Hriton Ray (@hritonray11) 's Twitter Profile
Hriton Ray

@hritonray11

District Convenor @abvpbongaigaon.

SWC Member @ABVPAssam

ID: 1628303200955830272

linkhttp://abvp.org calendar_today22-02-2023 07:58:49

14 Tweet

4 Followers

18 Following

Hriton Ray (@hritonray11) 's Twitter Profile Photo

Yesterday, Akhil Bharatiya Vidyarthi Parishad Bongaigaon Town Unit Organised a Silent Protest For the justice for Dr. Moumita Debnath. #justiceformoumitadebnath #BengalHorror #ABVP #ABVPBongaigaon #ABVPAssam

Yesterday, Akhil Bharatiya Vidyarthi Parishad Bongaigaon Town Unit Organised a Silent Protest For the justice for Dr. Moumita Debnath.
#justiceformoumitadebnath #BengalHorror #ABVP #ABVPBongaigaon #ABVPAssam
BHASKAR SARKAR (ভাস্কৰ সৰকাৰ) (@bhaskarsarkarin) 's Twitter Profile Photo

भाई-बहन के अटूट स्नेह के पर्व रक्षाबंधन के अवसर पर ABVP Assam प्रांत कार्यालय में बहनों से रक्षासूत्र बंधवाकर उनका आशीर्वाद लिया। रक्षाबंधन का यह पर्व आप सभी के लिए शुभ एवं मंगलकारी हो ऐसी कामना है। #rakshabandhan2024 #रक्षाबंधन

भाई-बहन के अटूट स्नेह के पर्व रक्षाबंधन के अवसर पर ABVP Assam  प्रांत कार्यालय में  बहनों से रक्षासूत्र बंधवाकर उनका आशीर्वाद लिया।

रक्षाबंधन का यह पर्व आप सभी के लिए शुभ एवं मंगलकारी हो ऐसी कामना है।

#rakshabandhan2024 #रक्षाबंधन
ABVP (@abvpvoice) 's Twitter Profile Photo

The 30th State Conference of ABVP Assam Pradesh concluded with great enthusiasm in Lakhimpur, Assam in the presence of the Hon’ble Education Minister (Assam), Shri Ranoj Pegu, along with ABVP National General Secretary Shri Dr. Virendra Singh Solanki, National Secretary Shri Kamlesh Singh,

The 30th State Conference of ABVP Assam Pradesh concluded with great enthusiasm in Lakhimpur, Assam in the presence of the Hon’ble Education Minister (Assam), Shri Ranoj Pegu, along with ABVP National General Secretary Shri Dr. Virendra Singh Solanki, National Secretary Shri Kamlesh Singh,
Hriton Ray (@hritonray11) 's Twitter Profile Photo

লখিমপুৰত অনুষ্ঠিত ৩০ সংখ্যক ৰাজ্যিক সন্মিলন ABVP অসম প্ৰদেশৰ কিছু ছবি। #ABVPAssam #ABVPVoice

লখিমপুৰত অনুষ্ঠিত ৩০ সংখ্যক ৰাজ্যিক সন্মিলন ABVP অসম প্ৰদেশৰ কিছু ছবি।

#ABVPAssam #ABVPVoice
Hriton Ray (@hritonray11) 's Twitter Profile Photo

আজি অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী শ্ৰী যুত কৃষ্ণেন্দু পাল Krishnendu Paul ডাঙৰীয়াৰ সৈতে সৌজন্যমূলক সাক্ষাত্ হয়।

আজি অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী শ্ৰী যুত কৃষ্ণেন্দু পাল Krishnendu Paul ডাঙৰীয়াৰ সৈতে সৌজন্যমূলক সাক্ষাত্ হয়।
ABVP (@abvpvoice) 's Twitter Profile Photo

The Valedictory Ceremony of #RashtriyaEkatmataYatra was concluded with great enthusiasm at Srimanta Sankaradeva Kalakshetra, Guwahati. The event was honored to host Shri Pijush Hazarika, Hon. Cabinet Minister, Government of Assam, as the Chief Guest, Dr. Nani Gopal Mahanta,

The Valedictory Ceremony of #RashtriyaEkatmataYatra was concluded with great enthusiasm at Srimanta Sankaradeva Kalakshetra, Guwahati.

The event was honored to host Shri Pijush Hazarika, Hon. Cabinet Minister, Government of Assam, as the Chief Guest, Dr. Nani Gopal Mahanta,
ABVP Assam (@abvpassam) 's Twitter Profile Photo

বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ উদ্যোগত পৰিচালিত হোৱা "সীমা দৰ্শন যাত্ৰা"-ৰ "চত্ৰপতি শিৱাজী মহাৰাজ" আৰু "নেতাজী সুভাষ চন্দ্ৰ বসু" গ্ৰুপ ওদালগুৰি জিলাৰ কার্যকৰ্তাৰ লগত প্ৰতিনিধি সকলৰ ভুটানৰ সীমা মুৰীয়া অঞ্চল সমূহ পৰিদৰ্শনৰ কিছু স্থিৰ চিত্ৰ । #SeemaDarshanYatra2k25

বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ উদ্যোগত পৰিচালিত হোৱা "সীমা দৰ্শন যাত্ৰা"-ৰ "চত্ৰপতি শিৱাজী মহাৰাজ" আৰু "নেতাজী সুভাষ চন্দ্ৰ বসু" গ্ৰুপ ওদালগুৰি জিলাৰ কার্যকৰ্তাৰ লগত প্ৰতিনিধি সকলৰ ভুটানৰ সীমা মুৰীয়া অঞ্চল সমূহ পৰিদৰ্শনৰ কিছু স্থিৰ চিত্ৰ ।
#SeemaDarshanYatra2k25
ABVP Assam (@abvpassam) 's Twitter Profile Photo

