Hemanta Choudhury (@hemanta_osd) 's Twitter Profile
Hemanta Choudhury

@hemanta_osd

Officer on Special Duty to Chief Minister (CMO ASSAM)

ID: 1577272891317506049

calendar_today04-10-2022 12:22:34

319 Tweet

2,2K Followers

17 Following

Hemanta Choudhury (@hemanta_osd) 's Twitter Profile Photo

‘তুলসীৰ তলে তলে মৃগপহু চৰে তাকে দেখি ৰাম চন্দ্ৰই হৰ ধনু ধৰে।’ অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ কাতি বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো।

‘তুলসীৰ তলে তলে মৃগপহু চৰে
তাকে দেখি ৰাম চন্দ্ৰই হৰ ধনু ধৰে।’

অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ কাতি বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো।
Hemanta Choudhury (@hemanta_osd) 's Twitter Profile Photo

নাহৰকটীয়া সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰীযুত তৰংগ গগৈ ডাঙৰীয়াৰ জন্মদিনৰ অলেখ শুভকামনা জ্ঞাপন কৰিলো। Taranga Gogoi

নাহৰকটীয়া সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰীযুত তৰংগ গগৈ ডাঙৰীয়াৰ জন্মদিনৰ অলেখ শুভকামনা জ্ঞাপন কৰিলো।
Taranga Gogoi
Hemanta Choudhury (@hemanta_osd) 's Twitter Profile Photo

আজি মোৰ ওপজা দিনটোত আপোনালোকৰ অভূতপূৰ্ব মৰম আদৰ শুভেচ্ছা লাভ কৰি মই ধন্য হলো। আটাইলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলো।

আজি মোৰ ওপজা দিনটোত আপোনালোকৰ অভূতপূৰ্ব মৰম আদৰ শুভেচ্ছা লাভ কৰি মই ধন্য হলো। আটাইলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলো।
Hemanta Choudhury (@hemanta_osd) 's Twitter Profile Photo

অপ্ৰতিৰোধ্য ভাৰত🇮🇳🇮🇳🇮🇳 অভিনন্দন টীম ইণ্ডিয়া। #Congratulationsteamindia Virat Kohli ICC

অপ্ৰতিৰোধ্য ভাৰত🇮🇳🇮🇳🇮🇳
অভিনন্দন টীম ইণ্ডিয়া।
#Congratulationsteamindia
Virat Kohli ICC
Hemanta Choudhury (@hemanta_osd) 's Twitter Profile Photo

শ্বহীদ প্ৰণামো তোমাক🙏🙏🙏 প্ৰতিজন জাতীয় শ্বহীদলৈ সশ্ৰদ্ধ প্ৰণিপাত যাছিলো।

শ্বহীদ প্ৰণামো তোমাক🙏🙏🙏
প্ৰতিজন জাতীয় শ্বহীদলৈ সশ্ৰদ্ধ প্ৰণিপাত যাছিলো।
Himanta Biswa Sarma (@himantabiswa) 's Twitter Profile Photo

It was an absolute honour to call upon Hon’ble Rashtrapati Smt Droupadi Murmu ji today. Her humility & compassion is an immense source of strength for all us. I was fortunate to have received her guidance today. President of India 1/2

It was an absolute honour to call upon Hon’ble Rashtrapati Smt Droupadi Murmu ji today.

Her humility & compassion is an immense source of strength for all us. I was fortunate to have received her guidance today.

President of India

1/2
Hemanta Choudhury (@hemanta_osd) 's Twitter Profile Photo

সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো। #HappyNewYear2024

সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো।

#HappyNewYear2024
Himanta Biswa Sarma (@himantabiswa) 's Twitter Profile Photo

While we are talking about #ExploreIndianIslands, you wouldn’t believe it 😮-Assam has 2,000 riverine & shifting islands. 🏝️ Among them Majuli stands out for being the world’s biggest riverine island and cradle of our civilisation while Umananda is the world's smallest river

While we are talking about #ExploreIndianIslands, you wouldn’t believe it 😮-Assam has 2,000 riverine & shifting islands. 🏝️

Among them Majuli stands out for being the world’s biggest riverine island and cradle of our civilisation while Umananda is the world's smallest river
Hemanta Choudhury (@hemanta_osd) 's Twitter Profile Photo

ৰুহী মাইনা আমাৰ জীৱনত ঈশ্বৰৰ শ্ৰেষ্ঠ উপহাৰ। ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ দিনটোত ঈশ্বৰলৈ প্ৰণাম। আমি সকলোৱে কন্যা সন্তানৰ কল্যানৰ বাবে দায়বদ্ধতাৰে কাম কৰিব লাগে। #NationalGirlChildDay

ৰুহী মাইনা আমাৰ জীৱনত ঈশ্বৰৰ শ্ৰেষ্ঠ উপহাৰ। ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ দিনটোত ঈশ্বৰলৈ প্ৰণাম। আমি সকলোৱে কন্যা সন্তানৰ কল্যানৰ বাবে দায়বদ্ধতাৰে কাম কৰিব লাগে।

