Dr. Anjan Pratim Das
@anjanjini
straight forward
allways happy and smily
allways focus on my ultimate goal
ID: 165060662
10-07-2010 13:46:51
30 Tweet
15 Followers
106 Following
অভিনন্দন আৰু শুভেচ্ছা মোডী ডাঙৰীয়ালৈ Narendra Modi
যদিও মই কোনো বিশেষজ্ঞ নহয়, তথাপিও এনেকুৱা ভাব হয় যেন অসমত সুৰাৰ দোকান খুলি দিয়া সিদ্ধান্তটো এটা মাৰাত্মক ভুল সিদ্ধান্ত। স্বাস্থ্যমন্ত্ৰী Himanta Biswa Sarma Sarma ডাঙৰীয়া এবাৰ কথাটো পুনৰ বিবেচনা কৰক অনুগ্ৰহ কৰি। আপোনাৰ ভাৱমূৰ্ত্তি নষ্ট হ'বলৈ নিদিব ৰাইজৰ মাজত। আপুনি Hero আমাৰ 🙏