Saiful Alom (@alomsaiful) 's Twitter Profile
Saiful Alom

@alomsaiful

#Foodie #Traveller #Friendly #Positive #Faithful #HumansLover #জয়_আই_অসম🇮🇳

ID: 581634147

linkhttp://www.instagram.com/saifulalom07 calendar_today16-05-2012 05:38:22

130,130K Tweet

593 Followers

89 Following

Saiful Alom (@alomsaiful) 's Twitter Profile Photo

টকা পইচা নাই, কিন্তু হৃদয়ত অগণন যাত্ৰাৰ মানচিত্র আছে। ধন-সম্পত্তি নহয়, যাত্ৰাই মোৰ আসল সম্পত্তি 😊

কেতিয়াবা ভাল পাই চাবাচোন মোক মই ভাল পোৱাৰ দৰে । সাজিবাচোন সপোন মই দেখাৰ দৰে 😊

Saiful Alom (@alomsaiful) 's Twitter Profile Photo

জীৱনৰ পথত অসংখ্য মানুহ আহিব-যাব, কিন্তু মোৰ হৃদয়ৰ seat মাত্ৰ তোৰ বাবে reserved, তইয়ে মোৰ আজিৰ হাঁহি আৰু কাইলৈৰ আশা 🤭

জীৱনৰ পথত অসংখ্য মানুহ আহিব-যাব,
কিন্তু মোৰ হৃদয়ৰ seat মাত্ৰ তোৰ বাবে reserved,
তইয়ে মোৰ আজিৰ হাঁহি আৰু কাইলৈৰ আশা 🤭
Saiful Alom (@alomsaiful) 's Twitter Profile Photo

আমাৰ প্ৰিয় Ma’am – মৰম, যতন আৰু হাঁহিৰে শিক্ষাৰ পথ দীপ্যমান ✨😊

তুমি কোৱা বৰষুণ ভাল পাওঁ, কিন্তু বৰষুণ দিলে ছাতিটো খুলি দিয়া। তুমি কোৱা যে তুমি সূৰ্য্যক ভাল পোৱা, কিন্তু সূৰ্য্যটো জিলিকিলে ছাঁ বিচাৰি লোৱা, আকৌ তুমি কোৱা বতাহ ভাল পাওঁ বুলি, কিন্তু বতাহ বলিলে খিৰিকী বন্ধ কৰি দিয়া, এই কাৰণেই মোৰ ভয় লাগে, যেতিয়া তুমি মোক ভাল পাওঁ বুলি কোৱা..

প্ৰেম মানে exam-ৰ viva — উত্তৰ দিওঁ, কিন্তু teacher Satisfied নহয় 😉