আমাৰ আশা (@amarashanews) 's Twitter Profile
আমাৰ আশা

@amarashanews

"আমাৰ আশা" is a commendable Assamese-language news channel, exclusively catering to the Barak Valley community. It stands as a pivotal source of information

ID: 1716450029777440768

calendar_today23-10-2023 13:42:54

1,1K Tweet

6 Takipçi

132 Takip Edilen

আমাৰ আশা (@amarashanews) 's Twitter Profile Photo

ভাৰতত নিযুক্ত ইৰানৰ ৰাষ্ট্ৰদূত মহম্মদ ফাতালি — “যুদ্ধ তেওঁলোকে আৰম্ভ কৰিলে, শেষ কৰিবলৈ আমাৰ হাতত আছে” #IranUSWar #India #BreakingNews #InternationalCrisis #MiddleEastConflict

আমাৰ আশা (@amarashanews) 's Twitter Profile Photo

Tehran তেল ডিপোত ইজৰাইলী আক্রমণৰ পিছত ভয়ংকৰ অগ্নিকাণ্ডৰ ভিডিঅ’ ভাইৰেল। #BreakingNews #IsraelIranWar #Trump #Tehran #MiddleEastCrisis #WorldNews #IsraelStrike

আমাৰ আশা (@amarashanews) 's Twitter Profile Photo

इज़राइल में नेतन्याहू के घर के सामने बड़े पैमाने पर युद्ध-विरोधी प्रदर्शन हो रहे हैं।

আমাৰ আশা (@amarashanews) 's Twitter Profile Photo

মৃত্যুৰ গুজৱক খণ্ডন কৰিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰী Benjamin Netanyahu! “মোৰ পাঁচটা আঙুলি আছে”—ভিডিঅ’ প্ৰকাশ কৰি ভুৱা দাবীক উড়াই দিলে #BenjaminNetanyahu #Israel #FakeNews #ViralVideo #FactCheck #MiddleEast #BreakingNews

আমাৰ আশা (@amarashanews) 's Twitter Profile Photo

ইতিহাসত প্ৰথমবাৰ: ইৰাণৰ ক্ষেপণাস্ত্ৰে Tel Avivত অৱস্থিত আণ্ডাৰগ্ৰাউণ্ড বাংকাৰ থকা ভবনত আঘাত কৰাৰ দাবী #Iran #Israel #TelAviv #MissileStrike #MiddleEastWar #BreakingNews

আমাৰ আশা (@amarashanews) 's Twitter Profile Photo

“एपस्टीन फाइल्स दबाने के लिए ईरान युद्ध शुरू किया गया” — कनाडाई सांसद Yvan Baker का बड़ा आरोप Donald Trump पर #DonaldTrump #EpsteinFiles #IranWar #USPolitics #BreakingNews #WorldNews

আমাৰ আশা (@amarashanews) 's Twitter Profile Photo

বাগদাদ দূতাবাসত ৰকেট-ড্ৰ’ন আক্ৰমণ, কাবুলত ভয়াবহ হামলা

আমাৰ আশা (@amarashanews) 's Twitter Profile Photo

দক্ষিণ কৰিমগঞ্জত মিত্ৰ-জোঁটৰ চমক! ইকবাল হোসেইন প্ৰাৰ্থী ঘোষণা, উচ্ছ্বাসৰ জোৱাৰ #AssamPolitics #Karimganj #Election2026 #AGP #BreakingNews

আমাৰ আশা (@amarashanews) 's Twitter Profile Photo

🚨🔥 দিল্লীত LPG কালোবজাৰীৰ বৃহৎ চক্ৰ ভাঙি দিলে আৰক্ষীয়ে! ৫০ অবৈধ চিলিণ্ডাৰ জব্দ, দুজন গ্ৰেপ্তাৰ Delhi Policeৰ অভিযানত চাঞ্চল্য— তদন্ত অব্যাহত #BreakingNews #Delhi #LPGScam #BlackMarketing #CrimeNews #IndiaNews #ViralNews

আমাৰ আশা (@amarashanews) 's Twitter Profile Photo

#BreakingNews #AssamNews #NewsChannel #NewAssam #DigitalMedia #TruthMatters #IndependentJournalism #VoiceOfPeople #NewsUpdate #LiveNews #MediaTrust #FutureGeneration #PositiveChange #SocialImpact #HonestNews #IndiaNews #NortheastIndia #Journalism #NewsAlert #ViralNews

আমাৰ আশা (@amarashanews) 's Twitter Profile Photo

🔴 Breaking News | আদাৰ ঔষধি গুণাগুণে চমকিত বিশ্ব পাঁচ হাজাৰ বছৰ ধৰি প্ৰাকৃতিক ঔষধ হিচাপে ব্যৱহৃত হৈ অহা আদাই পুনৰ এবাৰ স্বাস্থ্যক্ষেত্ৰত গুৰুত্ব লাভ কৰিছে। চিকিৎসক প্ৰাঞ্জল চেতিয়াৰ মতে, আদাত থকা এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টিঅক্সিডেণ্ট উপাদানে শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে

🔴 Breaking News | আদাৰ ঔষধি গুণাগুণে চমকিত বিশ্ব
পাঁচ হাজাৰ বছৰ ধৰি প্ৰাকৃতিক ঔষধ হিচাপে ব্যৱহৃত হৈ অহা আদাই পুনৰ এবাৰ স্বাস্থ্যক্ষেত্ৰত গুৰুত্ব লাভ কৰিছে। চিকিৎসক প্ৰাঞ্জল চেতিয়াৰ মতে, আদাত থকা এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টিঅক্সিডেণ্ট উপাদানে শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে
আমাৰ আশা (@amarashanews) 's Twitter Profile Photo

