Deepjyoti Borah (@deepnagaon) 's Twitter Profile
Deepjyoti Borah

@deepnagaon

সময়বোৰ মোৰ আছিল , ....সপোনজাকো ।
# I Hate Politics.

ID: 1076423766173995008

calendar_today22-12-2018 10:26:39

1,1K Tweet

348 Followers

443 Following

Deepjyoti Borah (@deepnagaon) 's Twitter Profile Photo

#বিশ্ব_সাধুকথা_দিৱস পালন স্থান : নগাঁও উদ্যোগ: মৌচাক, অকণিৰ সাহিত্য সভা, জ্যোতিষ্ক

#বিশ্ব_সাধুকথা_দিৱস পালন
স্থান : নগাঁও
উদ্যোগ: মৌচাক, অকণিৰ সাহিত্য সভা, জ্যোতিষ্ক
Deepjyoti Borah (@deepnagaon) 's Twitter Profile Photo

#পুৰণিগুদাম_প্ৰেছ_ক্লাবৰ উদ্যোগত আয়োজন কৰা #পুৰণিগুদাম_শাৰদীয়_গ্ৰন্থমেলালৈ আহিব চোন।। #বন্দুকৰ_পৰিৱৰ্তে_কিতাপ হাতত তুলি দিয়াৰ হেপাহেৰ দোকানীবিহীন কিতাপৰ দোকান।।

অসমীয়া প্ৰতিদিন কাকতৰ পৃষ্ঠাত আজি প্ৰকাশিত লেখা।

অসমীয়া প্ৰতিদিন কাকতৰ পৃষ্ঠাত আজি প্ৰকাশিত লেখা।
Deepjyoti Borah (@deepnagaon) 's Twitter Profile Photo

#বিশ্ব_গ্ৰন্থ_দিৱস ৰ দিনা #ৰাজপথৰ_গ্ৰন্থমেলা ত এভুমুকি।। বছৰেকৰ ৩৬৫ দিন খোলা ৰাজপথৰ গ্ৰন্থমেলাত ৩৬৫ দিনেই যথেষ্ট পঢ়ুৱৈ/ক্রেতাৰ ভিৰ। পুৰণিগুদাম, নগাঁও

#বিশ্ব_গ্ৰন্থ_দিৱস ৰ দিনা #ৰাজপথৰ_গ্ৰন্থমেলা ত এভুমুকি।।
বছৰেকৰ ৩৬৫ দিন খোলা ৰাজপথৰ গ্ৰন্থমেলাত ৩৬৫ দিনেই যথেষ্ট পঢ়ুৱৈ/ক্রেতাৰ ভিৰ।

পুৰণিগুদাম, নগাঁও
Deepjyoti Borah (@deepnagaon) 's Twitter Profile Photo

উলুৱনী বজাৰ, কলিয়াবৰ।। বিয়লি ৫.৩০ বজা।। ১৩ জুন, ২০২৫

উলুৱনী বজাৰ, কলিয়াবৰ।। বিয়লি ৫.৩০ বজা।।
১৩ জুন, ২০২৫