Dhemaji Police
@dhemajipolice
জনহিত জনসেৱাৰ্থে - Dhemaji, Assam Police for you 24x7x365.
For any evidence/ information reach us on our dedicated WhatsApp no 8876444415
ID: 3780528013
04-10-2015 11:18:55
1,1K Tweet
4,4K Takipçi
118 Takip Edilen
Assam Police: A Superlative Year! 2025 marked a watershed year for Assam Police, with clear progress on key policing objectives, stronger outcomes on the ground, and renewed confidence among citizens. Guided by Hon’ble CM Dr Himanta Biswa Sarma Sir, we’re committed to carrying this
#জনহিতজনসেৱাৰ্থে Glimpses of the monday Inspection of Police personnel and Vehicles of Dhemaji Police Reserve. Chief Minister Assam Assam Police DGP Assam
Advisory on USSD-Based Call Forwarding Scam. Report any cyber fraud or suspicious activity immediately by calling 1930 or visiting cybercrime.gov.in CyberDost I4C
৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ধেমাজি কাছাৰী মৈদানত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীত মাননীয় শিক্ষা মন্ত্ৰী ডা. ৰনোজ পেগু ডাঙৰীয়াই পতাকা উত্তোলন কৰাৰ লগতে আৰক্ষী, গৃহৰক্ষী তথা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে কুছ-কাৱাজ আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে। Assam Police
#জনহিতজনসেৱাৰ্থে ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ধেমাজি কাছাৰী মৈদানত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীত ২০২৬ বৰ্ষৰ ৰাষ্ট্ৰপতিৰ উৎকৃষ্ট সেৱা পদক লাভ কৰা শ্রী অনিল মৰাণ,উপ আৰক্ষী অধিক্ষক(সদৰ)ধেমাজি, মহোদয়ক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। Chief Minister Assam Assam Police DGP Assam
#জনহিতজনসেৱাৰ্থে ধাৰাবাহিকতা অব্যাহত ৰাখি ধেমাজি আৰক্ষীয়ে বিগত মাহত বিভিন্ন অঞ্চলৰ পৰা মুঠ ৪৫(পঞ্চলিশ) টা হেৰোৱা মোবাইল ফোন উদ্ধাৰ কৰি মোবাইলৰ গৰাকীক গতাই দি তেওঁলোকৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হয়। Chief Minister Assam Assam Police DGP Assam
নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান অব্যাহত ৰাখি যোৱা ইং ১২.০২.২০২৬ তাৰিখে চিলাপথাৰ থানাৰ আৰক্ষীয়ে এজন ব্যক্তিক আটক কৰাৰ লগতে ৪৮.৬৪ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন আৰু ধেমাজি সদৰ থানাৰ আৰক্ষীয়ে এজন ব্যক্তি সহ ১.১৯০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। Assam Police Chief Minister Assam
#জনহিতজনসেৱাৰ্থে অবৈধ সুৰা বিৰোধী অভিযান অব্যাহত ৰাখি আজি ইংৰাজী ১৯.০২.২০২৬ তাৰিখে ধেমাজি গোগামুখ থানাৰ আৰক্ষীয়ে বৰদলনি আউনীআটী আৰু বালিগাওঁ অঞ্চলত অভিযান চলাই প্ৰায় ১১০০ লিটাৰ দেশীয় সুৰা ধ্বংস কৰিবলৈ সক্ষম হয়। Assam Police Chief Minister Assam