EastMojo Assam (@eastmojoassam) 's Twitter Profile
EastMojo Assam

@eastmojoassam

ব্ৰেকিংৰ দৌৰত নহয়, খবৰৰ আঁৰৰ খবৰ আমাৰ ভেটি।

#EastMojoAssam

ID: 1458348179032719360

linkhttp://assam.eastmojo.com calendar_today10-11-2021 08:18:32

8,8K Tweet

75 Takipçi

24 Takip Edilen

EastMojo Assam (@eastmojoassam) 's Twitter Profile Photo

২০১৮ চনৰ এই ভিডিঅ’টোত এগৰাকী বিজেপি কৰ্মীক টিএমচিৰ দলৰ এজন নেতাই আক্ৰমণ কৰাৰ অভিযোগ উঠিছিল। সন্দেশখালিৰ শেহতীয়া পৰিস্থিতিৰ সৈতে ইয়াৰ সম্পৰ্ক নাই। @LF_Assamese logicallyfacts.com/as/fact-check/…

EastMojo Assam (@eastmojoassam) 's Twitter Profile Photo

২০২৩ ডিচেম্বৰৰ এই ভিডিঅ’টোত ম্যানমাৰৰ এটা উগ্ৰপন্থী সংগঠনে জুন্টা চৰকাৰক ভাবুকি দিয়া দেখা গৈছে।ক্লিপটোত থকা অডিঅ’টো সম্পাদনা কৰি যোগ কৰা হৈছে। @LF_Assamese logicallyfacts.com/as/fact-check/…

২০২৩ ডিচেম্বৰৰ এই ভিডিঅ’টোত ম্যানমাৰৰ এটা উগ্ৰপন্থী সংগঠনে জুন্টা চৰকাৰক ভাবুকি দিয়া দেখা গৈছে।ক্লিপটোত থকা অডিঅ’টো সম্পাদনা কৰি যোগ কৰা হৈছে।
@LF_Assamese 

logicallyfacts.com/as/fact-check/…
EastMojo Assam (@eastmojoassam) 's Twitter Profile Photo

ৰাহুল গান্ধীয়ে তেওঁক আগবঢ়োৱা হিন্দু দেৱতাৰ মূৰ্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা বুলি মিছাকৈ দাবী কৰিবলৈ ভাইৰেল ভিডিঅ'টোৰ পিছৰ অংশখিনি কাটি দিয়া হৈছিল। @LF_Assamese logicallyfacts.com/as/fact-check/…

ৰাহুল গান্ধীয়ে তেওঁক আগবঢ়োৱা হিন্দু দেৱতাৰ মূৰ্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা বুলি মিছাকৈ দাবী কৰিবলৈ ভাইৰেল ভিডিঅ'টোৰ পিছৰ অংশখিনি কাটি দিয়া হৈছিল।
@LF_Assamese 

logicallyfacts.com/as/fact-check/…
EastMojo Assam (@eastmojoassam) 's Twitter Profile Photo

ফটোখনত থকা ব্যক্তিজন বেঞ্জামিন বসুমতাৰী, প্ৰমোদ বড়ো নহয়। 'ইউপিপিএল'ৰ মতে, চলিত বৰ্ষৰ জানুৱাৰী মাহত বসুমতাৰীক দলৰ পৰা নিলম্বন কৰা হৈছিল। @LF_Assamese logicallyfacts.com/as/fact-check/…

ফটোখনত থকা ব্যক্তিজন বেঞ্জামিন বসুমতাৰী, প্ৰমোদ বড়ো নহয়। 'ইউপিপিএল'ৰ মতে, চলিত বৰ্ষৰ জানুৱাৰী মাহত বসুমতাৰীক দলৰ পৰা নিলম্বন কৰা হৈছিল।
@LF_Assamese 

logicallyfacts.com/as/fact-check/…
EastMojo Assam (@eastmojoassam) 's Twitter Profile Photo

১৩ এপ্ৰলিত সন্তোষ কুশৱাহা নামৰ এজন স্থানীয় সাংবাদিকে ভিডিঅ' সাক্ষাৎকাৰটো গ্ৰহণ কৰিছিল, এইটো ডিপফে’ক ভিডিঅ’ নহয়। @LF_Assamese logicallyfacts.com/as/fact-check/…

১৩ এপ্ৰলিত সন্তোষ কুশৱাহা নামৰ এজন স্থানীয় সাংবাদিকে ভিডিঅ' সাক্ষাৎকাৰটো গ্ৰহণ কৰিছিল, এইটো ডিপফে’ক ভিডিঅ’ নহয়।
@LF_Assamese 

logicallyfacts.com/as/fact-check/…
EastMojo Assam (@eastmojoassam) 's Twitter Profile Photo

