
Directorate of Vigilance & Anti-Corruption, Assam
@dir_vac_assam
please reach out at [email protected] and [email protected]. The Incumbent Director May be reached at @surendrakr_ips
ID: 965829772289830914
https://dgvigilance.assam.gov.in 20-02-2018 06:05:36
434 Tweet
15,15K Takipçi
9 Takip Edilen

আজি @ DIR_VAC_ASSAM য়ে ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ যান-বাহন শাখাৰ WLNK মমতা বৰ্মনক অভিযোগকাৰীৰ দুৰ্ঘটনাগ্ৰস্ত বাহনখন মুকলি কৰি দিয়াৰ বাবদ অভিযোগকাৰীৰ পৰা ১০,০০০/- টকা উৎকোচ গ্ৰহণ কৰাৰ সময়ত হাতে লোতে কৰায়ত্ত কৰে। Chief Minister Assam Assam Police Hardi Singh Surendra Kumar