Ajanta Neog (@ajantaneog) 's Twitter Profile
Ajanta Neog

@ajantaneog

Minister of Finance , Women & Child Development Govt of Assam || Bharatiya Janata Party ll Social Worker

ID: 1245940641382551555

linkhttps://www.facebook.com/Ajantaneogoffice/ calendar_today03-04-2020 05:06:38

5,5K Tweet

88,88K Followers

83 Following

Ajanta Neog (@ajantaneog) 's Twitter Profile Photo

অসমীয়া সাহিত্যৰ অন্যতম মহীৰূহ, 'পাপৰি কবি' গণেশ গগৈদেৱক স্মৃতি দিৱসত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। বিশেষভাৱে কবি হিচাপে খ্যাতি অৰ্জন কৰা গগৈদেৱে নাট্য জগতলৈও অনবদ্য অৱদান আগবঢ়াইছিল। অসমৰ সাহিত্য তথা সাংস্কৃতিক ক্ষেত্ৰত তেখেতৰ সৃষ্টিৰাজিৰ মূল্য চিৰদিনলৈ বৰ্তি থাকিব।

অসমীয়া সাহিত্যৰ অন্যতম মহীৰূহ, 'পাপৰি কবি' গণেশ গগৈদেৱক স্মৃতি দিৱসত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।

বিশেষভাৱে কবি হিচাপে খ্যাতি অৰ্জন কৰা গগৈদেৱে নাট্য জগতলৈও অনবদ্য অৱদান আগবঢ়াইছিল। অসমৰ সাহিত্য তথা সাংস্কৃতিক ক্ষেত্ৰত তেখেতৰ সৃষ্টিৰাজিৰ মূল্য চিৰদিনলৈ বৰ্তি থাকিব।