Phanidhar Talukdar (@phanidhartaluk1) 's Twitter Profile
Phanidhar Talukdar

@phanidhartaluk1

Politician

ID: 1370310705279209472

calendar_today12-03-2021 09:48:56

2,2K Tweet

80 Followers

6 Following

Phanidhar Talukdar (@phanidhartaluk1) 's Twitter Profile Photo

ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত পূব হাটখোলাস্থিত গড়আলি ভোলনাথ শ্ৰী শ্ৰী শিৱৰাত্ৰী পূজা মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াত উপস্থিত হৈ নথৈ আনন্দিত হ'লো। ৰাইজৰ আশিষ শিৰত লৈ এনেদৰেই আনন্দৰ ক্ষণ সমূহত তেওঁলোকৰ সৈতে থিয় হ'বলৈ প্ৰত্যেকদিনাই চেষ্টা কৰি যাম… #AssamElection2021

ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত পূব হাটখোলাস্থিত গড়আলি ভোলনাথ শ্ৰী শ্ৰী শিৱৰাত্ৰী পূজা মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াত উপস্থিত হৈ নথৈ আনন্দিত হ'লো। ৰাইজৰ আশিষ শিৰত লৈ এনেদৰেই আনন্দৰ ক্ষণ সমূহত তেওঁলোকৰ সৈতে থিয় হ'বলৈ প্ৰত্যেকদিনাই চেষ্টা কৰি যাম…
#AssamElection2021
Phanidhar Talukdar (@phanidhartaluk1) 's Twitter Profile Photo

কাইলৈ উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাইছো; বৰ্তমানলৈ লাভ কৰা আপোনালোকৰ অফুৰন্ত সমৰ্থনে মোক অভিভূত কৰিছে। কাইলৈৰ দিনটোতো আপোনালোকৰ একেই সমৰ্থন তথা সঁহাৰিৰ আশা কৰিছো। কাইলৈ আমাৰ যাত্ৰা কোনটো দিশৰ পৰা আৰম্ভ হৈ আগবাঢ়িব সেই আটাইবোৰ তলত দিয়া মেপ খনত উল্লেখ কৰা হৈছে

কাইলৈ উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাইছো; বৰ্তমানলৈ লাভ কৰা আপোনালোকৰ অফুৰন্ত সমৰ্থনে মোক অভিভূত কৰিছে। কাইলৈৰ দিনটোতো আপোনালোকৰ একেই সমৰ্থন তথা সঁহাৰিৰ আশা কৰিছো।
কাইলৈ আমাৰ যাত্ৰা কোনটো দিশৰ পৰা আৰম্ভ হৈ আগবাঢ়িব সেই আটাইবোৰ তলত দিয়া মেপ খনত উল্লেখ কৰা হৈছে
Phanidhar Talukdar (@phanidhartaluk1) 's Twitter Profile Photo

আজি ৰাজাঘাটৰ "দা হেল্পিং হেণ্ড য়ুথ এচ'ছিয়েশ্বন (NGO)" ৰ তৰফৰ পৰা মোক সম্ভাষণ জনোৱা হয়… তেওঁলোকৰ সম্ভাষণ লাভ কৰি আনন্দিত হ'লো! আগলৈ তেওঁলোকৰ সৈতে থিয় হোৱাৰ আশ্বাসেৰে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো! #Assemblyelections2021

আজি ৰাজাঘাটৰ "দা হেল্পিং হেণ্ড য়ুথ এচ'ছিয়েশ্বন (NGO)" ৰ তৰফৰ পৰা মোক সম্ভাষণ জনোৱা হয়… তেওঁলোকৰ সম্ভাষণ লাভ কৰি আনন্দিত হ'লো! আগলৈ তেওঁলোকৰ সৈতে থিয় হোৱাৰ আশ্বাসেৰে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো!
#Assemblyelections2021
Phanidhar Talukdar (@phanidhartaluk1) 's Twitter Profile Photo

আজি বজালী জিলা জমিয়তৰ সভাপতি হাফিজ মাইনুদ্দিনৰ নেতৃত্বত মহাজোঁট চৰকাৰৰ দ্বাৰা মনোনীত প্ৰাৰ্থী অৰ্থাৎ মোক সম্বৰ্ধনা জনোৱা হয়! হাফিজ মাইনুদ্দিনৰ পৰা লাভ কৰা এনে সঁহাৰিয়ে মোক আকৌ উৎফুল্লিত কৰিছে আৰু আগন্তুক সময়ত আগবাঢ়ি যোৱাত সাহস প্ৰদান কৰিছে! তেওঁলৈ অশেষ ধন্যবাদ…

আজি মহাজোঁট চৰকাৰৰ প্ৰাৰ্থী ৰূপে মোক ভৱানীপুৰ ব্লক কংগ্ৰেছ কমিটীৰ সৌজন্যত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয়…

আজি মহাজোঁট চৰকাৰৰ প্ৰাৰ্থী ৰূপে মোক ভৱানীপুৰ ব্লক কংগ্ৰেছ কমিটীৰ সৌজন্যত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয়…
Phanidhar Talukdar (@phanidhartaluk1) 's Twitter Profile Photo

পুঠিমাৰী বজাৰত কিছু সময়ৰ অৱকাশ বিচাৰি বন্ধু-বৰ্গৰ সৈতে একাপ চাহৰ সোঁৱাদ লওঁ… তেওঁলোকৰ সৈতে সময় কটায় দিনটোৰ ভাগৰ সমূহ পাহৰি থকাৰ লগতেই বহু কথাৰ আলোচনা কৰো… #AssamElection2021 #assamassemblyelection2021

পুঠিমাৰী বজাৰত কিছু সময়ৰ অৱকাশ বিচাৰি বন্ধু-বৰ্গৰ সৈতে একাপ চাহৰ সোঁৱাদ লওঁ… তেওঁলোকৰ সৈতে সময় কটায় দিনটোৰ ভাগৰ সমূহ পাহৰি থকাৰ লগতেই বহু কথাৰ আলোচনা কৰো…

#AssamElection2021 #assamassemblyelection2021
Phanidhar Talukdar (@phanidhartaluk1) 's Twitter Profile Photo

BJPলৈ AIUDF বিধায়ক ফণীধৰ তালুকদাৰ! কি ইংগিত দিলে ফণীধৰ তালুকদাৰে? youtu.be/Rk_9Ia5SeHU via YouTube

Phanidhar Talukdar (@phanidhartaluk1) 's Twitter Profile Photo

আজি মুখ্যমন্ত্রীৰ সাহাৰ্য্য পুজিৰ অধীনত ভৱানীপুৰ সমষ্টিৰ ২৫জন কৰ্কট ৰোগীক ২০ আৰু ২৫ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰো ,তাৰ পিছত শংকৰদেৱ নাট্যদলৰ আখৰাৰ শুভাৰম্ভণী কৰি আবেলী ২ বজাত আদৰ্শ গ্ৰাম্য যোজনাৰ অধীনত শুকমানাহ ইদগাহৰ ৬ লাখ টকাৰ বাউন্দেৰী ৱালৰ কামৰ শুভাৰম্ভণী কৰো।Himanta Biswa Sarma

আজি মুখ্যমন্ত্রীৰ সাহাৰ্য্য পুজিৰ অধীনত ভৱানীপুৰ সমষ্টিৰ ২৫জন কৰ্কট ৰোগীক ২০ আৰু ২৫ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰো ,তাৰ পিছত শংকৰদেৱ নাট্যদলৰ আখৰাৰ শুভাৰম্ভণী কৰি আবেলী ২ বজাত আদৰ্শ গ্ৰাম্য যোজনাৰ অধীনত শুকমানাহ ইদগাহৰ ৬ লাখ টকাৰ বাউন্দেৰী ৱালৰ কামৰ শুভাৰম্ভণী কৰো।<a href="/himantabiswa/">Himanta Biswa Sarma</a>
Himanta Biswa Sarma (@himantabiswa) 's Twitter Profile Photo

Heartiest congratulations Dr. Pramod Sawant ji on being elected as the leader of BJP Legislative Party in Goa. I'm confident you will steer the beautiful State towards a new era of growth & development. My best wishes!