Rupak Roy Bepari (@rupakbepari) 's Twitter Profile
Rupak Roy Bepari

@rupakbepari

G.Secretary All Dhuburi District Students' Union(AASU)

ID: 1514598308576043011

calendar_today14-04-2022 13:36:38

5 Tweet

11 Followers

10 Following

Rupak Roy Bepari (@rupakbepari) 's Twitter Profile Photo

ধুবুৰী জিলাৰ গৌৰীপুৰ চৌৰাঙ্গীমোৰৰ পৰা গোলকগঞ্জ নান্দিনীপাৰ বৈদ্যুতিক উপ কেন্দ্ৰলৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে যাতায়তৰ ক্ষেত্ৰত ৰাইজে যমৰ যাতনা ভুগিব লগিয়া হৈছে ৷গতিকে এই ঘাইপথটো মেৰামতি কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু অসম চৰকাৰক দাবী জনালোঁ ৷

Shubhankar Mishra (@shubhankrmishra) 's Twitter Profile Photo

उत्तर प्रदेश के फिरोजाबाद मुख्यालय में तैनात UP पुलिस के सिपाही मनोज कुमार ने रो रो कर खाने की बदहाली को बताया। मनोज ने कहा कि 12-12 घंटे काम करने के बाद ऐसा खाना मिलता है जिसे हम खा नहीं सकते। Firozabad Police UP POLICE

Rupak Roy Bepari (@rupakbepari) 's Twitter Profile Photo

সকলোলৈ শাৰদীয় দূৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ ৷ মা দেবী দূৰ্গাই প্ৰতিজন ব্যক্তিকে শক্তি দিয়ক সমাজত চলি থকা দুৰ্নীতি হিংসাৰ অৱসান ঘটাবলৈ , জীৱনৰ পথত উজুটি নোখোৱাকৈ আগবাঢ়িবলৈ তথা সমাজত ভাতৃত্ববোধ জীয়াই ৰাখিবলৈ ........................ Happy Durga Puja to all.

সকলোলৈ শাৰদীয় দূৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ ৷ মা দেবী দূৰ্গাই প্ৰতিজন ব্যক্তিকে শক্তি দিয়ক সমাজত চলি থকা দুৰ্নীতি হিংসাৰ অৱসান ঘটাবলৈ , জীৱনৰ পথত উজুটি নোখোৱাকৈ আগবাঢ়িবলৈ তথা সমাজত ভাতৃত্ববোধ জীয়াই ৰাখিবলৈ ........................
 Happy Durga Puja to all.
Rupak Roy Bepari (@rupakbepari) 's Twitter Profile Photo

জীৱনৰ ১৭ বছৰ বয়সতে নিজৰ দেশমাতৃৰ স্বাধীনতাৰ হকে সাহসিকতাৰে ওলাই আহি ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰিটিছৰ গুলিত শ্বহীদ হোবা অসমৰ প্ৰথম মহিলা শ্বহীদ কনকলতা বৰুৱাৰ আজি জন্ম দিন ৷ জন্ম দিনৰ শুভক্ষণত মহান বীৰঙ্গনা গৰাকীক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছো ৷