দলিত, জনজাতীয়, সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ কথা বাদ দিবলৈ এই ভিডিঅ’টো সম্পাদনা কৰা হৈছে । @LF_Assamese logicallyfacts.com/as/fact-check/…

দলিত, জনজাতীয়, সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ কথা বাদ দিবলৈ এই ভিডিঅ’টো সম্পাদনা কৰা হৈছে ।
@LF_Assamese 

logicallyfacts.com/as/fact-check/…
EastMojo Assam (@eastmojoassam) 's Twitter Profile Photo

ভিডিঅ'টো ক্ৰপ কৰা হৈছে। সম্পূৰ্ণ ভাষণটোত মোদীয়ে কয় যে কংগ্ৰেছে মিছাকৈ দাবী কৰিছে যে তেওঁ ‘সংৰক্ষণ বিলুপ্ত’ কৰাৰ মনস্থ কৰিছে। @LF_Assamese logicallyfacts.com/as/fact-check/…

ভিডিঅ'টো ক্ৰপ কৰা হৈছে। সম্পূৰ্ণ ভাষণটোত মোদীয়ে কয় যে কংগ্ৰেছে মিছাকৈ দাবী কৰিছে যে তেওঁ ‘সংৰক্ষণ বিলুপ্ত’ কৰাৰ মনস্থ কৰিছে।
@LF_Assamese 

logicallyfacts.com/as/fact-check/…
EastMojo Assam (@eastmojoassam) 's Twitter Profile Photo

উক্ত ঘটনাটো ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত সংঘটিত হৈছিল আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। @LF_Assamese logicallyfacts.com/as/fact-check/…

উক্ত ঘটনাটো ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত সংঘটিত হৈছিল আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
@LF_Assamese 

logicallyfacts.com/as/fact-check/…
EastMojo Assam (@eastmojoassam) 's Twitter Profile Photo

লজিকেলী ফেক্টছৰ সৈতে কথা পাতি এল.কে. আদৱানীৰ ঘনিষ্ঠ সহায়ক দীপক চোপ্ৰাই এই দাবী খাৰিজ কৰি ইয়াক 'ভুৱা' বুলি অভিহিত কৰে। @LF_Assamese logicallyfacts.com/as/fact-check/…

লজিকেলী ফেক্টছৰ সৈতে কথা পাতি এল.কে. আদৱানীৰ ঘনিষ্ঠ সহায়ক দীপক চোপ্ৰাই এই দাবী খাৰিজ কৰি ইয়াক 'ভুৱা' বুলি অভিহিত কৰে।
@LF_Assamese

logicallyfacts.com/as/fact-check/…
EastMojo Assam (@eastmojoassam) 's Twitter Profile Photo

ৰাহুল গান্ধীয়ে তেওঁৰ হাতত গোপাল শংকৰনাৰায়ণনৰ দ্বাৰা ৰচিত ভাৰতৰ সংবিধানৰ ৰঙা ক’ভাৰ থকা কোটপকেট সংস্কৰণটো ধৰি থকা দেখা গৈছে। @LF_Assamese logicallyfacts.com/as/fact-check/…

ৰাহুল গান্ধীয়ে তেওঁৰ হাতত গোপাল শংকৰনাৰায়ণনৰ দ্বাৰা ৰচিত ভাৰতৰ সংবিধানৰ ৰঙা ক’ভাৰ থকা কোটপকেট সংস্কৰণটো ধৰি থকা দেখা গৈছে।
@LF_Assamese 

logicallyfacts.com/as/fact-check/…
EastMojo Assam (@eastmojoassam) 's Twitter Profile Photo

ভিডিঅ’টোত অন্ধ্ৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেলেগু দেশম পাৰ্টিৰ কৰ্মীসকলে এটা সমষ্টিৰ টিকট দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । @LF_Assamese logicallyfacts.com/as/fact-check/…

ভিডিঅ’টোত অন্ধ্ৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেলেগু দেশম পাৰ্টিৰ কৰ্মীসকলে এটা সমষ্টিৰ টিকট দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ।

@LF_Assamese 

logicallyfacts.com/as/fact-check/…
EastMojo Assam (@eastmojoassam) 's Twitter Profile Photo

ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোডীৰ শপতগ্ৰহণ অনুষ্ঠান চাই থকা বুলি দেখুওৱাবলৈ ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰা হৈছিল। মূল ফুটেজটোত স্ক্ৰীণখন খালী দেখা যায়। @LF_Assamese logicallyfacts.com/as/fact-check/…

ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোডীৰ শপতগ্ৰহণ অনুষ্ঠান চাই থকা বুলি দেখুওৱাবলৈ ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰা হৈছিল। মূল ফুটেজটোত স্ক্ৰীণখন খালী দেখা যায়।

@LF_Assamese

logicallyfacts.com/as/fact-check/…
EastMojo Assam (@eastmojoassam) 's Twitter Profile Photo

সংসদীয় অভিলেখসমূহৰ পৰা নিশ্চিত হোৱা যায় যে স্বাধীনতাৰ পৰৱৰ্তী সময়ত একাধিকবাৰ লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে। @LF_Assamese logicallyfacts.com/as/fact-check/…

সংসদীয় অভিলেখসমূহৰ পৰা নিশ্চিত হোৱা যায় যে স্বাধীনতাৰ পৰৱৰ্তী সময়ত একাধিকবাৰ লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে।

@LF_Assamese 

logicallyfacts.com/as/fact-check/…
EastMojo Assam (@eastmojoassam) 's Twitter Profile Photo

ভিডিঅ'টোত কেএনএলএ সদস্য, এজন ভিডিঅ' ক্ৰিয়েটৰ আৰু ম্যানমাৰৰ এজন সমাজকৰ্মী দেখা যায়; মণিপুৰৰ সংঘৰ্ষৰ সৈতে ইয়াৰ সম্পৰ্ক নাই। logicallyfacts.com/as/fact-check/…

ভিডিঅ'টোত কেএনএলএ সদস্য, এজন ভিডিঅ' ক্ৰিয়েটৰ আৰু ম্যানমাৰৰ এজন সমাজকৰ্মী দেখা যায়; মণিপুৰৰ সংঘৰ্ষৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

logicallyfacts.com/as/fact-check/…
EastMojo Assam (@eastmojoassam) 's Twitter Profile Photo

এইটো ২০১৮ চনত পশ্চিমবংগৰ ভাৰত-বাংলাদেশ সীমান্তত লোৱা ভিডিঅ’ হয়। দেশখনৰ শেহতীয়া ৰাজনৈতিক সংকট আৰু অস্থিৰতাৰ সৈতে ইয়াৰ সম্পৰ্ক নাই। logicallyfacts.com/as/fact-check/…

এইটো ২০১৮ চনত পশ্চিমবংগৰ ভাৰত-বাংলাদেশ সীমান্তত লোৱা ভিডিঅ’ হয়। দেশখনৰ শেহতীয়া ৰাজনৈতিক সংকট আৰু অস্থিৰতাৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

logicallyfacts.com/as/fact-check/…
EastMojo Assam (@eastmojoassam) 's Twitter Profile Photo

ভিডিঅ'টোত আক্ৰমণৰ বলি হোৱা লোকজন পোলুমতি দিলীপ আৰু তেওঁ এজন অনুসূচীত জাতিৰ ব্যক্তি বুলি অন্ধ্ৰ প্ৰদেশৰ আৰক্ষীয়ে নিশ্চিত কৰিছে। 🔗logicallyfacts.com/as/fact-check/…

ভিডিঅ'টোত আক্ৰমণৰ বলি হোৱা লোকজন পোলুমতি দিলীপ আৰু তেওঁ এজন অনুসূচীত জাতিৰ ব্যক্তি বুলি অন্ধ্ৰ প্ৰদেশৰ আৰক্ষীয়ে নিশ্চিত কৰিছে।

🔗logicallyfacts.com/as/fact-check/…
EastMojo Assam (@eastmojoassam) 's Twitter Profile Photo

ভাইৰেল ছবি দুখনৰ এখন সম্পাদিত ফটো, আৰু আনখন হৈছে ছেইফ আলী খান অভিনীত ২০১৯ চনত মুক্তিপ্ৰাপ্ত 'লাল কাপ্তান' নামৰ চিনেমাখনৰ বিহাইন্দ-দ্য-চিন দৃশ্য। 🔗logicallyfacts.com/as/fact-check/… #misinformation #saifalikhan #shakticollective

ভাইৰেল ছবি দুখনৰ এখন সম্পাদিত ফটো, আৰু আনখন হৈছে ছেইফ আলী খান অভিনীত ২০১৯ চনত মুক্তিপ্ৰাপ্ত 'লাল কাপ্তান' নামৰ চিনেমাখনৰ বিহাইন্দ-দ্য-চিন দৃশ্য।

🔗logicallyfacts.com/as/fact-check/…

#misinformation #saifalikhan #shakticollective