Ankur M.
@ankurmon02
BHARATIYA.🚩
(জয় আই অসম)
ID: 1323598695997173760
https://www.instagram.com/ankurmon02/ 03-11-2020 12:11:47
1,1K Tweet
1,1K Takipçi
588 Takip Edilen
অতি শীঘ্ৰে নতুন দলত যোগদানৰ website মুকলি কৰক। Jayanta Kumar Das
আজি জয়ন্ত দাস ডাঙৰীয়াই যিখিনি সহাঁৰি,মৰম,ভালপোৱা গোটেই অসম বাসীৰ পৰা লাভ কৰিছে,যদি কিছুমান মানুহৰ নিচিনা বিক্ৰী গ'লহেতেন তেন্তে নিশ্চয় ইমান সহাঁৰি নাপালে হেঁতেন। আজি তেখেতৰ বাতৰি বোৰত অগনন সহাঁৰি,লাইক,কমেন্টেৰে ভৰপূৰ। তেখেতে আজি পাৰিলে হয় কোটি টকাৰ টোপ ল'বলৈ। Jayanta Kumar Das
এনেদৰেই আজি প্ৰতিটো চেনেলতে জয়ন্ত দাস ডাঙৰীয়াৰ ভিডিঅ'বোৰত সৰ্বোচ্চ Like, comments,view দেখা পোৱা গ'ল। এইয়াই এক নতুন আৰম্ভণিৰ ইংগিত। BJP✊🚩 Jayanta Kumar Das
সেইবাবে আমি Jayanta Kumar Das ডাঙৰীয়াৰ নেতৃত্বত এটা সুস্থ সবল, জাতি প্ৰেমী, অসমীয়া ভাষা সাহিত্য ৰক্ষাৰ স্বাৰ্থত নতুন দল বিচাৰিছো। #TrinamulBJP
Respected Jayanta Kumar Das Best wishes for Assam Elections! Request you to form a strong Kattar Hindu Party inspired by Vajpayee Ji & APJ Abdul Kalam.A party rooted in Hindu pride, Assamese heritage, development with dignity, and zero tolerance on infiltration. জয় আই অসম!
BJP supporter...🚩 but well done Congress 🙌 ♥️ Rahul Gandhi