Alakesh Chakraborty (@chakraborty_a13) 's Twitter Profile
Alakesh Chakraborty

@chakraborty_a13

Citizen of India,
Social & Public Service

ID: 1153597431608594432

calendar_today23-07-2019 09:27:15

4,4K Tweet

532 Takipçi

303 Takip Edilen

Alakesh Chakraborty (@chakraborty_a13) 's Twitter Profile Photo

১৯৯১ চনত release হৈছিল sanam bewafa চিনেমা হলত গৈ চাইছিলোঁ। এতিয়া facebook ত চাইছোঁ।

১৯৯১ চনত release হৈছিল sanam bewafa 
চিনেমা হলত গৈ চাইছিলোঁ। এতিয়া facebook ত চাইছোঁ।
Alakesh Chakraborty (@chakraborty_a13) 's Twitter Profile Photo

এই মুদ্ৰা বোৰ হঠাৎ নোহোৱা হৈ গ'ল । সৰুৰে পৰা এই মুদ্ৰা সংগ্ৰহ কৰা এটা অভ্যাস আছিল বাবে এই কেইটা আজিলৈকে সাঁচি ৰাখিছোঁ। মুদ্ৰা কেইটাৰ এটা পিঠিত মূল্য আৰু আনটো পিঠিত জৱাহৰলাল নেহৰু আৰু তেওঁৰ দুহিতা ইন্দিৰা গান্ধীৰ ছবি আছে । আৰু আছে বেলেগ বেলেগ ঠাইৰ । সময় পালে কেতিয়াবা দেখুৱাম।

কৃত্ৰিম বুদ্ধিমত্তাৰ সৃষ্টি আসমীয়া ৰ গুৰু দুজনা লগতে দামোদৰ দেৱ আৰু হৰিদেৱ লগতে সুদূৰ বাগদাদৰ পৰা অসমলৈ ধৰ্মৰ বাণী বিলাবলৈ অহা আজান ফকীৰ চাহেব ৰ এই সুন্দৰ ভিদিঅ' । মনটো বহুত ভাল লাগিল ভিদিঅ' টি চাই । এইয়া মোৰ অসম ।

Alakesh Chakraborty (@chakraborty_a13) 's Twitter Profile Photo

Smart Bazar,Jorhat নতুন জাত ৰ ভেন্দি । দেখাত জিকা যেনেই লাগিছে কিন্তু তাত কৰ্মৰত কৰ্মচাৰীয়ে মানি নলয় যে সেইয়া জিকা ; তেওঁলোকৰ মতে সেইয়া OKRA হৰি ঔম #smartbazarjorhat

Smart Bazar,Jorhat
নতুন জাত ৰ ভেন্দি । দেখাত জিকা যেনেই লাগিছে কিন্তু তাত কৰ্মৰত কৰ্মচাৰীয়ে মানি নলয় যে সেইয়া জিকা ; তেওঁলোকৰ মতে সেইয়া OKRA 
হৰি ঔম 
#smartbazarjorhat
Alakesh Chakraborty (@chakraborty_a13) 's Twitter Profile Photo

শদিয়া ৰ কুণ্ডিল নগৰ ভীষ্মক ৰজাৰ ৰাজ্য ত মোগলপুৰ গাঁও ।

শদিয়া ৰ কুণ্ডিল নগৰ ভীষ্মক ৰজাৰ ৰাজ্য ত মোগলপুৰ গাঁও ।
Alakesh Chakraborty (@chakraborty_a13) 's Twitter Profile Photo

সুধাকণ্ঠ । কণ্ঠত যাৰ আছে অমৃত । কিমান সুন্দৰ কৈ গানৰ সুৰ বান্ধিছে । আলফুলে,কোমল কণ্ঠেৰে ।

Alakesh Chakraborty (@chakraborty_a13) 's Twitter Profile Photo

বতৰৰ সোৱাদ লগত মহাবাহু এগ্ৰো ফাৰ্মাৰ ক'পাৰেটিভ ছ'চাইটি লিমিটেড ৰ দ্বাৰা প্ৰস্তুত কৰা ভোট জলকীয়া ৰ শুকান গুৰিৰ সোৱাদ । Mahabahu Agro Farmers Coop Society Ltd Nang Lucky Gogoi/নাং লাকী গগৈ Nang Lucky Gogoi Ipsita Barua

বতৰৰ সোৱাদ লগত
মহাবাহু এগ্ৰো ফাৰ্মাৰ ক'পাৰেটিভ ছ'চাইটি লিমিটেড ৰ দ্বাৰা প্ৰস্তুত কৰা ভোট জলকীয়া ৰ শুকান গুৰিৰ সোৱাদ ।
Mahabahu Agro Farmers Coop Society Ltd
<a href="/nanglucky/">Nang Lucky Gogoi/নাং লাকী গগৈ</a> 
Nang Lucky Gogoi
Ipsita Barua
Alakesh Chakraborty (@chakraborty_a13) 's Twitter Profile Photo

পেট আৰু প্ৰতিভাক কেতিয়াওঁ লুকুৱাই ৰাখিব নোৱাৰি । এদিন হ'লেও প্ৰকট হ'বই হ'ব । ফটোৰ উৎস:- Facebook

পেট আৰু প্ৰতিভাক কেতিয়াওঁ লুকুৱাই ৰাখিব নোৱাৰি । এদিন হ'লেও প্ৰকট হ'বই হ'ব ।

ফটোৰ উৎস:- Facebook
Alakesh Chakraborty (@chakraborty_a13) 's Twitter Profile Photo

facebook.com/share/v/1C2KEc… ৰাস্তাৰ কাষত থকা Fast Food ৰ দোকান বিলাকত ঘৰুৱা ৰন্ধন গেছ ৰ চিলিণ্ডাৰৰ ব্যৱহাৰ বন্ধ হ'ব লাগে ।