Nazirul Islam
@Nazirul54889539
I am very simple and honest
ID:1361293525078315010
15-02-2021 12:37:38
212 Tweets
14 Followers
60 Following
APDCL Chief Minister Assam @BimalBorahbjp Listen to us Gauhati University , please complete the whole OMR SHEET within a week and make it declared. We have crossed our patient as we have been waiting for more almost 3 years. Please feel the pain we going through and declare it. @BimalBorahbjp Himanta Biswa Sarma (Modi Ka Parivar) Chief Minister Assam
আমি এইখন চৰকাৰৰ পৰা বহু খিনি আশা কৰিছিলোঁ। অতি শীঘ্ৰে , Immediate এইবোৰ শব্দ শুনি থাকোঁতে দিনবোৰ পাৰ হৈ গৈ আছে কিন্তু আজিলৈকে APDCL ৰ ফলাফল ঘোষণা কৰিবলৈ সক্ষম নহল।। আপুনি দিয়া সময় সীমা উকলি গল ।। কিমান আৰু খেলিব আমাৰ লগত।। Himanta Biswa Sarma (Modi Ka Parivar) atanu bhuyan @BimalBorahbjp
D.S Aspirant @apdclaspirants @BimalBorahbjp Ranjeet Kumar Dass( Modi Ka Parivar) Gauhati University atanu bhuyan Himanta Biswa Sarma (Modi Ka Parivar) দায়িত্ব বিলাক লৈ পালন নকৰিলে এনকুৱা হৈ যায়।সেয়া APDCL ৰ ফলাফলে হওক বা অন্য কিবা বেলেগ। দায়িত্ব ললে পালন কৰিব ও লাগে।সকলো বস্তুৰ এটা ধাৰ্য্যৰ সীমা থাকে। মন্ত্ৰী মহোদয় এনেকুৱা ছবি আমিও চাব নিবিচাৰোঁ পুনৰ পিছলৈ, আপুনি কোৱা মতে ৪৫ দিনৰ ভিতৰত এইবাৰ ফলাফল খিনি মুকলি কৰক।ধন্যবাদ।
@BimalBorahbjp Himanta Biswa Sarma (Modi Ka Parivar) Amar khang u dekhibo...... Durga puja r agot apdcl r results jadi publish nokore...... 2.50 lakhs candidates are waiting for the results from last 3 years.....
Aspirant @apdclaspirants @BimalBorahbjp Ranjeet Kumar Dass( Modi Ka Parivar) Gauhati University atanu bhuyan Himanta Biswa Sarma (Modi Ka Parivar) মন্ত্ৰী মহোদয় এনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন পুনৰ হব আপুনি যদি ৪৫ দিনৰ ভিতৰত APDCL ৰ ফলাফল ঘোষণা নকৰে।আমিও নিবিচাৰোঁ আপুনি এনেকুৱা এক পৰিস্থিতিৰ সন্মুখীন আকৌ হওক।গতিকে আপুনি কোৱা মতে এইবাৰ ৪৫ দিনৰ ভিতৰত দায়িত্ব সহকাৰে ফলাফল ঘোষণা কৰক।
আমি এইখন চৰকাৰৰ পৰা বহু খিনি আশা কৰিছিলোঁ। অতি শীঘ্ৰে , Immediate এইবোৰ শব্দ শুনি থাকোঁতে দিনবোৰ পাৰ হৈ গৈ আছে কিন্তু আজিলৈকে APDCL ৰ ফলাফল ঘোষণা কৰিবলৈ সক্ষম নহল।। আপুনি দিয়া সময় সীমা উকলি গল ।। কিমান আৰু খেলিব আমাৰ লগত।। Himanta Biswa Sarma (Modi Ka Parivar) atanu bhuyan @BimalBorahbjp
@BimalBorahbjp Himanta Biswa Sarma (Modi Ka Parivar) #Publish_APDCL_Result_immediately ...keep ur words..don't be liar
@BimalBorahbjp Himanta Biswa Sarma (Modi Ka Parivar) It's unfortunate that our power minister only knows to make promises but couldn't know to fulfill... We (the 2.5 lakhs candidate) condemned for your #war_footing_step ... now another 45 days... Shame on you @BimalBorahbjp Sir...
Publish @APDCL_FRESHERS_RESULTS...
@BimalBorahbjp 3 MONTHS TIME LOI THOGALE
ATIA ARU 45 DAYS.
OMR CHECK KOROTE 45 DIN LAGE NAKI.
EMAN TECHNOLOGY THOKAR PISOT.
#RELEASE_APDCL_RESULT IMMEDIATELY
#RELEASE_APDCL_RESULT IMMEDIATELY
OR
#ResignBimalBora
#ResignBimalBora