Anukalpa (@anukalpaa) 's Twitter Profile
Anukalpa

@anukalpaa

ID: 907082655186919424

calendar_today11-09-2017 03:25:32

37 Tweet

31 Followers

296 Following

Anukalpa (@anukalpaa) 's Twitter Profile Photo

আইনী মেৰপাচত উশাহবোৰ হেৰাই যাবলৈ নিদিব। শাওণৰ টিকাফটা ৰ'দত শেতা পৰা হাত কেইখন জিৰণি দিবলৈ দুখুৰীয়া সপোন এটাই এতিয়াও বাট চাই আছে। Himanta Biswa Sarma Chief Minister Assam #DeclareAPSC_CCE20results Devajit LON Saikia

Anukalpa (@anukalpaa) 's Twitter Profile Photo

ভাষা কেৱল হাজাৰ জনতেই সীমাবদ্ধ নে ? যদি নহয় হাজাৰ টা আশাক হেঁচা কিয় দিয়া হৈছে। #DeclareAPSC_CCE20results

Anukalpa (@anukalpaa) 's Twitter Profile Photo

অসমীয়া ভাষা ৰক্ষাৰ আন্দোলনত পোনাকণক ইংৰাজী ইস্কুললৈ পঠোৱা বহাগী বাই আৰু ভদীয়া কাই ক'ৰবাতে থাকিল। #DeclareAPSC_CCE20results

Anukalpa (@anukalpaa) 's Twitter Profile Photo

জীৱনৰ সম্মন্ধবোৰ বৰ ঠুনুকা, এবাৰ ভাঙি গলে সহজে জোৰা দিব নোৱাৰি। মই যিদৰে এতিয়া মোৰ ভৱিষ্যতত তেওঁৰ কল্পনা আকো, হয়তো তেঁও নাভাবে....। মই তেওঁৰ প্ৰতীক্ষাত থকা ঠাইতে ওলমি ৰলো....।

Anukalpa (@anukalpaa) 's Twitter Profile Photo

ফাকুৱা দৌলৰ জনশ্রুতিটো হৈছে যে এইটো জয়মতী কুঁৱৰীৰ মৈদাম। এই দৌলৰ আৰ্হিৰ স্থাপত্য ভাৰতত চকুত নপৰিলেও Indonesia 🇮🇩 ৰ যাভা দ্বীপৰ বৰবুদুৰত থকা সুবৃহৎ স্তূপটো আৰু Maxico 🇲🇽 ৰ মায়া স্থাপত্যৰ সৈতে দেখা যায়।

ফাকুৱা দৌলৰ জনশ্রুতিটো হৈছে যে এইটো জয়মতী কুঁৱৰীৰ মৈদাম। 
 এই দৌলৰ আৰ্হিৰ স্থাপত্য ভাৰতত চকুত নপৰিলেও Indonesia 🇮🇩 ৰ যাভা দ্বীপৰ বৰবুদুৰত থকা সুবৃহৎ স্তূপটো  আৰু Maxico 🇲🇽  ৰ মায়া স্থাপত্যৰ সৈতে  দেখা যায়।
ISRO (@isro) 's Twitter Profile Photo

Chandrayaan-3 Mission: 'India🇮🇳, I reached my destination and you too!' : Chandrayaan-3 Chandrayaan-3 has successfully soft-landed on the moon 🌖!. Congratulations, India🇮🇳! #Chandrayaan_3 #Ch3

Anukalpa (@anukalpaa) 's Twitter Profile Photo

জীৱনৰ ৰং A tale of two generations.... young one is searching the colors and the older one is looking beyond....

জীৱনৰ ৰং 
A tale of two generations.... young one is searching the colors and the older one is looking beyond....