#NationalGirlChildDay
Hemanta Choudhury (@hemanta_osd) 's Twitter Profile Photo

মোৰ ভোট মোৰ অধিকাৰ👆 দেশৰ প্ৰতিজন ভোটাৰলৈ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো। Election Commission of India

মোৰ ভোট মোৰ অধিকাৰ👆
দেশৰ প্ৰতিজন ভোটাৰলৈ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো।

Election Commission of India
Hemanta Choudhury (@hemanta_osd) 's Twitter Profile Photo

প্ৰতিগৰাকী ভাৰতীয়লৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো। #HappyRepublicDay2024

প্ৰতিগৰাকী ভাৰতীয়লৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো।

#HappyRepublicDay2024
Hemanta Choudhury (@hemanta_osd) 's Twitter Profile Photo

সমূহ অসমবাসী ৰাইজলৈ পৱিত্ৰ মে-ডাম-মে-ফিৰ শুভকামনা জ্ঞাপন কৰিলো

সমূহ অসমবাসী ৰাইজলৈ পৱিত্ৰ মে-ডাম-মে-ফিৰ শুভকামনা জ্ঞাপন কৰিলো
Hemanta Choudhury (@hemanta_osd) 's Twitter Profile Photo

২ টা দশকৰো অধিক সময় তেওঁৰ সান্নিধ্য লাভ কৰাৰ সৌভাগ্য হৈছে মোৰ, তেওঁ অদ্বিতীয়, তেওঁ অতুলনীয়, তেওঁ কৰ্মবীৰ, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী জনপ্ৰিয় নেতা সকলোৰে মৰমৰ ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপজা দিন, আজিৰ এই বিশেষ দিনটোত তেওঁলৈ অলেখ অযুত শুভকামনা জ্ঞাপন কৰিলো। Himanta Biswa Sarma

বীণা ৰঞ্জিত পুস্তক হস্তে, ভগৱতী ভাৰতী দেৱী নমঃস্ততে" সমূহ ৰাইজলৈ সৰস্বতী পূজাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো।

বীণা ৰঞ্জিত পুস্তক হস্তে,
ভগৱতী ভাৰতী দেৱী নমঃস্ততে"

সমূহ ৰাইজলৈ সৰস্বতী পূজাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো।
Hemanta Choudhury (@hemanta_osd) 's Twitter Profile Photo

"চিৰ চেনেহী মোৰ ভাষা জননী" আটাইলৈ আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ শুভেচ্ছা জনালো।

"চিৰ চেনেহী মোৰ ভাষা জননী"

আটাইলৈ আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ শুভেচ্ছা জনালো।
Himanta Biswa Sarma (@himantabiswa) 's Twitter Profile Photo

3 days to go! Had a lively conversation with the little champs of #ModiKaParivar who are all excited to welcome Adarniya Narendra Modi ji. Had to oblige to their request for a photograph. #AssamLovesPMModi

Hemanta Choudhury (@hemanta_osd) 's Twitter Profile Photo

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া। Narendra Modi Himanta Biswa Sarma

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া।

Narendra Modi
Himanta Biswa Sarma
Hemanta Choudhury (@hemanta_osd) 's Twitter Profile Photo

"এনুৱা বসন্তে প্ৰাণ ক'লে উৰি যোৱা ক'লে উৰি যোৱা প্ৰাণ মলয়া বতাহে হাঁহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মাতোৱাল যৌৱনৰ প্ৰেম উন্মাদে মাতোৱাল পৰাণ" সকলোলৈ ফাকুৱাৰ শুভকামনা জ্ঞাপন কৰিলো ৰঙৰ উৎসৱে সকলোৰে জীৱন ৰঙীন কৰি কঢ়িয়াই আনক আনন্দ, শান্তি আৰু সমৃদ্ধিৰ ন বতৰা। #HappyHoli

"এনুৱা বসন্তে
প্ৰাণ ক'লে উৰি যোৱা
ক'লে উৰি যোৱা প্ৰাণ
মলয়া বতাহে

হাঁহিছে প্ৰকৃতি চোৱা
কি প্ৰেমে মাতোৱাল
যৌৱনৰ প্ৰেম উন্মাদে
মাতোৱাল পৰাণ"

সকলোলৈ ফাকুৱাৰ শুভকামনা জ্ঞাপন কৰিলো

ৰঙৰ উৎসৱে সকলোৰে জীৱন ৰঙীন কৰি কঢ়িয়াই আনক আনন্দ, শান্তি আৰু সমৃদ্ধিৰ ন বতৰা।
#HappyHoli
Hemanta Choudhury (@hemanta_osd) 's Twitter Profile Photo

আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস। আজিৰ এই বিশেষ দিনটোত প্ৰতিগৰাকী ভাৰতীয়লৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো। #HappyIndependenceDay2024

আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস। আজিৰ এই বিশেষ দিনটোত প্ৰতিগৰাকী ভাৰতীয়লৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো।
#HappyIndependenceDay2024