"সীমা দৰ্শন যাত্ৰা"-ৰ "ছত্ৰপতি শিৱাজী মহাৰাজ" আৰু "মহাৰাণা প্ৰতাপ" শীৰ্ষক প্ৰতিনিধিৰ দল দুটাক এবিভিপি ওদালগুৰিৰ কার্যকৰ্তা সকলৰ দ্বাৰা ওদালগুৰি ৰে'লৱে ষ্টেচনত আদৰণি জনোৱা হয়। #SeemaDarshanYatra2k25

"সীমা দৰ্শন যাত্ৰা"-ৰ "ছত্ৰপতি শিৱাজী মহাৰাজ" আৰু "মহাৰাণা প্ৰতাপ" শীৰ্ষক প্ৰতিনিধিৰ দল দুটাক এবিভিপি ওদালগুৰিৰ কার্যকৰ্তা সকলৰ দ্বাৰা ওদালগুৰি ৰে'লৱে ষ্টেচনত আদৰণি জনোৱা হয়।

#SeemaDarshanYatra2k25
ABVP Assam (@abvpassam) 's Twitter Profile Photo

বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ উদ্যোগত পৰিচালিত হোৱা "সীমা দৰ্শন যাত্ৰা"-ৰ "চত্ৰপতি শিৱাজী মহাৰাজ" আৰু "মহাৰণা প্ৰতাপ" গ্ৰুপৰ প্ৰতিনিধি সকলে ভুটানৰ সীমা মুৰীয়া কুণ্ডাৰবিল অঞ্চলৰ স্থান সমূহ পৰিদৰ্শন কৰে লগতে স্থানীয় লোকৰ সৈতে পৰিস্থিতিৰ বুজ লয় । #SeemaDarshanYatra2k25

ABVP অসম প্ৰদেশৰ উদ্যোগত আৰম্ভ হোৱা 'সীমা দৰ্শন যাত্ৰা' কার্যক্রমৰ আজিৰ "অভিজ্ঞতা ব্যক্ত" কৰা কার্যক্রমৰ কিছু স্থিৰ চিত্ৰ। যত মুখ্য অতিথিৰূপে উপস্থিত থাকে লেফ্টনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ডাঙৰীয়া তথা অসম পৰ্য্যটন বিভাগৰ নিৰ্দেশক পার্থ প্ৰতিম দাস ডাঙৰীয়া |

Congratulations to #TeamIndia for the outstanding performance in Semi Final #ChampionsTrophy2025 . Best wishes for the Final .. #IndvsAus

Congratulations to #TeamIndia  for the outstanding performance in Semi Final #ChampionsTrophy2025 .

Best wishes for the Final ..

#IndvsAus
ABVP Assam (@abvpassam) 's Twitter Profile Photo

আজি ABVP বঙাইগাঁও বিশ্ববিদ্যালয় শাখা আৰু SFD-ৰ সহযোগত এক কাৰ্যক্ৰম "Sunday For Bongaigaon University" নামেৰে কৰা হয়, যত বিশ্ববিদ্যালয় পৰিৱেশ পৰিষ্কাৰ কৰা হয় । #swachhbharat #cleanlinessDrive #abvpbongaigaon

আজি ABVP বঙাইগাঁও বিশ্ববিদ্যালয় শাখা আৰু SFD-ৰ সহযোগত এক কাৰ্যক্ৰম "Sunday For Bongaigaon University" নামেৰে কৰা হয়, যত বিশ্ববিদ্যালয় পৰিৱেশ পৰিষ্কাৰ কৰা হয় ।

#swachhbharat
#cleanlinessDrive
#abvpbongaigaon
KJS DHILLON🇮🇳 (@tinydhillon) 's Twitter Profile Photo

Dear Citizens If you see any movement of Indian Army, Airforce or Naval troops / vehicles through your town or city, please don’t make any videos or reels & NOT post them on social media. You may be unintentionally helping the enemy Jai Hind 🇮🇳 ADG PI - INDIAN ARMY Indian Air Force SpokespersonNavy PC :

Dear Citizens
If you see any movement of Indian Army, Airforce or Naval troops / vehicles through your town or city, please don’t make any videos or reels & NOT post them on social media.

You may be unintentionally helping the enemy

Jai Hind 🇮🇳
ADG PI - INDIAN ARMY Indian Air Force SpokespersonNavy
PC :
Hriton Ray (@hritonray11) 's Twitter Profile Photo

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বঙাইগাঁও জিলা সংযোজক হিচাপে আৰু এবাৰ দায়িত্ব লাভ। মোৰ ওপৰত বিশ্বাস প্ৰদান কৰাৰ বাবে বিদ্যাৰ্থী পৰিষদৰ নেতৃত্ববিন্দ, আৰু কাৰ্যকৰ্তা সকললৈ আন্তৰিক ধন্যবাদ। ABVP BONGAIGAON ABVP Assam

ABVP Assam (@abvpassam) 's Twitter Profile Photo

On this #NationalStudentsDay, we salute the youth who are the torchbearers of Bharat's destiny.
ABVP has empowered students for 77 years to rise with purpose, passion, and patriotism.
#77YearsOfABVP