🚨 ব্ৰেকিং নিউজ | সীমান্ত সুৰক্ষাত নতুন কৌশল! 🐍🐊 বাংলাদেশী আগ্ৰাসন ৰোধত কঠোৰ পদক্ষেপৰ চিন্তা—সীমান্তৰ নদীত বিষাক্ত সাপ আৰু ঘঁৰিয়াল মেলাৰ পৰিকল্পনা! #BreakingNews #BorderSecurity #AssamNews #BangladeshBorder #SecurityAlert #TrendingNews

🚨 ব্ৰেকিং নিউজ | সীমান্ত সুৰক্ষাত নতুন কৌশল! 🐍🐊
বাংলাদেশী আগ্ৰাসন ৰোধত কঠোৰ পদক্ষেপৰ চিন্তা—সীমান্তৰ নদীত বিষাক্ত সাপ আৰু ঘঁৰিয়াল মেলাৰ পৰিকল্পনা!  
#BreakingNews #BorderSecurity #AssamNews #BangladeshBorder #SecurityAlert #TrendingNews
আমাৰ আশা (@amarashanews) 's Twitter Profile Photo

#IPL ক্রিকেট প্রতিযোগিতাত কালি গুৱাহাটীৰ বৰ্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক ২৭ ৰানত পৰাস্ত কৰে। ৰাজস্থানে বান্ধি দিয়া ১৫১ ৰাণৰ প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে ৯টা উইকেট হেৰুৱাই ১২৩ ৰাণহে কৰিবলৈ সক্ষম হয়।

🛑 ব্ৰেকিং নিউজ “ইৰাণে হৰমুজ প্ৰণালী মুকলি কৰিলে ২ সপ্তাহৰ বাবে বোমা আক্ৰমণ স্থগিত!” — Donald Trumpৰ চৰ্তে বিশ্বজুৰি উত্তেজনা তীব্ৰ #BreakingNews #IranCrisis #DonaldTrump #HormuzStrait #GlobalTension #WarAlert

🛑 ব্ৰেকিং নিউজ 

“ইৰাণে হৰমুজ প্ৰণালী মুকলি কৰিলে ২ সপ্তাহৰ বাবে বোমা আক্ৰমণ স্থগিত!” — Donald Trumpৰ চৰ্তে বিশ্বজুৰি উত্তেজনা তীব্ৰ

#BreakingNews #IranCrisis #DonaldTrump #HormuzStrait #GlobalTension #WarAlert
আমাৰ আশা (@amarashanews) 's Twitter Profile Photo

আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ অতি গুৰুত্বপূর্ণ মুহূৰ্তত এক ডাঙৰ ঘোষণা। মাৰ্কিন ৰাষ্ট্ৰপতি Donald Trump-এ ইৰানৰ সৈতে যুদ্ধবিৰতিৰ সিদ্ধান্ত ঘোষণা কৰিছে। #BreakingNews #IranUS #Ceasefire #DonaldTrump #HormuzStrait #GlobalCrisis #LiveUpdate

আমাৰ আশা (@amarashanews) 's Twitter Profile Photo

🔴 “অতি গুৰুত্বপূর্ণ ঘোষণা… কাইলৈ পুৱা ঠিক ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া!” 👉 অধিক LIVE আপডেটৰ বাবে চাই থাকক—আমাৰ আশা NEWS #BreakingNews #Election2026 #VoteAlert #Assam #OurAshaNews #ECI #VotingDay

আমাৰ আশা (@amarashanews) 's Twitter Profile Photo

পশ্চিমবঙ্গত Asaduddin Owaisiৰ নেতৃত্বাধীন All India Majlis-e-Ittehadul Muslimeen (#AIMIM)-এ Humayun Kabirৰ নেতৃত্বত থকা এটা দলৰ সৈতে কৰা মিত্ৰতা ভংগ কৰাৰ ঘোষণা কৰিছে। #AsaduddinOwaisi | #HumayunKabir | #WestBengal | #AssemblyElections

পশ্চিমবঙ্গত Asaduddin Owaisiৰ নেতৃত্বাধীন All India Majlis-e-Ittehadul Muslimeen (#AIMIM)-এ Humayun Kabirৰ নেতৃত্বত থকা এটা দলৰ সৈতে কৰা মিত্ৰতা ভংগ কৰাৰ ঘোষণা কৰিছে।

#AsaduddinOwaisi | #HumayunKabir | #WestBengal | #AssemblyElections
আমাৰ আশা (@amarashanews) 's Twitter Profile Photo

🚨 BREAKING NEWS 🚨 নাই সংগীতৰ কিংবদন্তী Asha Bhosle! মুম্বাইত হৃদৰোগত শেষ নিশ্বাস 🎙️🕊️ #AshaBhosle #RIPLegend #IndianMusic #BreakingNews #Mumbai #MusicIcon #BollywoodMusic #ViralNews #AamarAshaNews

🚨 BREAKING NEWS 🚨
নাই সংগীতৰ কিংবদন্তী Asha Bhosle! মুম্বাইত হৃদৰোগত শেষ নিশ্বাস 🎙️🕊️

#AshaBhosle #RIPLegend #IndianMusic #BreakingNews #Mumbai #MusicIcon #BollywoodMusic #ViralNews #AamarAshaNews