই ‘Assam’! মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অসম আজি প্ৰগতিৰ নতুন শিখৰত। সঁচাকৈয়ে, এয়া এক নতুন আৰু শক্তিশালী অসম। "A for Assam"
ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ সাধাৰণ সম্পাদক শ্ৰীযুত Pallab Lochan Das ডাঙৰীয়াৰ জন্ম দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনাগত দিনত ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰ খনত অধিক সেৱা আগবঢ়াই যোৱাৰ বাবে উৎসাহিত কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
আজি চেণ্ট্ৰেল গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত ভৰলুমুখ মণ্ডলৰ দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে দেৱাল লিখন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰোঁ। BJP BJP Assam Pradesh Dilip Saikia 🇮🇳 Himanta Biswa Sarma B L Santhosh
ভাৰতীয় জনতা পার্টিৰ ডিমা হাছাও জিলাৰ প্ৰভাৰী হিচাপে আজি ডিমা হাছাও জিলাৰ জাতিঙ্গাত অনুষ্ঠিত হবলগীয়া বৰ্দ্ধিত জিলা কাৰ্যনিৰ্বাহক সভাত অংশগ্রহণৰ উদ্দেশ্যে জিলাখনত উপস্থিত হও। দলৰ সন্মানীয় কাৰ্যকৰ্তা সকলে মোক উষ্ম আদৰণি জনায়। সকলোকে আন্তৰিক ধন্যবাদ জনালো। Dilip Saikia 🇮🇳
Heartfelt birthday greetings to the Hon’ble Chief Minister of Tripura, Dr. Manik Saha Ji ! Wishing him good health, long life, and continued strength in the service of the people of Tripura. Prof.(Dr.) Manik Saha
মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ অসম ভ্ৰমণৰ কাৰ্যসূচীসমূহ ... Amit Shah Himanta Biswa Sarma BJP BJP Assam Pradesh