Topon Kumar Gogoi
@toponkumargogo1
Chairman, Assam Industrial Development Corporation || State Vice-President BJP Assam Pradesh || National Executive Member BJP
ID: 1109042914578104325
22-03-2019 10:43:30
12,12K Tweet
7,7K Takipçi
285 Takip Edilen
মাননীয় মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarma ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত মাজুলীৰ ৬৭ খন ৰাস সমিতিক ৫০ হাজাৰ টকাকৈ সাহায্য প্ৰদানৰ লগতে সমগ্ৰ ৰাজ্যৰ ২০৬৮ খন ৰাস সমিতিক ২৫ হাজাৰ টকাকৈ সাহায্য প্ৰদানৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছোঁ।