Dhemaji Police(@DhemajiPolice) 's Twitter Profileg
Dhemaji Police

@DhemajiPolice

জনহিত জনসেৱাৰ্থে - Dhemaji, Assam Police for you 24x7x365.
For any evidence/ information reach us on our dedicated WhatsApp no 8876444415

ID:3780528013

calendar_today04-10-2015 11:18:55

1,0K Tweets

4,3K Followers

116 Following

Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo


ধেমাজি আৰক্ষীয়ে পুনৰ ধেমাজিৰ বিভিন্ন অঞ্চলৰ পৰা ০৬ (ছয়টা) হেৰোৱা মোবাইল ফোন উদ্ধাৰ কৰি মোবাইলৰ গৰাকীক গতাই দি তেওঁলোকৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হয়।
Assam Police
DGP Assam
GP Singh
Hardi Singh

#জনহিতজনসেৱাৰ্থে ধেমাজি আৰক্ষীয়ে পুনৰ ধেমাজিৰ বিভিন্ন অঞ্চলৰ পৰা ০৬ (ছয়টা) হেৰোৱা মোবাইল ফোন উদ্ধাৰ কৰি মোবাইলৰ গৰাকীক গতাই দি তেওঁলোকৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হয়। @assampolice @DGPAssamPolice @gpsinghips @HardiSpeaks
account_circle
Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo

#জনহিতজনসেৱাৰ্থে#
Crime review meeting for the month of April/2024 was held at the SP office , Dhemaji on 24.04.2024 in presence all OC and IC of the district.
Assam Police
DGP Assam
GP Singh
Hardi Singh

#জনহিতজনসেৱাৰ্থে# Crime review meeting for the month of April/2024 was held at the SP office , Dhemaji on 24.04.2024 in presence all OC and IC of the district. @assampolice @DGPAssamPolice @gpsinghips @HardiSpeaks
account_circle
Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo

#জনহিতজনসেৱাৰ্থে#
Monthly Arakkhi Sanmillan for the month of April/2024 was held at Police Reserve Dhemaji on 24.04.2024 in presence of police representatives from various PS and OP and PPsof the district.
Assam Police
DGP Assam
GP Singh
Hardi Singh

#জনহিতজনসেৱাৰ্থে# Monthly Arakkhi Sanmillan for the month of April/2024 was held at Police Reserve Dhemaji on 24.04.2024 in presence of police representatives from various PS and OP and PPsof the district. @assampolice @DGPAssamPolice @gpsinghips @HardiSpeaks
account_circle
Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo


ধেমাজি জিলাৰ সমূহ ভোট গ্ৰহণ কেন্দ্ৰত পুৱা ০৭ বজাৰ পৰা শান্তিপূৰ্ণ ভাৱে ভোটাৰ ৰাইজে ভোটদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
Assam Police DGP Assam
GP Singh Hardi Singh

#জনহিতজনসেৱাৰ্থে ধেমাজি জিলাৰ সমূহ ভোট গ্ৰহণ কেন্দ্ৰত পুৱা ০৭ বজাৰ পৰা শান্তিপূৰ্ণ ভাৱে ভোটাৰ ৰাইজে ভোটদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। @assampolice @DGPAssamPolice @gpsinghips @HardiSpeaks
account_circle
Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo


জনসাধাৰণৰ সুৰক্ষা আৰু আইন শৃংখলা অটুট ৰখাৰ স্বাৰ্থত জিলাখনৰ বিভিন্ন স্থানত ধেমাজি আৰক্ষীৰ তালাচী অভিযান অব্যাহত ।
Assam Police
DGP Assam
GP Singh
Hardi Singh

#জনহিতজনসেৱাৰ্থে জনসাধাৰণৰ সুৰক্ষা আৰু আইন শৃংখলা অটুট ৰখাৰ স্বাৰ্থত জিলাখনৰ বিভিন্ন স্থানত ধেমাজি আৰক্ষীৰ তালাচী অভিযান অব্যাহত । @assampolice @DGPAssamPolice @gpsinghips @HardiSpeaks
account_circle
Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo

আজি ইংৰাজী ১৬.০৪.২০২৪ তাৰিখে আগন্তুক লোকসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি ধেমাজি জিলা ৰাজহুৱা প্ৰেক্ষাগৃহত নিকা আৰু স্বচ্ছ নিৰ্বাচন নিশ্চিত কৰাৰ স্বাৰ্থত আৰক্ষী আৰু অসামৰিক খণ্ডৰ বিষয়া সকলৰ উপস্থিতিত এখনি বৈঠক আৰু প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়।
Assam Police GP Singh

আজি ইংৰাজী ১৬.০৪.২০২৪ তাৰিখে আগন্তুক লোকসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি ধেমাজি জিলা ৰাজহুৱা প্ৰেক্ষাগৃহত নিকা আৰু স্বচ্ছ নিৰ্বাচন নিশ্চিত কৰাৰ স্বাৰ্থত আৰক্ষী আৰু অসামৰিক খণ্ডৰ বিষয়া সকলৰ উপস্থিতিত এখনি বৈঠক আৰু প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। @assampolice @gpsinghips
account_circle
Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo



যোৱা ইংৰাজী ১৫.০৪.২০২৪ তাৰিখে ধেমাজি চিমেন চাপৰি আৰক্ষীয়ে অভিযান চলাই ০৩(তিনি) জন ব্যক্তিক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা ৩৩.৯৬ গ্ৰাম সন্দেহযুক্ত হিৰ'ইন আৰু নগদ ৩৩,৮০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
Assam Police GP Singh
Hardi Singh

#জনহিতজনসেৱাৰ্থে #WarAgainstDrugs যোৱা ইংৰাজী ১৫.০৪.২০২৪ তাৰিখে ধেমাজি চিমেন চাপৰি আৰক্ষীয়ে অভিযান চলাই ০৩(তিনি) জন ব্যক্তিক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা ৩৩.৯৬ গ্ৰাম সন্দেহযুক্ত হিৰ'ইন আৰু নগদ ৩৩,৮০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। @assampolice @gpsinghips @HardiSpeaks
account_circle
Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo


এক গোপন সূত্ৰৰ পম খেদি যোৱা ইংৰাজী ১৩.০৪.২০২৪ তাৰিখে ধেমাজি সদৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই এজন ব্যক্তিক আটক কৰাৰ লগতে তেওঁৰ পৰা ১৯.২০০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।
Assam Police
DGP Assam
GP Singh
Hardi Singh

#জনহিতজনসেৱাৰ্থে এক গোপন সূত্ৰৰ পম খেদি যোৱা ইংৰাজী ১৩.০৪.২০২৪ তাৰিখে ধেমাজি সদৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই এজন ব্যক্তিক আটক কৰাৰ লগতে তেওঁৰ পৰা ১৯.২০০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। @assampolice @DGPAssamPolice @gpsinghips @HardiSpeaks
account_circle
Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo


সমূহ অসমবাসী ৰাইজক ধেমাজি আৰক্ষীৰ তৰফৰ পৰা হেপাহৰ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কৰ্মব্যস্ততাৰ মাজতে ধেমাজি আৰক্ষী চাওনিত সমূহ আৰক্ষী বিষয়া আৰু কৰ্মচাৰী লগ হৈ আয়োজন কৰা বিহুৰ কিছু মূহুৰ্ত। Assam Police GP Singh Hardi Singh

#জনহিতজনসেৱাৰ্থে সমূহ অসমবাসী ৰাইজক ধেমাজি আৰক্ষীৰ তৰফৰ পৰা হেপাহৰ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কৰ্মব্যস্ততাৰ মাজতে ধেমাজি আৰক্ষী চাওনিত সমূহ আৰক্ষী বিষয়া আৰু কৰ্মচাৰী লগ হৈ আয়োজন কৰা বিহুৰ কিছু মূহুৰ্ত। @assampolice @gpsinghips @HardiSpeaks
account_circle
Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo

Area domination and foot Patrolling conducted by Dhemaji Police along with CAPF staff for maintenance of peace and to ensure Law & Order in various areas of the district.
Assam Police
DGP Assam
GP Singh
Hardi Singh

Area domination and foot Patrolling conducted by Dhemaji Police along with CAPF staff for maintenance of peace and to ensure Law & Order in various areas of the district. @assampolice @DGPAssamPolice @gpsinghips @HardiSpeaks
account_circle
Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo

An orientation program for all the CAPF coy commanders deputed for the upcoming HPC election was organised today & with this opportunity all the officers were felicitated with Gamucha on the occasion of Bohag Bihu by Dhemaji DEF.Assam Police GP Singh
Hardi Singh

An orientation program for all the CAPF coy commanders deputed for the upcoming HPC election was organised today & with this opportunity all the officers were felicitated with Gamucha on the occasion of Bohag Bihu by Dhemaji DEF.@assampolice @gpsinghips @HardiSpeaks
account_circle
Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo

Continuous area domination and foot patrolling conducted by Dhemaji Police & CAPF staff at multiple areas of the district for maintenance of Law & Order.
Assam Police
DGP Assam
GP Singh
Hardi Singh

Continuous area domination and foot patrolling conducted by Dhemaji Police & CAPF staff at multiple areas of the district for maintenance of Law & Order. @assampolice @DGPAssamPolice @gpsinghips @HardiSpeaks
account_circle
Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo



এক গোপন সূত্ৰৰ পম খেদি যোৱা ইংৰাজী ১১.০৪.২০২৪ তাৰিখে ধেমাজি চিলাপথাৰ আৰক্ষীয়ে অভিযান চলাই এজন ব্যক্তিক আটক কৰাৰ লগতে তেওঁৰ পৰা ০৮.৫৮ গ্ৰাম সন্দেহযুক্ত হিৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
Assam Police DGP Assam
GP Singh Hardi Singh

#জনহিতজনসেৱাৰ্থে #WarAgainstDrugs এক গোপন সূত্ৰৰ পম খেদি যোৱা ইংৰাজী ১১.০৪.২০২৪ তাৰিখে ধেমাজি চিলাপথাৰ আৰক্ষীয়ে অভিযান চলাই এজন ব্যক্তিক আটক কৰাৰ লগতে তেওঁৰ পৰা ০৮.৫৮ গ্ৰাম সন্দেহযুক্ত হিৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। @assampolice @DGPAssamPolice @gpsinghips @HardiSpeaks
account_circle
Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo


জনসাধাৰণৰ সুৰক্ষা আৰু আইন শৃংখলা অটুট ৰখাৰ স্বাৰ্থত জিলাখনৰ বিভিন্ন স্থানত ধেমাজি আৰক্ষীয়ে তহলদাৰী আৰু তালাচী অভিযান অব্যাহত ৰাখিছে।
Assam Police
DGP Assam
GP Singh
Hardi Singh

#জনহিতজনসেৱাৰ্থে জনসাধাৰণৰ সুৰক্ষা আৰু আইন শৃংখলা অটুট ৰখাৰ স্বাৰ্থত জিলাখনৰ বিভিন্ন স্থানত ধেমাজি আৰক্ষীয়ে তহলদাৰী আৰু তালাচী অভিযান অব্যাহত ৰাখিছে। @assampolice @DGPAssamPolice @gpsinghips @HardiSpeaks
account_circle
Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo


অবৈধ সুৰা বিৰোধী অভিযান অব্যাহত ৰাখি আজি ইংৰাজী ১০.০৪.২০২৪ তাৰিখে ধেমাজি চিচিবৰগাঁও আৰক্ষীয়ে নিলখ অঞ্চলত অভিযান চলাই বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয়।
Assam Police
GP Singh
Hardi Singh

#জনহিতজনসেৱাৰ্থে অবৈধ সুৰা বিৰোধী অভিযান অব্যাহত ৰাখি আজি ইংৰাজী ১০.০৪.২০২৪ তাৰিখে ধেমাজি চিচিবৰগাঁও আৰক্ষীয়ে নিলখ অঞ্চলত অভিযান চলাই বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। @assampolice @gpsinghips @HardiSpeaks
account_circle
Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo


অবৈধ সুৰা বিৰোধী অভিযান অব্যাহত ৰাখি আজি ইংৰাজী ০৯.০৪.২০২৪ তাৰিখে ধেমাজি বৰদলনি আৰক্ষীয়ে খনাকৃষ্ণপুৰ অঞ্চলত অভিযান চলাই প্ৰায় ৭০০ লিটাৰ দেশীয় সুৰা ধ্বংস কৰিবলৈ সক্ষম হয়।
Assam Police
GP Singh
DGP Assam
Hardi Singh

#জনহিতজনসেৱাৰ্থে অবৈধ সুৰা বিৰোধী অভিযান অব্যাহত ৰাখি আজি ইংৰাজী ০৯.০৪.২০২৪ তাৰিখে ধেমাজি বৰদলনি আৰক্ষীয়ে খনাকৃষ্ণপুৰ অঞ্চলত অভিযান চলাই প্ৰায় ৭০০ লিটাৰ দেশীয় সুৰা ধ্বংস কৰিবলৈ সক্ষম হয়। @assampolice @gpsinghips @DGPAssamPolice @HardiSpeaks
account_circle
Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo


অবৈধ সুৰা বিৰোধী অভিযান অব্যাহত ৰাখি আজি ইংৰাজী ০৭.০৪.২০২৪ তাৰিখে ধেমাজি বৰদলনি আৰক্ষীয়ে মাজগাঁও আৰু মৰলচুক অঞ্চলত অভিযান চলাই প্ৰায় ৫৫০ লিটাৰ দেশীয় সুৰা ধ্বংস কৰিবলৈ সক্ষম হয়।
Assam Police DGP Assam
GP Singh Hardi Singh

#জনহিতজনসেৱাৰ্থে অবৈধ সুৰা বিৰোধী অভিযান অব্যাহত ৰাখি আজি ইংৰাজী ০৭.০৪.২০২৪ তাৰিখে ধেমাজি বৰদলনি আৰক্ষীয়ে মাজগাঁও আৰু মৰলচুক অঞ্চলত অভিযান চলাই প্ৰায় ৫৫০ লিটাৰ দেশীয় সুৰা ধ্বংস কৰিবলৈ সক্ষম হয়। @assampolice @DGPAssamPolice @gpsinghips @HardiSpeaks
account_circle